• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰৰ প্ৰথম মাহতেই বুধাদিত্য ৰাজযোগ, জানুৱাৰী ২০২৫ত সৌভাগ্যৰ শীৰ্ষত থাকিব এই ৫ৰাশি

নতুন বছৰৰ প্ৰথম মাহতেই বুধাদিত্য ৰাজযোগ, জানুৱাৰী ২০২৫ত সৌভাগ্যৰ শীৰ্ষত থাকিব এই ৫ৰাশি

2 years ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

24 minutes ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

2 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

2 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

3 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

11 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

12 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

13 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

13 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

14 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

15 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰৰ প্ৰথম মাহতেই বুধাদিত্য ৰাজযোগ, জানুৱাৰী ২০২৫ত সৌভাগ্যৰ শীৰ্ষত থাকিব এই ৫ৰাশি

নতুন বছৰৰ প্ৰথম মাহতেই বুধাদিত্য ৰাজযোগ, জানুৱাৰী ২০২৫ত সৌভাগ্যৰ শীৰ্ষত থাকিব এই ৫ৰাশি

editor by editor
December 27, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
নতুন বছৰৰ প্ৰথম মাহতেই বুধাদিত্য ৰাজযোগ, জানুৱাৰী ২০২৫ত সৌভাগ্যৰ শীৰ্ষত থাকিব এই ৫ৰাশি
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান ধনু ৰাশিত অৱস্থান কৰিছে সূৰ্যই৷ জানুৱাৰী মাহত বুধে ধনু ৰাশিত গোচৰ কৰিব৷ বুধ আৰু সূৰ্যৰ মিলনত ২০২৫ চনৰ প্ৰথম মাহতেই ধনু ৰাশিত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ জ্যোতিষ অনুসৰি এয়া এক অত্যন্ত শুভ যোগ৷ বছৰৰ প্ৰথম মাহতেই এই ৰাজযোগৰ প্ৰভাৱত সকলো কামত সৌভাগ্য লাভ কৰিব কেইটামান ৰাশিৰ জাতকে৷ জ্যোতিষ গণনাই কৈছে জানুৱাৰী ২০২৫ত আৰ্থিকভাৱে লাভজনক হ’ব পাঁচ ৰাশিৰ জাতকৰ বাবে৷ জানি থওক জানুৱাৰীত কাৰ কাৰ ভাগ্য খুলিব?

বৃষ ৰাশি

বছৰৰ প্ৰথম মাহত মনৰ সকলো ইচ্ছা পূৰণ হ’ব বৃষ ৰাশিৰ জাতকৰ৷ জানুৱাৰীত আপুনি জীৱনৰ সকলো ক্ষেত্ৰতেই উন্নতি কৰিব পাৰিব৷ আগন্তুক মাহত সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব আপোনাৰ৷ নিজৰ মধুৰ কথা আৰু ব্যৱহাৰেৰে বহুতৰে মন জয় কৰিব পাৰিব৷ বিদেশত যিসকলে ব্যৱসায় কৰি আছে তেওঁলোক আৰ্থিকভাৱে লাভৱান হ’ব৷

কৰ্কট ৰাশি

২০২৫ চনৰ প্ৰথম মাহত দুৰ্দান্তভাৱে লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতক৷ নিজৰ সময় আৰু এনাৰ্জি সঠিক কামত ব্যৱহাৰ কৰিব পাৰিব৷ নিজৰ লক্ষ্যৰ প্ৰতি দৃষ্টি স্থিৰ ৰাখি সেই দিশত আগুৱাই যাব কৰ্কট ৰাশিৰ জাতক৷ মাহৰ দ্বিতীয়াৰ্ধত ঘৰৰ ভিতৰত আৰু বাহিৰচ সকলো সমস্যাৰ সমাধান পাব আপুনি৷ অফিচত ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক ভাল হ’ব আপোনাৰ৷

কন্যা ৰাশি

বছৰৰ প্ৰথম মাহত জীৱনত উন্নতি কৰাৰ এটাৰ পাছত আনটো সুযোগ পাব কন্যা ৰাশিৰ জাতকে৷ জানুৱাৰীৰ আৰম্ভণিতেই অফিচত কোনো ডাঙৰ কামত দায়িত্ব বা পদ পাব পাৰে আপুনি৷ কৰ্মহীনসকলে নিজৰ পছন্দৰ চাকৰি পাব পাৰে৷ পৰিয়াল আৰু বন্ধুৰ পৰা সকলো ধৰণৰ সাহায্য পাব পাৰে৷ কোনো শুভ অনুষ্ঠানত যোগ দিয়াৰ সুযোগ পাব৷

তুলা ৰাশি

জানুৱাৰী ২০২৫ত সকলো ধৰণৰ সুখ সৌভাগ্য লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ ছাত্ৰছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল কৰি চাকৰি পাব পাৰে৷ কোনো বিশেষ ব্যক্তিৰ সহায়ত আপোনাৰ ৰৈ থকা সকলো কাম সম্পূৰ্ণ হ’ব৷ আগন্তুক মাহত দীৰ্ঘম্যাদি বিনিয়োগ আপোনাৰ বাবে লাভজনক হ’ব৷ স্বল্পম্যাদি বিনিয়োগ এই সময়ত নকৰিব৷

মীন ৰাশি

২০২৫ চনৰ প্ৰথম মাহৰ আৰম্ভণিতেই জীৱনত নানান দিশৰ পৰা উন্নতিৰ পথ খুলি যাব মীন ৰাশিৰ জাতকৰ বাবে৷ মাহৰ আৰম্ভণিতেই আপুনি কোনো প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য পাব পাৰে৷ মাটি বা ঘৰ কিনা বেচা কৰি মোটা আৰ্থিক লাভ কৰিব পাৰে৷ আৰ্থিক বিষয়ত আপুনি লোৱা সিদ্ধান্তই আপোনাক আৰ্থিক দিশত আগুৱাই নিব৷ অফিচত বছ আৰু ঘৰত পিতৃ মাতৃৰ সমৰ্থন থাকিব আপোনাৰ ওপৰত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!
জীৱনশৈলী

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

July 16, 2026
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?
বিনোদন

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

July 16, 2026
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য
জীৱনশৈলী

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

July 16, 2026
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত
বিনোদন

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

July 16, 2026
Next Post
৩৫বছৰ ধৰি ১৮ মিনিটৰ অন্তৰে অন্তৰে বাৰ্তা পঠিয়াইছে? মহাকাশত পোৱা গৈছে ৰহস্যময় সংকেত? কোনে ক’ৰ পৰা পঠিয়াই আছে এই সংকেত?

৩৫বছৰ ধৰি ১৮ মিনিটৰ অন্তৰে অন্তৰে বাৰ্তা পঠিয়াইছে? মহাকাশত পোৱা গৈছে ৰহস্যময় সংকেত? কোনে ক’ৰ পৰা পঠিয়াই আছে এই সংকেত?

২৫০০ কোটিৰ গৰাকী ছলমান খান! এদিনত ভাইজানৰ উপাৰ্জন কিমান?

২৫০০ কোটিৰ গৰাকী ছলমান খান! এদিনত ভাইজানৰ উপাৰ্জন কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.