• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চীনত আন এক ভাইৰাছৰ আতংক, নাই কোনো প্ৰতিশেধক, হাই এলাৰ্ট জাৰি

চীনত আন এক ভাইৰাছৰ আতংক, নাই কোনো প্ৰতিশেধক, হাই এলাৰ্ট জাৰি

2 years ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

14 minutes ago
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

35 minutes ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

16 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

16 hours ago
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

16 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

17 hours ago
বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

18 hours ago
আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

18 hours ago
স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

19 hours ago
এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

20 hours ago
চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

20 hours ago
ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চীনত আন এক ভাইৰাছৰ আতংক, নাই কোনো প্ৰতিশেধক, হাই এলাৰ্ট জাৰি

editor by editor
January 3, 2025
in বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
চীনত আন এক ভাইৰাছৰ আতংক, নাই কোনো প্ৰতিশেধক, হাই এলাৰ্ট জাৰি
0
SHARES
214
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চীনত আন এক ভাইৰাছৰ আতংক, নাই কোনো প্ৰতিশেধক, হাই এলাৰ্ট জাৰি

সাৱধান হওক,ক’ভিডৰ পিছত এইবাৰ HMPVভাইৰাছৰ আতংক
ক’ভিডৰ দৰেই পুনৰ আহি আছে আন এক ভয়ংকৰ ভাইৰাছ
চীনত পুনৰ আবিৰ্ভাৱ ঘটিছে নতুন ভাইৰাছৰ
ক’ভিডৰ পিছত এইবাৰ আহি আছে HMPVভাইৰাছ
HMPVভাইৰাছক লৈ এতিয়া সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি হৈছে
এই ভাইৰাছৰ নাই কোনো প্ৰতিষেধক
চীনৰ কেইবাটাও প্ৰান্তত জাৰি হাই এলাৰ্ট
এই ভাইৰাছক লৈ বিজ্ঞানীসকলৰ লগত নাই কোনোধৰণৰ বিশেষ তথ্য
এই ভাইৰাছত আক্ৰান্ত হোৱা লোকসকল জ্বৰ,চৰ্দি,কাঁহত ভূগিবলগীয়া হয়
ইপিনে চীনত এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে
সকলোকে মাস্ক পৰিধান কৰাৰ লগতে সঘনাই হাত ধোৱাৰ নিৰ্দেশ দিয়া হৈছে
তদুপৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মাজেৰে থাকিবলৈও নিৰ্দেশ দিয়া হৈছে
ভাইৰাছটো মূলতঃ কাঁহ বা হাঁচিৰ দ্বাৰা বিয়পে
দূষিত পৰিৱেশৰ ঘনিষ্ঠ সম্পৰ্ক বা সংস্পৰ্শলৈ অহাৰ ফলতো বিয়পে এই ভাইৰাছ
মানুহৰ মাজত মাস্ক পৰিধান কৰা,সামাজিক দূৰত্ব বজাই ৰখা, সঘনাই হাত ধোৱাৰ পৰামৰ্শ
আৰু সম্ভৱ হ’লে ভিৰ ঠাইৰ পৰা আঁতৰি থকাৰো পৰামৰ্শ দিয়া হৈছে
ক’ভিড মহামাৰীৰ ৫বছৰৰ পিচত এইবাৰ HMPVভাইৰাছৰ কবলত সমগ্ৰ চীন
কৰ’ণা ভাইৰাছৰ দৰেই দ্ৰুতগতিত বিয়পি পৰিছে HMPVভাইৰাছ
চিকিৎসালয়সমূহত ভিৰ কৰিছে ৰোগীয়ে
শিশু আৰু বৃদ্ধ বেছিকৈ আক্ৰান্ত হৈছে HMPVভাইৰাছত
ইজনৰ পিছত আনজন লোক আক্ৰান্ত হৈছে HMPVভাইৰাছত
Covid-19ৰ দৰে কিছু একেই লক্ষণ দেখা দিছে HMPVভাইৰাছত
চীনৰ বহু ঠাইত বৰ্তমানে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে চীন প্ৰশাসনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: China New VirusHigh AlertNew Virus
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল
ভাৰত

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

October 29, 2026
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি
জীৱনশৈলী

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

October 29, 2026
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ
নিয়োগ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

October 28, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

October 28, 2026
Next Post
শুক্ৰ শনিৰ পৰা আৰম্ভ কৰি ৪ টা ডাঙৰ গ্ৰহই সলনি কৰিব ৩ ৰাশিৰ ভাগ্য, অহা ৩ মাহ ধৰি হব এই কাম

শুক্ৰ শনিৰ পৰা আৰম্ভ কৰি ৪ টা ডাঙৰ গ্ৰহই সলনি কৰিব ৩ ৰাশিৰ ভাগ্য, অহা ৩ মাহ ধৰি হব এই কাম

আমিৰ খানৰ পুত্ৰ জুনেইদৰ সৈতে দেখা যাব শ্ৰীদেৱীৰ পুত্ৰী খুচীক, চিনেমাৰ টাইটেল ট্ৰেক ৰিলিজ

আমিৰ খানৰ পুত্ৰ জুনেইদৰ সৈতে দেখা যাব শ্ৰীদেৱীৰ পুত্ৰী খুচীক, চিনেমাৰ টাইটেল ট্ৰেক ৰিলিজ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.