• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৫বছৰ ধৰি ১৮ মিনিটৰ অন্তৰে অন্তৰে বাৰ্তা পঠিয়াইছে? মহাকাশত পোৱা গৈছে ৰহস্যময় সংকেত? কোনে ক’ৰ পৰা পঠিয়াই আছে এই সংকেত?

৩৫বছৰ ধৰি ১৮ মিনিটৰ অন্তৰে অন্তৰে বাৰ্তা পঠিয়াইছে? মহাকাশত পোৱা গৈছে ৰহস্যময় সংকেত? কোনে ক’ৰ পৰা পঠিয়াই আছে এই সংকেত?

1 year ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

25 minutes ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

49 minutes ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

19 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

20 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

20 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

21 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

21 hours ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

22 hours ago
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

23 hours ago
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

1 day ago
ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

1 day ago
সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩৫বছৰ ধৰি ১৮ মিনিটৰ অন্তৰে অন্তৰে বাৰ্তা পঠিয়াইছে? মহাকাশত পোৱা গৈছে ৰহস্যময় সংকেত? কোনে ক’ৰ পৰা পঠিয়াই আছে এই সংকেত?

৩৫বছৰ ধৰি ১৮ মিনিটৰ অন্তৰে অন্তৰে বাৰ্তা পঠিয়াইছে? মহাকাশত পোৱা গৈছে ৰহস্যময় সংকেত? কোনে ক’ৰ পৰা পঠিয়াই আছে এই সংকেত?

editor by editor
December 27, 2024
in জীৱনশৈলী, বিশ্ব, লেখা, শিক্ষা
0
৩৫বছৰ ধৰি ১৮ মিনিটৰ অন্তৰে অন্তৰে বাৰ্তা পঠিয়াইছে? মহাকাশত পোৱা গৈছে ৰহস্যময় সংকেত? কোনে ক’ৰ পৰা পঠিয়াই আছে এই সংকেত?
0
SHARES
451
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাকাশ মানেই ৰহস্যৰ আকৰ৷ গভীৰ অন্ধকাৰ সেই ৰহস্যৰ সন্ধানত প্ৰতিদিনেই কাম কৰি আছে বিজ্ঞানীয়ে৷ পৃথিৱীৰ মানুহে ৰহস্য খেদি থকাৰ সময়তে প্ৰতিদিনেই বিশ্বব্ৰহ্মাণ্ডত আমাৰ চিন্তাৰ বাহিৰৰ কিছু পৰিঘটনা ঘটি আছে৷ মহাকাশৰ কোনোবা নহয় কোনোবা প্ৰান্তত পৃথিৱীৰ দৰে গ্ৰহ আছে নেকি তাৰো সন্ধান অব্যাহত ৰাখিছে মহাকাশ গৱেষকসকলে৷ বেলেগ বেলেগ গ্ৰহত প্ৰাণৰ সন্ধান কৰি বেতাৰ সংকেত পঠিয়াই বিস্তৰ পৰীক্ষা নিৰীক্ষাও চলাইছে বিজ্ঞানীয়ে৷

সেই ধৰণৰ এক পৰীক্ষা চলাবলৈ গৈ ২০২২ চনত অষ্ট্ৰেলিয়াৰ মহাকাশ গৱেষকে লক্ষ্য কৰিছে যে মহাশূন্যৰ পৰা ভাহি আহিছে অদ্ভুত এক সংকেত৷ ২২ মিনিটৰ পাছে পাছে এই সংকেতে ধৰা দিছে মহাকাশত৷ সেই সংকেতৰ উৎস জনাৰ চেষ্টা কৰিবলৈ গৈ প্ৰকাশ্যে আহিছে অদ্ভুত তথ্য৷

সেই সময়ত ‘মৰচিনছ ৱাইডফিল্ড আৰ’ পদ্ধতিত গৱেষণা চলাইছে জ্যোতিৰ্বিজ্ঞানীসকলে৷ সেই সময়ত ৪৮ ঘণ্টা ধৰি মহাকাশত ভাহি অহা বিভিন্ন সংকেত নথিবদ্ধ কৰাৰ চেষ্টা কৰিছিল অষ্ট্ৰেলিয়াৰ গৱেষকদলে৷ তেওঁলোকৰ লক্ষ্য আছিল পালছাৰ বা নিউট্ৰন তাৰকা আৰু শ্বেত বামন গ্ৰহ৷

গৱেষকে দেখিছে যে মহাকাশৰ পৰা ভাহি অহা এই সংকেত নতুন নহয়৷ এক বা দুই বছৰ নহয় প্ৰায় ৩৫ বছৰ ধৰি পৃথিৱীলৈ ভাহি আহিছে এই বেতাৰ সংকেত৷ ইয়াৰ ৰহস্যভেদ আজিও কৰিব পৰা নাই মহাকাশবিজ্ঞানীয়ে৷ ক’ৰ পৰা আহিছে, কোনে পঠিয়াইছে এই সংকেত? বিশেষ কোনো বাৰ্তা বহন কৰি আনিছে নেকি এই সংকেতে? সঠিকভাৱে বৰ্তমানলৈকে একোৱেই ক’ব পৰা নাই৷

