• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নীতিশ কুমাৰৰ ৰোগৰ প্ৰকৃত কাৰণ দল বিভাজন নেকি!

নীতিশ কুমাৰৰ ৰোগৰ প্ৰকৃত কাৰণ দল বিভাজন নেকি!

1 year ago
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

20 minutes ago
মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

29 minutes ago
গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

58 minutes ago
জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

2 hours ago
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

3 hours ago
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

3 hours ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

15 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

16 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

16 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

16 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

17 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নীতিশ কুমাৰৰ ৰোগৰ প্ৰকৃত কাৰণ দল বিভাজন নেকি!

editor by editor
January 28, 2025
in ভাৰত, ৰাজনীতি
0
নীতিশ কুমাৰৰ ৰোগৰ প্ৰকৃত কাৰণ দল বিভাজন নেকি!
0
SHARES
238
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নীতিশ কুমাৰৰ ৰোগৰ প্ৰকৃত কাৰণ দল বিভাজন নেকি!

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ অসুস্থ হৈ পৰাৰ সময়ত ৰাজ্যত আৰম্ভ হৈছে নতুন ৰাজনৈতিক অস্থিৰতাৰ কাহিনী। নীতিশ কুমাৰ এনেদৰে অসুস্থ হৈ থকাৰ ফলত বিভিন্ন মহলত এতিয়া উত্থাপন হবলৈ ধৰিছে বিভিন্ন প্ৰশ্ন। যাৰ ফলত এন ডি এৰ ৰাজনীতি নিশ্চিতভাৱে সোমাই পৰিছে ৰহস্যৰ মাজত।

ইয়াৰ লগতে অন্য কেইবাখনো উল্লেখযোগ্য চেহেৰাই গা কৰি উঠা দেখা গৈছে , নীতিশ কুমাৰৰ স্বাস্থ্যৰ সুবিধা লৈ এন ডি এৰ সৰু সৰু দলবোৰৰ মাজত সংঘাতো অলপ বৃদ্ধি পাইছে।

যাৰ ফলত এতিয়া বিজেপিৰ বাবে এইটো ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে, কাৰণ বিহাৰৰ ‘চেয়াৰ পলিটিক্স’ত নীতিশ কুমাৰ তেওঁলোকৰ ট্ৰাম্প কাৰ্ড। আনহাতে যেতিয়াৰ পৰা নীতিশ কুমাৰে অসুস্থতাৰ বাবে গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ লোৱা নাছিল, তেতিয়াৰ পৰা বিৰোধীয়ে ইয়াক এন ডি এৰ বিভাজন হিচাপে মানিবলৈ আৰম্ভ কৰিছে।

আনহাতে ২৬ জানুৱাৰীৰ দিনা পতাকা উত্তোলনৰ বাবে নীতিশ কুমাৰ প্ৰথমে গান্ধী ময়দানলৈ গৈ পাছত প্ৰতি বছৰৰ দৰে কোনো এক দলিত সমাজত গৈ পতাকা উত্তোলন কৰা কাৰ্যসূচী আছিল। পাছে নীতিশ কুমাৰে পাটনাৰ গান্ধী মৈদানলৈ গৈ পতাকা উত্তোলনৰ পিছত মুখ্যমন্ত্ৰী পোনে পোনে নিজৰ বাসগৃহলৈহে যায়।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ঠাইত দলিত মহুলী গাঁৱত উপস্থিত হয় মন্ত্ৰী বিজয় চৌধুৰী। বিজয় চৌধুৰ উপস্থিতিত মহাদলিত গোটৰ বয়োজ্যেষ্ঠ সুভাষ ৰবিদাসে পতাকা উত্তোলন কৰে । এনেদৰে এই কাৰ্যসূচীতো উপস্থিত নথকাত এতিয়া দলটোৰ অন্তৰ্নমহলত বিভাজন হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখ্য যে, বিগত মাহত জানুৱাৰী মাহত পাটনাত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰিজাইডিং বিষয়াৰ এখন সন্মিলন অনুষ্ঠিত হৈছিল। তাত উপস্থিত আছিল লোকসভাৰ অধ্যক্ষ আৰু সকলো ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ। নীতিশ কুমাৰ আহি সেই অনুষ্ঠানত ভাষণ দিয়াৰ কথা আছিল। কিন্তু সেই কাৰ্যসূচীত উপস্থিত নহয় নীতিশ কুমাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bihar Cm Nitish Kumarbihar politicsnitish kumar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?
জীৱনশৈলী

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

May 22, 2026
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে
জীৱনশৈলী

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

May 22, 2026
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল
জীৱনশৈলী

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

May 22, 2026
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

May 21, 2026
Next Post
কিয় বাবা ছিদ্দিকীৰ সৈতে তেনে হ’ল, শ্বুটাৰে প্ৰকাশ কৰিলে বহু গোপন কথা

কিয় বাবা ছিদ্দিকীৰ সৈতে তেনে হ'ল, শ্বুটাৰে প্ৰকাশ কৰিলে বহু গোপন কথা

ক্ৰিকেটৰ ভগবানে যি কৰিব নোৱাৰিলে কোহলী-বুমৰাহে অনায়াসে কৰি দেখুৱালে

ক্ৰিকেটৰ ভগবানে যি কৰিব নোৱাৰিলে কোহলী-বুমৰাহে অনায়াসে কৰি দেখুৱালে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.