• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জেমছ এণ্ডাৰছনৰ ইতিহাসৰ শ্ৰেষ্ঠ ১১ খেলুৱৈ, দলত চাৰি ভাৰতীয় কিংবদন্তি

জেমছ এণ্ডাৰছনৰ ইতিহাসৰ শ্ৰেষ্ঠ ১১ খেলুৱৈ, দলত চাৰি ভাৰতীয় কিংবদন্তি

1 year ago
ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি

ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি

10 minutes ago
বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

1 hour ago
তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

2 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

3 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

4 hours ago
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

5 hours ago
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

6 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

6 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

7 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

8 hours ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

জেমছ এণ্ডাৰছনৰ ইতিহাসৰ শ্ৰেষ্ঠ ১১ খেলুৱৈ, দলত চাৰি ভাৰতীয় কিংবদন্তি

editor by editor
January 22, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত
0
জেমছ এণ্ডাৰছনৰ ইতিহাসৰ শ্ৰেষ্ঠ ১১ খেলুৱৈ, দলত চাৰি ভাৰতীয় কিংবদন্তি
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জেমছ এণ্ডাৰছনৰ ইতিহাসৰ শ্ৰেষ্ঠ ১১ খেলুৱৈ, দলত চাৰি ভাৰতীয় কিংবদন্তি

ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন কিংবদন্তি দ্ৰুত বলাৰ জেমছ এণ্ডাৰছনৰ বিষয়ে নজনা হয়তো কোনো ক্ৰিকেট প্ৰেমী নাই। টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা বিশ্বৰ প্ৰথমজন বেগী বলাৰ। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে ৪২ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।

শেহতীয়াকৈ টকস্প’ৰ্ট ক্ৰিকেট ইউটিউব চেনেলত প্ৰাক্তন সতীৰ্থ ষ্টিভ হাৰমিছনৰ সৈতে বিশেষ কথা-বতৰা পাতিছিল প্ৰাক্তন ইংৰাজ বেগী বলাৰগৰাকীয়ে। এই সময়ছোৱাত দুয়োগৰাকী কিংবদন্তিৰ মাজত শ্ৰেষ্ঠ খেলুৱৈৰ বিষয়ে আলোচনা কৰা হয়।

এই কথা-বতৰাৰ সময়তে এণ্ডাৰছনে তেওঁৰ সৰ্বকালৰ শ্ৰেষ্ঠ এঘাৰ খেলুৱৈৰ বিষয়ে সদৰি কৰে। পাছে এই দলত নাই কেভিন পিটাৰছনৰ নাম। যাক ইংলেণ্ডৰ অন্যতম প্ৰতিভাৱান বেটছমেন হিচাপে গণ্য কৰা হয় তথা এণ্ডাৰছনৰ সতীৰ্থ।

এণ্ডাৰছনৰ এই সৰ্বকালৰ শ্ৰেষ্ঠ ১১ জনীয়া দলত স্থান পাইছে ৪গৰাকীকৈ ভাৰতীয় খেলুৱৈয়ে। দলৰ আৰম্ভণি যুটি হিচাপে নিৰ্বাচিত কৰিছে এলেষ্টাৰ কুক আৰু বীৰেন্দ্ৰ ছেহৱাগক। আনহাতে মিডল অৰ্ডাৰৰ দায়িত্ব বিৰাট কোহলী, জো ৰুট আৰু শচীন টেণ্ডুলকাৰৰ কান্ধত ন্যস্ত কৰা হৈছে। উইকেটকীপাৰ হিচাপে তেওঁ ভাৰতীয় যুৱ তাৰকা ঋষভ পন্তৰ বাহিৰে আন কাকো দলত অন্তৰ্ভুক্ত কৰা নাই।

এণ্ডাৰছনৰ নিৰ্বাচিত সৰ্বকালৰ শ্ৰেষ্ঠ ১১ – ছাৰ এলেষ্টাৰ কুক, বীৰেন্দ্ৰ ছেহৱাগ, শচীন টেণ্ডুলকাৰ, বিৰাট কোহলী, জো ৰুট, এণ্ড্ৰু ফ্লিণ্টফ, ঋষভ পন্ত, শ্বেন ৱাৰ্ণ, ষ্টুয়াৰ্ট ব্ৰড, গ্লেন মেকগ্ৰাথ আৰু ডেল ষ্টেইন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AndersonBest Playing 11cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি
ভাৰত

ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি

April 27, 2026
বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!
জীৱনশৈলী

বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

April 27, 2026
তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!
জীৱনশৈলী

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

April 27, 2026
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

April 27, 2026
Next Post
অতিকে শোকাৱহ, জুই লগা বুলি উৰাবাতৰিৰ পাছতে চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে ১০ জনে

অতিকে শোকাৱহ, জুই লগা বুলি উৰাবাতৰিৰ পাছতে চলন্ত ৰে'লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে ১০ জনে

য়ুজবেন্দ্ৰ চহলৰ ৰেকৰ্ড ভংগ কৰি ইতিহাস ৰচিলে অৰ্শ্বদীপে

য়ুজবেন্দ্ৰ চহলৰ ৰেকৰ্ড ভংগ কৰি ইতিহাস ৰচিলে অৰ্শ্বদীপে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.