১৯৮৮ চনত প্ৰথমবাৰ এই ধৰণৰ বেতাৰ সংকেতৰ অস্তিত্ব নজৰত আহিছিল জ্যোতিৰ্বিজ্ঞানীসকলৰ৷ জ্যোতিৰ্বিজ্ঞানীসকলৰ দাবী যে কেইবছৰ পূৰ্বে ২১ মিনিটৰ এটা বেতাৰ সংকেত ৰেকৰ্ড কৰা হৈছিল৷ সেই সময়ত কেইবা মিলি ছেকেণ্ডৰ হাহে ৰেডিঅ’ ছিগনেল পাইছিল তেওঁলোকে৷ পৰবৰ্তী সময়ত কেইবা মিনিট ধৰি বেতাৰ সংকেত আকৌ ৰেকৰ্ড কৰা হয়৷

গৱেষকসকলে ইয়াৰ নাম দিছিল জি পি এম জে ১৮৩৯-১০’৷ ৩৫ বছৰ ধৰি সেই মহাকাশবাৰ্তাৰ অস্তিত্ব পালেও এতিয়াও ইয়াৰ কোনো তথ্য ওলিয়াব পৰা নাই গৱেষকসকলে৷ পুৰণি তথ্যৰ ভিত্তিত বিজ্ঞানীসকলে জানিব পাৰিছে যে ১৫ হাজাৰ আলোকবৰ্ষ দূৰৈৰ পৰা ভাহি আহিছে এই ৰহস্যবাৰ্তা৷ প্ৰতি ১৮ মিনিট অন্তৰে অন্তৰে সংকেত অহাৰ ঘটনা লক্ষ্য কৰিছে বিজ্ঞানীয়ে৷

কোনে পঠিয়াইছে এই বাৰ্তা? অন্য কোনো গ্ৰহৰ বাসিন্দাই বাৰে বাৰে যোগাযোগৰ চেষ্টা কৰিও ব্যৰ্থ হৈছে৷ বিগত তিনি দশক ধৰি কিয় এই বাৰ্তা ভাহি আহিছে? ৰহস্যময় এই বাৰ্তা দিলে আ লং পিৰিয়ড ৰেডিঅ’ ট্ৰানজিয়েন্ট একটিভ ফৰ থ্ৰি ডেকেডছ শিৰোনামৰ এটা প্ৰবন্ধ বিজ্ঞান বিষয়ক পত্ৰিকা নেচাৰত এই প্ৰকাশ কৰিছে এদল গৱেষকে৷

সেই গৱেষণাত কোৱা হৈছে যে এই তৰংগ বা সংকেতসমূহ কোনো পালছাৰৰ পৰা আহিছে৷ পালছাৰ হৈছে এনে এক মহাজাগতিক বস্তু যি নক্ষত্ৰৰ ছুপাৰনোভা বিস্ফোৰণত পৰি থকা কোৰৰ অংশ৷ য’ত ছুপাৰনোভা বিস্ফোৰণ হয় তেতিয়া বিধ্বস্ত নক্ষত্ৰৰ কোৰৰ পদাৰ্থসমূহ সংকুচিত হ’ব পাৰে৷ অতিৰিক্ত সংকোচনৰ ফলত তৈয়াৰ হয় নিউট্ৰন তাৰকা৷ এই নিউট্ৰন তাৰকা এটা নিৰ্দিষ্ট স্পন্দনৰ মাপত তড়িৎ চুম্বকীয় তৰংগ নিৰ্দিষ্ট দিশত বিকিৰণ কৰে৷ এই তড়িৎ চুম্বকীয় তৰংগ স্পন্দন বা পালছৰ আকাৰত প্ৰবাহিত হয় বাবে ইয়াৰ নাম পালছাৰ৷

প্ৰবল বেগত ঘূৰি থকা এই পালছাৰৰ পৰা নিৰ্গত শক্তিৰ মাধ্যমেৰে ১৫ হাজাৰ আলোকবৰ্ষ দূৰৈত থকা বেতাৰ সংকেত আহিছে পৃথিৱীলৈ৷ প্ৰাথমিকভাৱে এনে মত দিছিল গৱেষকৰ৷ এই পালছাৰৰ চৌম্বকীয় শক্তি বাঢ়ি গৈছিল ঘূৰ্ণনৰ গতিবেগ আৰু বাঢ়ি যায়৷ গতিবেগ য’ত বাঢ়ে তাতেই বেতাৰ তৰংগ নিৰ্গত হ’ব পাৰে ইয়াৰ আশেপাশে৷ যেতিয়াই এই তৰংগ পৃথিৱীৰ কাষলৈ আহে তেতিয়া এণ্টেনাত ধৰা পৰে এই সংকেতসমূহ৷ পৃথিৱীলৈ অহা অন্যান্য পালছাৰ তৰংগৰ সৈতে জি পি এম জে ১৮৩৯-১০’ ৰ তৰংগ তুলনা কৰি দেখা আৰম্ভ কৰে৷

