• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাৰেকৰ্ড গঢ়িবলৈ সাজু হাৰ্ডিক পাণ্ডিয়া, ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ত কৰিব এই কাম

1 year ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

4 hours ago
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

5 hours ago
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

6 hours ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

7 hours ago
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

8 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

9 hours ago
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

10 hours ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

11 hours ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মহাৰেকৰ্ড গঢ়িবলৈ সাজু হাৰ্ডিক পাণ্ডিয়া, ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ত কৰিব এই কাম

editor by editor
January 12, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
মহাৰেকৰ্ড গঢ়িবলৈ সাজু হাৰ্ডিক পাণ্ডিয়া, ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ত কৰিব এই কাম
0
SHARES
262
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাৰেকৰ্ড গঢ়িবলৈ সাজু হাৰ্ডিক পাণ্ডিয়া, ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ত কৰিব এই কাম

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টি ২০ চিৰিজ আৰম্ভ হ’বলৈ মাজত আৰু কেইটামান দিন বাকি। ভাৰত ভ্ৰমণলৈ আহিব ইংলেণ্ডৰ দল। টি -২০ৰ পাছতে অনুষ্ঠিত হব এদিনীয়া খেলো।

টি ২০ ৰ আৰম্ভণি ২২ জানুৱাৰীৰ পৰা কলিকতাত আৰম্ভ হব। এই খেলতেই ভাৰতীয় ষ্টাৰ ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডিয়াই এক মহা ৰেকৰ্ড গঢ়িবলৈ সাজু হৈছে।

ভাৰত-ইংলেণ্ডৰ মাজৰ টি -২০ খেলত এতিয়ালৈকে সকলোতকৈ অধিক উইকেট দখলৰ ৰেকৰ্ড ইংলেণ্ডৰ বিকেট ক্লিছ জৰ্ডানৰ নামত আছে।

জৰ্ডানে দুয়ো দেশৰ মাজৰ টি২০ ত এতিয়ালৈকে ১৬ খন খেল খেলি ২৪ টা উইকেট দখল কৰিছে। কিন্তু এইখেলতেই এইবাৰ হাৰ্ডিকে এই ৰেকৰ্ড ভংগ কৰি নিজৰ নামত দখল কৰাৰ সম্ভাৱনাই দেখা দিছে।

হাৰ্ডিকে এতিয়ালৈকে ১৫ খন টি ২০ চিৰিজ খেলি ১৪ টা উইকেট দখল কৰিছে। যদি হাৰ্ডিকে নিজৰ দক্ষতা অনুসাৰে ভাল খেলে , তেন্তে জৰ্ডানৰ ৰেকৰ্ড ভংগ কৰি নিজৰ নামত কৰিব।

আনহাতে টি-২০ৰ পাছতে অনুষ্ঠিত হব তিনিখনীয়া এদিনীয়া খেল। ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হব এই খেল। নাগপুৰত হব প্ৰথমখন ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketCricket IndiaHardik PandyaIndian Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?
জীৱনশৈলী

May 20, 2026
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?
জীৱনশৈলী

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

May 20, 2026
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য
জীৱনশৈলী

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

May 20, 2026
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?
জীৱনশৈলী

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

May 20, 2026
Next Post
ড’নাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব এছ জয়শংকৰে

এই বিশেষ সংখ্যাত জন্ম হোৱা কন্যাই সৌভাগ্য আনে স্বামীৰ জীৱনলৈ, ধনে-ধানে ভৰি পৰে সংসাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন