• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, জুই লগা বুলি উৰাবাতৰিৰ পাছতে চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে ১০ জনে

অতিকে শোকাৱহ, জুই লগা বুলি উৰাবাতৰিৰ পাছতে চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে ১০ জনে

2 years ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

41 minutes ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

1 hour ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

2 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

3 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

4 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

5 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

6 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

21 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

21 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

22 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

23 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে শোকাৱহ, জুই লগা বুলি উৰাবাতৰিৰ পাছতে চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে ১০ জনে

editor by editor
January 22, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
অতিকে শোকাৱহ, জুই লগা বুলি উৰাবাতৰিৰ পাছতে চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে ১০ জনে
0
SHARES
699
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, জুই লগা বুলি উৰাবাতৰিৰ পাছতে চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে ১০ জনে

এক অতিকে শোকাৱহ দুৰ্ঘটনাই কঁপাই গ’ল দেশ। উৰাবাতৰিৰ বাবেই প্ৰাণ হেৰুৱালে ১০ গৰাকী লোকে। জুই লগা বুলি উৰাবাতৰিৰ পাছতে চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে ১০ জনে। মহাৰাষ্ট্ৰৰ জলগাঁৱত সংঘটিত হৈছে এই শোকাৱহ ৰেল দুৰ্ঘটনা।

পাচোৰাৰ পৰ্ধাডে ষ্টেচনৰ সমীপৰ পুষ্পক এক্সপ্ৰেছত অগ্নিকাণ্ডৰ উৰাবাতৰি বিয়পি পৰাৰ পিছতে আতংকৰ সৃষ্টি হয় যাত্ৰীসকলৰ মাজত। যাৰ বাবে আতংকিত বহু যাত্ৰীয়ে শিকলি টানি ৰেলৰ পৰা বাহিৰলৈ জপিয়াবলৈ ধৰে।

কিন্তু, যাত্ৰীসকল যিটো ট্ৰেকত জপিয়াই, সেই ট্ৰেকতে বিপতীৰ দিশৰ পৰা অহা কৰ্ণাটক এক্সপ্ৰেছৰ খুন্দাত প্ৰাণ হেৰুৱায়। দুৰ্ঘটনাত ১০ জন যাত্ৰীৰ মৃত্যু। আনহাতে বহু যাত্ৰী আহত ।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হয় ৰে’ল বিভাগৰ বিষয়া। মহাৰাষ্ট্ৰৰ মন্ত্ৰী গিৰীশ মহাজনে কয় যে জলগাঁও জিলাৰ কালেক্টৰৰ তথ্য অনুসৰি এই দুৰ্ঘটনাত ১০ৰ পৰা ১২জন যাত্ৰীৰ মৃত্যু হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে।

ঘটনা সন্দৰ্ভত ৰে’লৱেৰ এগৰাকী বিষয়াই জনোৱা মতে, প্ৰাৰম্ভিক তথ্য অনুসৰি পুষ্পক এক্সপ্ৰেছৰ ডবা এটাৰ ভিতৰত গৰম এক্সেল বা ব্ৰেক-বাইণ্ডিঙৰ বাবে স্ফুলিংগৰ সৃষ্টি হয় আৰু যাক একাংশ যাত্ৰীয়ে ভয় খাই ৰেলত জুই লগা বুলি ভাৱে।

সেয়ে প্ৰাণৰ মমতাত ৰেলৰ শিকলি টানি আগ পিছ নুগুনি বাহিৰলৈ জপিয়াই দিয়ে। কিন্তু ঠিক সেই সময়তে কাষেৰে কৰ্ণাটক এক্সপ্ৰেছ পাৰ হৈ যোৱাত এই মৰ্মান্তিক ঘটনা সংঘটিত হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentmaharastraMany Diedtrain accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!
জীৱনশৈলী

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

August 17, 2026
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু
বিনোদন

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

August 17, 2026
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ
অসম

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

August 17, 2026
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে
বিনোদন

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

August 17, 2026
Next Post
য়ুজবেন্দ্ৰ চহলৰ ৰেকৰ্ড ভংগ কৰি ইতিহাস ৰচিলে অৰ্শ্বদীপে

য়ুজবেন্দ্ৰ চহলৰ ৰেকৰ্ড ভংগ কৰি ইতিহাস ৰচিলে অৰ্শ্বদীপে

গতিপথ সলনি বুধৰ, উপকৃত হ’ব ৫ ৰাশিৰ লোক, সূৰ্য্যগ্ৰহৰো দয়া

গতিপথ সলনি বুধৰ, উপকৃত হ'ব ৫ ৰাশিৰ লোক, সূৰ্য্যগ্ৰহৰো দয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.