সেই তথ্য দেখি ভুল ভাঙে জ্যোতিৰ্বিজ্ঞানীৰ৷ তেওঁলোকে বুজিব পাৰে যে সেই বেতাৰ তৰংগ পালছাৰৰ পৰা আহিছে কিন্তু ইয়াৰ উৎস পালছাৰ নহয়৷ সাধাৰণতে পালছাৰৰ পৰা নিৰ্গত তৰংগৰ সময় দৈৰ্ঘ্য পৰিমাপ কৰিবলৈ এই মহাজাগতিক সামগ্ৰীসমূহৰ আয়ুস কাল নিৰ্ণয় কৰা সম্ভৱ৷ আনকি পালছাৰসমূহৰ তৰংগ প্ৰেৰণৰ স্থায়িত্ব ০.২৫ ছেকেণ্ডৰ পৰা ২ ছেকেণ্ড৷ ক্ৰমাগত শক্তি প্ৰেৰণ কৰোতে কৰোতে একেসময়তে পালছাৰসমূহে সেই ক্ষমতা হেৰুৱাই তৰংগ পঠিওৱা বন্ধ কৰি দিয়ে৷

পালছাৰসমূহৰ শক্তিক্ষয় হোৱাৰ পাছত এনে এক অৱস্থালৈ যায় যি মৃত্যুৰ ঠিক পূৰ্বৰ দশা বুলি ক’ব পাৰি৷ মহাকাশবিজ্ঞানৰ ভাষাত ডেথ ভেলিৰ দিশত আগুৱাই থাকে এই নিউট্ৰন তৰাসমূহ৷ সেই অঞ্চলত প্ৰৱেশ কৰিলে পালছাৰসমূহে ৰেডিঅ’ সংকেত পঠিওৱাৰ সময়ত বহু পৰিবৰ্তন ঘটে৷ কাৰণ তেতিয়া ঘূৰ্ণন বহু পৰিমানে সংকুচিত হৈ যায়৷ এটা সময়ৰ পাছত সেই পালছাৰসমূহৰ পৰা বেতাৰ তৰংগ অহা একেবাৰেই বন্ধ হৈ যায়৷ অন্য পালছাৰৰ সৈতে জি পি এম জে ১৮৩৯-১০’ ৰ স্পন্দনৰ ৰেখচিত্ৰ মাপ দেখাৰ পাছতেই চমকি উঠিছে মহাকাশ গৱেষকসকল৷ ৰহস্যময় বেতাৰ বাৰ্তাটো আহিছে তাৰকাৰ মৃত উপত্যকাৰ ওপৰৰ পৰা৷ সেই তথ্য জনাৰ পাছতেই গৱেষকসকল নিশ্চিত হৈছিল যে এই সংকেত কোনো ধৰণেই পালছাৰৰ পৰা অহা নাই৷

ক’ৰ পৰা আহিছে এই সংকেত? জ্যোতিৰ্বিজ্ঞানীৰ একাংশৰ ধাৰণা যে এই সংকেতৰ উৎস হ’ব পাৰে মেগনেটাৰ৷ ইয়াৰ পৰা এক ধৰণৰ নিউট্ৰণ তাৰকা, য’ত প্ৰচণ্ড শক্তিশালী চৌম্বকীয় বলয় থাকে৷ এওঁলোকৰ চৌম্বকীয় ক্ষেত্ৰত থাকে পালছাৰতকৈয়ো বেছি বেতাৰ তৰংগ৷ চৌম্বক তৰংগ আৰু এক্স ৰেও নিৰ্গত হৈ থাকে৷ এওঁলোকৰ সংকেত পঠিওৱাৰ সময়ত পালছাৰৰ তুলনাত কেইবাগুণ বেছি৷ কেইবাটাও সম্ভাৱনাৰ কথা জনালেও সঠিক সিদ্ধান্তত এতিয়াও উপনীত হোৱা নাই বিজ্ঞানীসকল৷ এই সংকেতৰ অৰ্থও উদ্ধাৰ কৰিব পৰা নাই মহাকাশ গৱেষকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

January 15, 2026
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট
জীৱনশৈলী

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

January 15, 2026
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ
জীৱনশৈলী

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

January 14, 2026
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত
জীৱনশৈলী

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

January 14, 2026
Next Post
২৫০০ কোটিৰ গৰাকী ছলমান খান! এদিনত ভাইজানৰ উপাৰ্জন কিমান?

২৫০০ কোটিৰ গৰাকী ছলমান খান! এদিনত ভাইজানৰ উপাৰ্জন কিমান?

SBIত ১৮০ দিনৰ  FDত ৩লাখ টকা জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পোৱা যাব?

SBIত ১৮০ দিনৰ FDত ৩লাখ টকা জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পোৱা যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.