• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ ঘৰলৈ আহিব ৰাহু, সকলো কামতেই ভাগ্যৰ সংগ পাব ৩ৰাশিৰ জাতকে

শনিৰ ঘৰলৈ আহিব ৰাহু, সকলো কামতেই ভাগ্যৰ সংগ পাব ৩ৰাশিৰ জাতকে

2 years ago
প্ৰেম নে ভালপোৱাৰ অভিনয়? এই ৩টা উপায়েৰে বুজি লওক সহজে

প্ৰেম নে ভালপোৱাৰ অভিনয়? এই ৩টা উপায়েৰে বুজি লওক সহজে

30 minutes ago
মাতৃ হ’ল সামান্থা ৰুথ প্ৰভু, সামাজিক মাধ্যমত সকলোৱে জনাইছে শুভেচ্ছা

মাতৃ হ’ল সামান্থা ৰুথ প্ৰভু, সামাজিক মাধ্যমত সকলোৱে জনাইছে শুভেচ্ছা

1 hour ago
মুছলমানক টাৰ্গেট কৰি ৰাষ্ট্ৰহীন কৰিব বিচৰা হৈছেঃ ABMSU

মুছলমানক টাৰ্গেট কৰি ৰাষ্ট্ৰহীন কৰিব বিচৰা হৈছেঃ ABMSU

2 hours ago
আগন্তুক ডেৰ বছৰ এই ৪ ৰাশিৰ কঠিন হ’ব সময়!

আগন্তুক ডেৰ বছৰ এই ৪ ৰাশিৰ কঠিন হ’ব সময়!

3 hours ago
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ আহিল সেই দুখৰ খবৰ…

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ আহিল সেই দুখৰ খবৰ…

3 hours ago
মাতৃৰ সন্মুখৰ পৰাই ৯ বছৰীয়া কন্যাক অপহৰণ

মাতৃৰ সন্মুখৰ পৰাই ৯ বছৰীয়া কন্যাক অপহৰণ

4 hours ago
ছিৰাজে মূল একাদশত স্থান নোপোৱাক লৈ বিতৰ্ক তুংগত, ‘তেওঁৰ নাম ছিৰাজ, সেইটোৱেই কাৰণ!’

ছিৰাজে মূল একাদশত স্থান নোপোৱাক লৈ বিতৰ্ক তুংগত, ‘তেওঁৰ নাম ছিৰাজ, সেইটোৱেই কাৰণ!’

4 hours ago
৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!

ভাগ্য সলনি হ’ব এই ৪ ৰাশিৰ! আৰ্থিক দিশত শুভফল লাভৰ যোগ

5 hours ago
এয়াই নেকি সোণ কিনাৰ উত্তম সময়?

এয়াই নেকি সোণ কিনাৰ উত্তম সময়?

6 hours ago
আমেৰিকাত পাকিস্তানক লৈ মন্তব্য ৰাহুল গান্ধীৰ

আমেৰিকাত পাকিস্তানক লৈ মন্তব্য ৰাহুল গান্ধীৰ

7 hours ago
বিৱাহিত জীৱনৰ অশান্তি, আৰ্থিক সমস্যা দূৰ কৰিবলৈ…

বিৱাহিত জীৱনৰ অশান্তি, আৰ্থিক সমস্যা দূৰ কৰিবলৈ…

7 hours ago
Burj Khalifaতকৈও অধিক ব্যয়ৰে নিৰ্মিত গেম GTA 6 মুকলি

Burj Khalifaতকৈও অধিক ব্যয়ৰে নিৰ্মিত গেম GTA 6 মুকলি

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ ঘৰলৈ আহিব ৰাহু, সকলো কামতেই ভাগ্যৰ সংগ পাব ৩ৰাশিৰ জাতকে

শনিৰ ঘৰলৈ আহিব ৰাহু, সকলো কামতেই ভাগ্যৰ সংগ পাব ৩ৰাশিৰ জাতকে

editor by editor
January 22, 2025
in জীৱনশৈলী, ভাৰত
0
শনিৰ ঘৰলৈ আহিব ৰাহু, সকলো কামতেই ভাগ্যৰ সংগ পাব ৩ৰাশিৰ জাতকে
0
SHARES
12.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই বছৰ মে মাহত গোচৰ কৰিব ৰাহুৱে৷ শনিৰ ৰাশি কুম্ভত ৰাহুৰ প্ৰৱেশৰ ফলত নানান দিশৰ পৰা লাভৱান হ’ব এই তিনি ৰাশিৰ জাতক৷ জানি থওক তালিকাত কোন কোন আছে?

