• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজৱ দেশৰ গজৱ কথা, পথৰ গাঁতত থেকেচা খাই জী উঠিল চিকিৎসকে মৃত ঘোষণা কৰা ব্যক্তি

আজৱ দেশৰ গজৱ কথা, পথৰ গাঁতত থেকেচা খাই জী উঠিল চিকিৎসকে মৃত ঘোষণা কৰা ব্যক্তি

2 years ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

9 minutes ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

32 minutes ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

1 hour ago
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

1 hour ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

17 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

17 hours ago
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

17 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

18 hours ago
বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

19 hours ago
আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

19 hours ago
স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

20 hours ago
এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজৱ দেশৰ গজৱ কথা, পথৰ গাঁতত থেকেচা খাই জী উঠিল চিকিৎসকে মৃত ঘোষণা কৰা ব্যক্তি

editor by editor
January 3, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
আজৱ দেশৰ গজৱ কথা, পথৰ গাঁতত থেকেচা খাই জী উঠিল চিকিৎসকে মৃত ঘোষণা কৰা ব্যক্তি
0
SHARES
700
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজৱ দেশৰ গজৱ কথা, পথৰ গাঁতত থেকেচা খাই জী উঠিল চিকিৎসকে মৃত ঘোষণা কৰা ব্যক্তি

আজৱ-গজৱ ভাৰতৰ কথা। চিকিৎসকে মৃত ঘোষণা কৰা ব্যক্তি জী উঠিত আচৰিত ধৰণে। পৰিয়াল কিম্বা চিকিৎসকো আচৰিত। পথত থকা গাঁতত খুন্দা খাই জী উঠিল এগৰাকী ব্যক্তি।

এই আচৰিত ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ কোলহাপুৰত। এজন বৃদ্ধক চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ পাছত পৰিয়ালৰ লোকে তেওঁৰ মৃতদেহ এম্বুলেন্সেৰে ঘৰলৈ লৈ যোৱাৰ সময়তে হঠাৎ পথৰ গাঁতৰ ওপৰেৰে এম্বুলেন্সখন পাৰ হৈ যায়। এক খুন্দা খোৱাৰ দৰে হয় সেই মৃতদেহ।

কিন্তু ই কি, খুন্দা খোৱাৰ লগে লগে জী উঠে ব্যত্তি, এই কাণ্ড দেখি লোকগৰাকীৰ পৰিয়ালে অতিকে ভয় খাই আৰু পৰিয়ালে লগে লগে লোকগৰাকীক উউতাই নিয়ে চিকিৎসালয়লৈ। য’ত ডাক্তৰে তেওঁক সুস্থ বুলি ঘোষণা কৰে। এতিয়া সম্পূৰ্ণ সুস্থ লোকগৰাকীক সামান্য ঔষধপাতি দি ঘৰলৈ পঠিয়াই দিয়ে।

মৃত্যুৰ পিছত জীৱিত অৱস্থাত ঘূৰি অহা কোলহাপুৰৰ লোকগৰাকীৰ নাম পাণ্ডুৰাং তাত্য, যাৰ হাৰ্ট এটেক হোৱাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল, পাছে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল।

পৰিয়ালৰ লোকে শেষ ৰীতি-নীতিৰো প্ৰস্তুতি চলাই লোকগৰাকীৰ মৃতদেহ এম্বুলেন্সৰ জৰিয়তে ঘৰলৈ অনাৰো ব্যৱস্থা কৰিছিল। কিন্তু বাটত এম্বুলেন্সখন ডাঙৰ গাঁতৰ লগত খুন্দা খাই হঠাৎ বৃদ্ধ পাণ্ডুৰাঙে উশাহ ল’বলৈ ধৰে। এতিয়া পৰিয়ালৰ লোকৰ  সৈতে একেলগে বাস কৰি আছে পাণ্ডুৰাঙে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: died Man aliveKolhapurMaharstraRoadroad Break
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু
ৰাজনীতি

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

October 29, 2026
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল
ভাৰত

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

October 29, 2026
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি
জীৱনশৈলী

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

October 29, 2026
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ
নিয়োগ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

October 28, 2026
Next Post
চীনত আন এক ভাইৰাছৰ আতংক, নাই কোনো প্ৰতিশেধক, হাই এলাৰ্ট জাৰি

চীনত আন এক ভাইৰাছৰ আতংক, নাই কোনো প্ৰতিশেধক, হাই এলাৰ্ট জাৰি

শুক্ৰ শনিৰ পৰা আৰম্ভ কৰি ৪ টা ডাঙৰ গ্ৰহই সলনি কৰিব ৩ ৰাশিৰ ভাগ্য, অহা ৩ মাহ ধৰি হব এই কাম

শুক্ৰ শনিৰ পৰা আৰম্ভ কৰি ৪ টা ডাঙৰ গ্ৰহই সলনি কৰিব ৩ ৰাশিৰ ভাগ্য, অহা ৩ মাহ ধৰি হব এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.