• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকাশত লুকাই আছে মাণিক! গ্ৰহাণু ১৬ ছাইকিৰ সন্ধানত NASAৰ ৰকেট

মহাকাশত লুকাই আছে মাণিক! গ্ৰহাণু ১৬ ছাইকিৰ সন্ধানত NASAৰ ৰকেট

1 year ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

26 minutes ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

54 minutes ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

1 hour ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

24 hours ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

1 day ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

1 day ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

1 day ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

1 day ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

1 day ago
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

1 day ago
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাকাশত লুকাই আছে মাণিক! গ্ৰহাণু ১৬ ছাইকিৰ সন্ধানত NASAৰ ৰকেট

মহাকাশত লুকাই আছে মাণিক! গ্ৰহাণু ১৬ ছাইকিৰ সন্ধানত NASAৰ ৰকেট

editor by editor
January 22, 2025
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
মহাকাশত লুকাই আছে মাণিক! গ্ৰহাণু ১৬ ছাইকিৰ সন্ধানত NASAৰ ৰকেট
0
SHARES
307
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লোহা আছে, থাক থাককৈ সজাই থোৱা আছে নিকেল, সোণৰ দৰে দামী ধাতু৷ সংক্ষেপে ক’বলৈ গ’লে এই গ্ৰহাণুৰ মাজত ধাতৱ সম্পদৰ পৰিমাণ বিপুল৷ হিচাপ কৰি দেখা গৈছে যে ইয়াত থকা সম্পদৰ পৰিমাণ বিপুল৷ হিচাপ কৰি দেখা গৈছে ইয়াৰ পৰিমান মাৰ্কিন ডলাৰৰ অংকত প্ৰায় ১০,০০০ কোয়াড্রিলন৷

মহাশূন্যত ইয়াক গুপ্তধনৰ গুহা বুলিও কোৱা হয়৷ সেই গুপ্তধনৰ ভাণ্ডাৰেই  বিচাৰি পাইছে নাছাই৷ এই বিশেষ ভাণ্ডাৰৰ নাম দিয়া হৈছে এছট্ৰয়েড ১৬ ছাইকি৷ বিজ্ঞানীৰ মত, এই গ্ৰহাণুত ইমান মহামূল্যবান সম্পদ আছে যি সম্পদ পৃথিৱীবাসীয়ে যদি পায় তেন্তে ধৰাধামৰ প্ৰত্যেক মানুহেই নিশাৰ ভিতৰত লাখপতি হৈ উঠিব পাৰিব৷ এই লোভনীয় খবৰ লাভ কৰিয়েই নাছা নামি পৰিছে ১৬ ছাইকিৰ অভিযানত৷ এই এম টাইপ গ্ৰহাণুটোৰ অৱস্থান মঙ্গল আৰু বৃহস্পতিৰ মাজৰ অংশত৷ দূৰত্ব প্ৰায় ২.২ বিলিয়ন মাইল৷

বিগত অক্টোবৰ মাহত নাছাৰ তৰফৰ পৰা ১৬ ছাইকিৰ উদ্দেশ্যি এখন স্পেছ এক্স ফেলকন ৰকেট পঠিয়াই দিয়া হৈছে৷ কিন্তু গন্তব্য স্থানত উপস্থিত হ’বলৈ এতিয়াও আৰু বহু সময় লাগিব৷ বিজ্ঞানীয়ে জনাইছে যে ২০২৯ চনৰ আগষ্ট মাহত লক্ষ্যত উপস্থিত হ’ব এই ৰকেট৷ অৱশ্যে উপস্থিত হয়েই ৰকেটখনে গ্ৰহাণুত অৱতৰণ নকৰে৷ পৃথিৱীৰ পৰা প্ৰায় ৩৯১ মিলিয়ন কিঃমিঃ দূৰত্বত অৱস্থিত এই গ্ৰহাণুটোক প্ৰদক্ষিণ কৰিবলৈ কেইবাপাকো ঘূৰিব লাগিব৷ অৱশ্যে এই ৰকেট পঠোৱাৰ উদ্দেশ্য সম্পূৰ্ণ বৈজ্ঞানিক বুলি দাবী নাছাৰ৷ সোণ, লোহা, নিকেলৰ দৰে মূল্যবান ধাতব পদাৰ্থ আহৰণৰ প্ৰচেষ্টাৰ পূৰ্বে নাছাই জনাব বিচাৰিছে যে গ্ৰহাণুটোৰ ভৌগোলিক গঠন, ধাতৱ ভাণ্ডাৰৰ উৎসৰ কাৰণ৷ অন্যান্য গ্ৰহাণুৰ পৰা বহু পৃথক হোৱাৰ বাবে ইয়াৰ উৎপত্তি আৰু কাঠামোক লৈ বিস্তাৰিত গৱেষণাত আগ্ৰহী নাছা৷ নাছাৰ বিজ্ঞানীৰ যুক্তি, এই গ্ৰহাণুটোৰ আকৃতি প্ৰায় ৬৪,০০০ বৰ্গমাইল৷ এই গ্ৰহাণুটো ১৪০ মাইল বহল৷ সাধাৰণ গ্ৰহাণু শিলৰ আকৃতিৰ হয় বা বৰফাবৃত হয়৷ ১৬ ছাইকি গ্ৰহাণুক বৰ্তমান কাল্টিভেট কৰিব খুজিছে নাছাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?
জীৱনশৈলী

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

June 5, 2026
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু
ভাৰত

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

June 5, 2026
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!
জীৱনশৈলী

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

June 5, 2026
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?
অসম

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

June 4, 2026
Next Post
কলিযুগত মৰ্ত্যৰ পৰা স্বৰ্গলৈ উভতিব গংগা নদী, কি কৈছে একাধিক পুৰাণে?

কলিযুগত মৰ্ত্যৰ পৰা স্বৰ্গলৈ উভতিব গংগা নদী, কি কৈছে একাধিক পুৰাণে?

চীনৰ বিৰুদ্ধে ট্ৰাম্পৰ বিশেষ সিদ্ধান্ত, শলঠেকত জিনপিঙৰ দেশ

চীনৰ বিৰুদ্ধে ট্ৰাম্পৰ বিশেষ সিদ্ধান্ত, শলঠেকত জিনপিঙৰ দেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.