আগন্তুক ১৮ মে ২০২৫ত নিজৰ অৱস্থান পৰিবৰ্তন কৰিব ৰাহুৱে৷ বৰ্তমান ছায়াগ্ৰহ ৰাহুৱে মীন ৰাশিত অৱস্থান কৰিছে৷ বক্ৰী চলনত এই গ্ৰহই ইয়াৰ পাছতেই কুম্ভ ৰাশিত প্ৰৱেশ কৰিব৷ কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি৷ আৰু কেইমাহমান পাছতেই শনিৰ ঘৰলৈ আহিব ৰাহু৷

ৰাহু আৰু কেতু

ৰাহু আৰু কেতুক বৈদিক জ্যোতিষত পাপী গ্ৰহ বুলি কোৱা হয়৷ এই দুই গ্ৰহই সকলো সময়তে বক্ৰী চলনেৰে গোচৰ কৰে৷ ৰাহু আৰু কেতুৰ গোচৰৰ প্ৰভাৱত বিভিন্ন ৰাশিত উল্লেখযোগ্য ভাৱে লক্ষ্য কৰা যায়৷ আগন্তুক ১৮ মেত ৰাহুৱে মীন ৰাশি এৰি কুম্ভ ৰাশিলৈ আহিলে কোনো কোনো ৰাশিত ভাল আৰু কোনো কোনো ৰাশিত বেয়া প্ৰভাৱ পৰিব৷ জ্যোতিষ গণনাত দেখা গৈছে যে তিনি ৰাশিৰ জাতকৰ কেৰিয়াৰত ৰাহুৰ গোচৰৰ শুভ প্ৰভাৱ পৰিব৷ জানি থওক কুম্ভ ৰাশিৰ ৰাহু আহিলে নানান দিশৰ পৰা কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?

মিথুন ৰাশি

ৰাহুৰ ৰাশি পৰিবৰ্তনৰ প্ৰভাৱত শুভ ফল পাব মিথুন ৰাশিৰ জাতকে৷ এই সময়ত কেৰিয়াৰত বৃহৎ সাফল্য লাভ কৰিব আপুনি৷ ৰৈ থকা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ সকলো কামতে ভাগ্যক নিজৰ কাষত পাব মিথুন ৰাশিৰ জাতকে৷ আত্মবিশ্বাসেৰে তুংগত থাকিব আপুনি৷ চাকৰিত পদোন্নতি হ’ব পাৰে৷ ব্যৱসায়ত বৃহৎ লাভ কৰাৰ যোগ আছে৷ সাংসৰিক পৰিবেশত সুখ শান্তি থাকিব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ যিসকল গৱেষণাৰ কামত যুক্ত, ৰাহুৰ গোচৰৰ প্ৰভাৱত বৃহৎ সাফল্য পাব তেওঁলোকে৷ মে মাহৰ পাছৰে পৰা সুখৰ সময় আহিব আপোনাৰ জীৱনত৷ এই সময়ত আপুনি কোনো নতুন কামত হাত দিলে সফল হ’ব৷ মকৰ ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷

ধনু ৰাশি

ৰাহুৰ গোচৰৰ প্ৰভাৱত প্ৰচুৰ আৰ্থিক লাভ হ’ব ধনু ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত উন্নতিৰ গ্ৰাফে আকাশ চুব৷ নতুন কামৰ দায়িত্ব পাব এই ৰাশিৰ জাতকে৷ কৰ্মসূত্ৰে বিদেশ যাত্ৰা কৰিব পাৰে৷ বিদেশত কোনো নামজ্বলা ইউনিভাৰ্ছিটিত পঢ়াশুনা কৰাৰ আপোনাৰ দীৰ্ঘদিনৰ ইচ্ছা এই সময়ত পূৰণ হ’ব পাৰে৷ পৰিয়ালত সুখ শান্তিৰ পৰিবেশ থাকিব৷ দাম্পত্য জীৱন ভালে থাকিব৷ এই সময়ত কোনো সুখবৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেম নে ভালপোৱাৰ অভিনয়? এই ৩টা উপায়েৰে বুজি লওক সহজে
জীৱনশৈলী

প্ৰেম নে ভালপোৱাৰ অভিনয়? এই ৩টা উপায়েৰে বুজি লওক সহজে

November 20, 2026
মুছলমানক টাৰ্গেট কৰি ৰাষ্ট্ৰহীন কৰিব বিচৰা হৈছেঃ ABMSU
ৰাজনীতি

মুছলমানক টাৰ্গেট কৰি ৰাষ্ট্ৰহীন কৰিব বিচৰা হৈছেঃ ABMSU

November 20, 2026
আগন্তুক ডেৰ বছৰ এই ৪ ৰাশিৰ কঠিন হ’ব সময়!
জীৱনশৈলী

আগন্তুক ডেৰ বছৰ এই ৪ ৰাশিৰ কঠিন হ’ব সময়!

November 20, 2026
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ আহিল সেই দুখৰ খবৰ…
ৰাজনীতি

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ আহিল সেই দুখৰ খবৰ…

November 20, 2026
Next Post
ভাইৰেল হৈয়েই ভাগ্য সলনি! কুম্ভৰ পৰা ৰূপালী পৰ্দালৈ আহি আছে মনালিছা

ভাইৰেল হৈয়েই ভাগ্য সলনি! কুম্ভৰ পৰা ৰূপালী পৰ্দালৈ আহি আছে মনালিছা

মহাকাশত লুকাই আছে মাণিক! গ্ৰহাণু ১৬ ছাইকিৰ সন্ধানত NASAৰ ৰকেট

মহাকাশত লুকাই আছে মাণিক! গ্ৰহাণু ১৬ ছাইকিৰ সন্ধানত NASAৰ ৰকেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.