• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰিনা হিন্দুও নহয়, মুছলমানো নহয়! কি ধৰ্মত বিশ্বাসী কৰিনা?

কৰিনা হিন্দুও নহয়, মুছলমানো নহয়! কি ধৰ্মত বিশ্বাসী কৰিনা?

1 year ago
বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

43 minutes ago
Image Source-PTI

Kedarnath Dham : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ, ছমাহ বন্ধৰ অন্তত আজি ভক্তৰ বাবে মুকলি

2 hours ago
সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

2 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিৰ কৃপাই সলাব জীৱন, জানক কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

3 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

3 hours ago
১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

13 hours ago
প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

14 hours ago
PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

14 hours ago
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

15 hours ago
শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

15 hours ago
জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

16 hours ago
৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৰিনা হিন্দুও নহয়, মুছলমানো নহয়! কি ধৰ্মত বিশ্বাসী কৰিনা?

কৰিনা হিন্দুও নহয়, মুছলমানো নহয়! কি ধৰ্মত বিশ্বাসী কৰিনা?

editor by editor
December 28, 2024
in জীৱনশৈলী, বিনোদন
0
কৰিনা হিন্দুও নহয়, মুছলমানো নহয়! কি ধৰ্মত বিশ্বাসী কৰিনা?
0
SHARES
191
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাপুৰ পৰিয়ালৰ সৰু কন্যা কৰিনা কাপুৰ খান সকলোৱে মাতে বেবো৷ কৰিনাই বিয়া কৰাইছে পতৌদি পৰিয়ালৰ সৰু নবাব ছেইফ আলি খানক৷ ছেঈফৰ পিতৃ কিংবদন্তি ভাৰতীয় ক্ৰিকেট অধিনায়ক মনছুৰ আলি খান পতৌদি, ওৰফে টাইগাৰ পতৌদিক বিয়া কৰাই ঠাকুৰ পৰিয়ালৰ কন্যা অভিনেত্ৰী শৰ্মিলা ঠাকুৰে৷ বিবাহৰ পাছতেই ধৰ্ম পৰিবৰ্তন কৰিছিল শৰ্মিলাই৷ গ্ৰহণ কৰিছিল ইছলাম ধৰ্ম৷ তেওঁৰ নামো সলনি কৰা হৈছিল৷ নতুন নাম লৈছিল আয়েশা বেগম৷ যদিও সেই নাম পতৌদি পেলেছতেই চলে অন্য স্থানত তেওঁ আজিও শৰ্মিলা ঠাকুৰেই৷

কিন্তু সেই পৰিয়ালত বিয়া কৰাই কৰিণাই ধৰ্ম সলনি কৰা নাই৷ নামৰ শেষত খান উপাধিও তেওঁ ব্যৱহাৰ কৰা নাই৷ ইফালে কৰিনাই হিন্দু ধৰ্মতো বিশ্বাসী নহয়৷ তেন্তে কৰিনাই কি ধৰ্মত বিশ্বাসী? সেই প্ৰশ্ন বহুতেই বহু সময়ত উত্থাপন কৰে৷ কিছুদিন পূৰ্বে কৰিনাৰ ডাঙৰ লৰা টাইমুৰৰ পিডিয়াট্ৰিক নাৰ্ছ ললিতা ডিছিলভাই এক পডকাষ্টৰ অংশ হৈছিল৷ পতৌদি পৰিয়াল সম্পৰ্কে তেওঁৰ অভিজ্ঞতা ভাল কৰিবলৈ গৈ বহু অজানা তথ্যই পোহৰলৈ আহিছিল৷ জনাইছিল, কৰিনা হিন্দু নহয়, মুছলমানো নহয়৷ তেওঁৰ মাতৃ ববিতা কাপুৰৰ ধৰ্মক অনুসৰণ কৰে কৰিনাই৷ কৰিনাৰ মাতৃ ববিতা কাপুৰ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী৷ সেয়ে কৰিনাৰ আৰাধ্য দেৱতা যীশুখ্ৰিষ্টই৷

বহুতেই হয়তো জানে যে কাপুৰ পৰিয়ালত বৰদিন ধুমধামকৈ পালন কৰা হয়৷ প্ৰত্যেক বছৰে ২৫ ডিচেম্বৰত তেওঁলোকৰ ঘৰত ক্ৰিছমাছ লাঞ্চৰ আয়োজন কৰা হয়৷ সকলো সদস্যই অংশগ্ৰহণ কৰে সেই লাঞ্চত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা
জীৱনশৈলী

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

April 22, 2026
Image Source-PTI
জীৱনশৈলী

Kedarnath Dham : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ, ছমাহ বন্ধৰ অন্তত আজি ভক্তৰ বাবে মুকলি

April 22, 2026
সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!
বাণিজ্য

সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

April 22, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিৰ কৃপাই সলাব জীৱন, জানক কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

April 22, 2026
Next Post
চুম্বনলৈ ভয় আমিৰ খানৰ! আমিৰৰ আজৱ চুম্বনৰ গল্প শুনালে আমিৰৰ সহ অভিনেত্ৰীয়ে

চুম্বনলৈ ভয় আমিৰ খানৰ! আমিৰৰ আজৱ চুম্বনৰ গল্প শুনালে আমিৰৰ সহ অভিনেত্ৰীয়ে

BMWত নুঠি মাৰুতি ৮০০ত উঠি ভালপাইছিল, মাজনিশাৰ এটা ফোনতেই এক্সিডেণ্টেল ফাইনেন্স মিনিষ্টাৰ, জানক মনমোহন সিঙৰ অজানা কথা

BMWত নুঠি মাৰুতি ৮০০ত উঠি ভালপাইছিল, মাজনিশাৰ এটা ফোনতেই এক্সিডেণ্টেল ফাইনেন্স মিনিষ্টাৰ, জানক মনমোহন সিঙৰ অজানা কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.