• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰ জি কাৰ হাস্পতাল গোচৰ, ২.৪৫ বজাত ঐতিহাসিক ৰায়দান, সঞ্জয়ৰ কি হ’ব শাস্তি

1 year ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

20 minutes ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

42 minutes ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

1 hour ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

2 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

3 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

4 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

5 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

6 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

7 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আৰ জি কাৰ হাস্পতাল গোচৰ, ২.৪৫ বজাত ঐতিহাসিক ৰায়দান, সঞ্জয়ৰ কি হ’ব শাস্তি

editor by editor
January 20, 2025
in বিবিধ, ভাৰত
0
আৰ জি কাৰ হাস্পতাল গোচৰ, ২.৪৫ বজাত ঐতিহাসিক ৰায়দান, সঞ্জয়ৰ কি হ’ব শাস্তি
0
SHARES
681
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰ জি কাৰ হাস্পতাল গোচৰ, ২.৪৫ বজাত ঐতিহাসিক ৰায়দান, সঞ্জয়ৰ কি হ’ব শাস্তি

বিগত বৰ্ষৰ ৯ আগষ্টৰ সংঘিটত হোৱা ঘটনাই সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি কৰা আৰু দীৰ্ঘদিন ধৰি প্ৰতিবাদ অব্যাহত থকা সেই মহিলা চিকিৎসকৰ সৈতে সংঘটিত হোৱা জঘন্য অপৰাধৰ আজি ঐতিহাসিক ৰায়দান।

ছিয়ালডাহ আদালতৰ অতিৰিক্ত জিলা আৰু অধিবেশন ন্যায়াধীশ অনিৰ্বন দাসে শনিবাৰে সঞ্জয় ৰায়ক যোৱা বছৰৰ ৯ আগষ্টত চিকিৎসালয়ত এগৰাকী স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰে।

পশ্চিম বংগৰ ৰাজধানী কলকাতাৰ আৰ জি কৰ গোচৰত আজি ঘোষণা কৰা হ’ব এই শাস্তি। এতিয়া দিনৰ ২.৪৫ বজাত আদালতে ৰায় দিব। ইয়াৰ পূৰ্বে দুপৰীয়া ২.৩০ বজাৰ পিছত ৰায়দানৰ কথা আছিল যদিও দোষী আৰু অন্যান্যৰ চূড়ান্ত বক্তব্য শুনানি গ্ৰহণ কৰি আদালতে দুপৰীয়া ২.৪৫ বজালৈকে ৰায় সংৰক্ষিত কৰি ৰাখে।

ইয়াৰ পূৰ্বে কলকাতাৰ আদালতে চৰকাৰী আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰত সঞ্জয় ৰায়ক দোষী সাব্যস্ত কৰিছিল। যিবোৰ ধাৰাত ৰয়ক দোষী সাব্যস্ত কৰা হৈছে, সেইবোৰৰ অধীনত তেওঁ নূন্যতম যাৱজ্জীৱন কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে, আনহাতে সৰ্বোচ্চ মৃত্যুদণ্ড হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি
জীৱনশৈলী

May 21, 2026
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

May 21, 2026
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

May 21, 2026
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?
জীৱনশৈলী

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

May 21, 2026
Next Post
আৰ জি কাৰ হাস্পতালৰ মহিলা চিকিৎসকৰ সৈতে হোৱা জঘন্য ঘটনাৰ ৰায়দান- যাৱজ্জীৱন শাস্তি

ঋষভ পন্তেই হ’ব লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন