• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুকাৰত সিজাই দিয়া হ’ল ১৩ বছৰীয়া সংসাৰ, কেনেকৈ নিজ স্বামীয়ে কৰিলে এই কাণ্ড?

কুকাৰত সিজাই দিয়া হ’ল ১৩ বছৰীয়া সংসাৰ, কেনেকৈ নিজ স্বামীয়ে কৰিলে এই কাণ্ড?

2 years ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

20 minutes ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

56 minutes ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

1 hour ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

2 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

5 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

5 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

6 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

7 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

7 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

8 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

কুকাৰত সিজাই দিয়া হ’ল ১৩ বছৰীয়া সংসাৰ, কেনেকৈ নিজ স্বামীয়ে কৰিলে এই কাণ্ড?

কুকাৰত সিজাই দিয়া হ’ল ১৩ বছৰীয়া সংসাৰ, কেনেকৈ নিজ স্বামীয়ে কৰিলে এই কাণ্ড?

editor by editor
January 23, 2025
in Uncategorized, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
কুকাৰত সিজাই দিয়া হ’ল ১৩ বছৰীয়া সংসাৰ, কেনেকৈ নিজ স্বামীয়ে কৰিলে এই কাণ্ড?
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বেছ কিছুদিন ধৰি সন্ধানহীন হৈ আছিল এগৰাকী মহিলা৷ তেওঁৰ পৰিয়ালৰ তৰফৰ পৰা থানাত নিখোজক লৈ এখন অভিযোগনামাও দাখিল কৰা হৈছিল৷ আৰক্ষীয়ে এই ঘটনাৰ তদন্তত নামিয়েই সন্দেহৰ তীৰ টোৱাইছিল মহিলাগৰাকীৰ স্বামীৰ দিশে৷ শেষ পৰ্যন্ত আৰক্ষীৰ সন্দেহ সত্যত পৰিণত হ’ল৷ আৰক্ষীয়ে লাভ কৰা শিহঁৰণকাৰী তথ্যই কঁপাই তুলিব আপোনাকো৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ সূত্ৰৰ খবৰ অনুসৰি আৰক্ষীৰ সোধপোছত স্বামীয়ে জনাইছে কেনেকৈ পত্নীক হত্যা কৰিলে৷

ঘটনাটো হায়দৰাবাদৰ৷ জানুৱাৰীৰ মাজভাগতেই নিখোঁজ হৈছিল পুট্টাভেংকট মাধৱী নামৰ ৩৫ বছৰীয়া মহিলাগৰাকী৷ ১৬ জানুৱাৰীত মাধৱীৰ পিতৃ মাতৃয়ে আৰক্ষীৰ ওচৰত কন্যা নিখোজৰ অভিযোগনামা দাখিল কৰিছিল৷ অভিযোগৰ ভিত্তিতেই তদন্তত নামে মীৰপেট থানাৰ আৰক্ষী৷ সেই মহিলাৰ স্বামী গুৰু মূৰ্তিক সোধপোছ আৰম্ভ কৰে আৰক্ষীয়ে৷ গুৰুৱে দাবী কৰিছিল, কেইবাদিন পূৰ্বে তেওঁৰ সৈতে কাজিয়া কৰি পত্নীয়ে ঘৰ এৰি গুচি গৈছে৷ কোনো আত্মীয়ৰ ঘৰলৈ গৈছে বুলিও দাবী কৰিছিল গুৰুৱে৷ কিন্তু আৰক্ষীৰ জেৰা যিমানেই বাঢ়ি গ’ল স্বামীৰ ভাষ্যও লাহে লাহে সলনি হ’বলৈ ধৰিলে৷

খঙতেই স্বামী গুৰুৱে পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰি লয়৷ পত্নীক কেনেকৈ হত্যা কৰিলে তাৰো শিঁহৰণকাৰী বৰ্ণনা দিলে গুৰুৱে৷ আৰক্ষীৰ সন্মুখত গুৰুৰ স্বীকাৰোক্তি, খঙৰ ভমকত তেওঁ পত্নীক হত্যা কৰিলে৷ এই হত্যাৰ প্ৰমাণ লুকুৱাবলৈকে কৰিব লগা হ’ল একাধিক কাম৷ ঘৰৰ শৌচাগাৰত দেহটো টুকুৰা টুকুৰকৈ কাটিলে৷ তাৰপাছতেই দেহাংশসমূহ কুকাৰত সিজাই দিলে৷ ইয়াৰ পাছতেই হাঁড় পৃথক কৰি সেইসমূহ আকৌ গুৰি কৰি পৃথককৈ সিজালে৷ ৩দিন ধৰি এই কাম ক্ৰমাগতভাৱে কৰি শেষ কৰিছিল৷ তাৰপাছতেই সিজাই লোৱা অংশসমূহ জলাশয়ত পেকেট কৰি পেলাই দিছিল গুৰুৱে৷

বুধবাৰে নিশা পৰ্যন্ত নিহত পত্নীৰ দেহাংশৰ কোনো অংশও আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে৷ গুৰুমূৰ্তিৰ দাবী অনুসৰিয়েই আৰক্ষীয়ে তদন্তত নামিছে৷ একাধিক আৰক্ষীৰ লগতে ডগ স্কোয়াডকো এই তদন্তত নমোৱা হৈছে৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি গুৰু মূৰ্তিৰ সৈতে মাধৱীৰ বিয়া হৈছিল ১৩ বছৰ পূৰ্বে৷ হায়দৰাবাদৰ বাসিন্দা এই পৰিয়ালটি৷ পূৰ্বে সেনাবাহিনীত কাম কৰিছিল গুৰুমূৰ্তিয়ে৷ বৰ্তমান এটা সংস্থাত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰে৷ সেই দম্পত্তিৰ ২ টা সন্তানো আছে৷ ঘটনাৰ দিনা দুই সন্তান ঘৰত নাছিল বুলিও জনাইছে গুৰুমূৰ্তিয়ে৷

নিখোজ হোৱাৰ অভিযোগ দাখিলৰ পাছতেই তদন্ত আৰম্ভ হ’লেও কিছুদিনৰ ভিতৰতেই এই ঘটনা এটা শিঁহৰণকাৰী হত্যাকাণ্ড হ’ব পাৰে বুলি কল্পনাও কৰিব পৰা নাছিল মাধৱীৰ পিতৃ মাতৃয়ে৷ যিহেতু এতিয়াও দেহাংশ পোৱা নাই আৰক্ষীয়ে সেয়ে এই ঘটনাক এতিয়াও নিখোজ গোচৰ হিচাপেই ধৰিছে আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!
অপৰাধ

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

September 10, 2026
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ
বিনোদন

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

September 10, 2026
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!
প্ৰযুক্তি

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

September 10, 2026
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!
বিশ্ব

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

September 10, 2026
Next Post
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে…? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে...? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

অষ্টম পে কমিছন কাৰ্যকৰী হ’লে কিমান বাঢ়িব কৰ্মচাৰীৰ দৰমহা? জানক সবিশেষ তথ্য

অষ্টম পে কমিছন কাৰ্যকৰী হ’লে কিমান বাঢ়িব কৰ্মচাৰীৰ দৰমহা? জানক সবিশেষ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.