• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আই আই টি বম্বেৰ প্ৰাক্তন মহাকাশ অভিযন্তা এতিয়া মহাকুম্ভত বৈৰাগ্য বাবা, IIT বাবাই দৃষ্টি কাঢ়িছে সকলোৰে

আই আই টি বম্বেৰ প্ৰাক্তন মহাকাশ অভিযন্তা এতিয়া মহাকুম্ভত বৈৰাগ্য বাবা, IIT বাবাই দৃষ্টি কাঢ়িছে সকলোৰে

1 year ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

11 minutes ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

1 hour ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

2 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

2 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

3 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

4 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

4 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

5 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

6 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

6 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

7 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আই আই টি বম্বেৰ প্ৰাক্তন মহাকাশ অভিযন্তা এতিয়া মহাকুম্ভত বৈৰাগ্য বাবা, IIT বাবাই দৃষ্টি কাঢ়িছে সকলোৰে

editor by editor
January 15, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আই আই টি বম্বেৰ প্ৰাক্তন মহাকাশ অভিযন্তা এতিয়া মহাকুম্ভত বৈৰাগ্য বাবা, IIT বাবাই দৃষ্টি কাঢ়িছে সকলোৰে
0
SHARES
622
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আই আই টি বম্বেৰ প্ৰাক্তন মহাকাশ অভিযন্তা এতিয়া মহাকুম্ভত বৈৰাগ্য বাবা, IIT বাবাই দৃষ্টি কাঢ়িছে সকলোৰে

আই আই টি বম্বেৰ প্ৰাক্তন মহাকাশ অভিযন্তা এতিয়া মহাকুম্ভত বৈৰাগ্য বাবা, IIT বাবাই দৃষ্টি কাঢ়িছে সকলোৰে

আৰম্ভ হৈছে বিশ্বৰ সৰ্ববৃহৎ উৎসৱ মহা কুম্ভ। মহাকুম্ভত গা ধুবলৈ প্ৰয়াগৰাজলৈ আহি আছে পৃথিৱীৰ বহু কোণৰ পৰা কোটি কোটি লোক। মহাকুম্ভলৈ অহা বহুতো ঋষি, সন্ত আৰু নাগা সাধু সকলেও ধাৰাবাহিকভাৱে দৃষ্টি আকৰ্ষণ কৰি আহিছে।

তাৰে মাজতে বিশেষ ভাৱে দৃষ্টি কাঢ়িছে আই আই টি বাবাই। সকলোৰে মাজত বৰ্তমানে আই আই টি বাবা হিচাপে জনাজাত হৈ পৰিছে এগৰাকী বাবা। কাৰণ এই বাব পূৰ্বে আছিল আই আই টিয়ান।

আই আই টিয়ান বাবাৰ সাক্ষাৎকাৰ ক্ৰমাৎ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত বাবা গৰাকীৰ ভাষ্যৰ পাছতে সকলোফাৰে চৰ্চিত হৈ পৰিছে।

কেমেৰাৰ সন্মুখত বাবই কয় যে তেওঁ আই আই টি মুম্বাইৰ পৰা ইঞ্জিনিয়াৰিং ডিগ্ৰীধাৰী। তাকো মহাকাশ অভিযন্তা। যি কথা শুনি বহু লোক স্তম্ভিত হৈ পৰিছে। সকলোৰে মনত এটাই প্ৰশ্ন, যে সফলতাৰ উচ্চতাত উপনীত হোৱাৰ পিছত কিয় বৈৰাগ্য গ্ৰহণ?

IIT বাবা ওৰফে অভয় সিঙে নিজে এই কথা প্ৰকাশ কৰাৰ পাছতে স্তম্ভিত হৈ পৰিছে সকলো। দৰাচলতে সাক্ষাৎকাৰৰ সময়ত বাবাৰ কথা-বতৰাক লৈ সাংবাদিকজনৰ মনত সন্দেহ হোৱাত তেখেতৰ শিক্ষাৰ কথা সোধে।

সেই প্ৰশ্নৰ উত্তৰতে বাবাই কয় যে হয়, মই শিক্ষিত, মই আই আই টি বম্বেৰ পৰা এৰোস্পেচত ইঞ্জিনিয়াৰিং কৰিছো। লগে লগে স্তম্ভিত হৈ পৰে প্ৰশ্ন সোধোতা।

এই IITian বাবাৰ প্ৰকৃত নাম অভয় সিং। সন্ন্যাস লোৱাৰ কাৰণ বুজাই বাবাই কয় যে এইখনেই শ্ৰেষ্ঠ ৰাজ্য। জ্ঞানৰ পিছত গৈ থাকক, আগবাঢ়ি যাওক, কিমান দূৰলৈ যাব? অৱশেষত এই আধ্যাত্মিকতাই পাব।

শিক্ষিত বাবাই কয় যে তেওঁ মূলতঃ হাৰিয়ানাৰ। তেওঁৰ জন্মস্থান হাৰিয়ানা, কিন্তু তেওঁ বহু চহৰত বসবাস কৰি আহিছে। আই আই টি মুম্বাইত ৪ বছৰ পঢ়াৰ পিছত তেওঁৰ আগ্ৰহ ফটোগ্ৰাফীৰ প্ৰতি আকৰ্ষিত হয়। ৩ ইডিয়টছ ছবিৰ দৰেই তেওঁ অভিযান্ত্ৰিকতাৰ পিছত ফটোগ্ৰাফীত কেৰিয়াৰ গঢ়িব বিচাৰিছিল। এই সময়ছোৱাত তেওঁ ১ বছৰ পদাৰ্থ বিজ্ঞানৰ অধ্যয়নো কৰিছিল। কলাত স্নাতকোত্তৰ কৰাৰ পিছত ফটোগ্ৰাফী আৰম্ভ কৰিছিল। কিন্তু শেষত একোতে মন নবহাত, সকলো এৰি আধ্যাত্মিকতাৰ দিশত আগবাঢ়ি বৈৰাগ্য ল’লে। বৰ্তমানে তেঁও অতিকে শান্ত আৰু সুখী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: IIT BabaMahakumbhPrayagraj
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!
বাণিজ্য

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

April 10, 2026
Next Post
অসমৰ এক ঠাইত সন্ধিয়া ৭বজাৰ পিছত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব মুছলমান মহিলা

অসমৰ এক ঠাইত সন্ধিয়া ৭বজাৰ পিছত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব মুছলমান মহিলা

চন্দ্ৰ মংগল বিশেষ যুতিয়ে সলনি কৰি তুলিব ৩ ৰাশিৰ জীৱন

চন্দ্ৰ মংগল বিশেষ যুতিয়ে সলনি কৰি তুলিব ৩ ৰাশিৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.