• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মমতা কুলকাৰ্নিৰ বিৰুদ্ধে একশ্ব্যন! কাঢ়ি লোৱা হ’ল মহামণ্ডলেশ্বৰ উপাধি, কিন্নৰ আখড়াৰ পৰা কিয় বাহিৰ কৰা হ’ল মমতাক?

মমতা কুলকাৰ্নিৰ বিৰুদ্ধে একশ্ব্যন! কাঢ়ি লোৱা হ’ল মহামণ্ডলেশ্বৰ উপাধি, কিন্নৰ আখড়াৰ পৰা কিয় বাহিৰ কৰা হ’ল মমতাক?

1 year ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

11 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

12 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

12 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

14 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

14 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

15 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

16 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

17 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

17 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

18 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

18 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মমতা কুলকাৰ্নিৰ বিৰুদ্ধে একশ্ব্যন! কাঢ়ি লোৱা হ’ল মহামণ্ডলেশ্বৰ উপাধি, কিন্নৰ আখড়াৰ পৰা কিয় বাহিৰ কৰা হ’ল মমতাক?

মমতা কুলকাৰ্নিৰ বিৰুদ্ধে একশ্ব্যন! কাঢ়ি লোৱা হ’ল মহামণ্ডলেশ্বৰ উপাধি, কিন্নৰ আখড়াৰ পৰা কিয় বাহিৰ কৰা হ’ল মমতাক?

editor by editor
January 31, 2025
in জীৱনশৈলী
0
মমতা কুলকাৰ্নিৰ বিৰুদ্ধে একশ্ব্যন! কাঢ়ি লোৱা হ’ল মহামণ্ডলেশ্বৰ উপাধি, কিন্নৰ আখড়াৰ পৰা কিয় বাহিৰ কৰা হ’ল মমতাক?
0
SHARES
555
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধুমধামকৈ সন্ন্যাস লৈছিল মমতা কুলকাৰ্নিয়ে৷ কিন্নৰ আখড়াৰ মহামণ্ডলেশ্বৰ কৰা হৈছিল মমতাক৷ মমতাই সন্ন্যাস লোৱাৰে পৰাই আৰম্ভ হৈছিল বিতৰ্কৰো৷ বহুতেই প্ৰশ্ন উত্থাপন কৰিছিল, ব্ৰহ্মচৰ্য, সাধুসেৱাৰ কি কোনো মূল্য নাই? শেষ পৰ্যন্ত মমতাক মহামণ্ডলেশ্বৰ পদৰ পৰা সেয়ে আঁতৰাই দিলে আখড়াৰ প্ৰতিষ্ঠাতা ঋষি অজয় দাসে৷

এই উপাধি তেওঁ আৰু ব্যৱহাৰ কৰিব নোৱাৰিব৷ কেৱল সেয়াই নহয় মমতাক এই উপাধি দিয়াৰ বাবে আচাৰ্য মহামণ্ডলেশ্বৰ ডঃ লক্ষ্মী নাৰায়ণ ত্ৰিপাঠিকো আঁতৰাই দিয়া হৈছে৷ বিতৰ্কৰ বাবেই এই সিদ্ধান্ত বুলি অনুমান কৰিছে বহুজনেই৷ এই প্ৰসংগত ঋষি অজয়দাসে স্পষ্টকৈ কয়, ‘কিন্নড় আখড়াৰ প্ৰতিষ্ঠাতা হিচাপে উজ্জয়িনী কুম্ভ ২০১৫-১৬ত নিযুক্ত আচাৰ্য মহামণ্ডলেশ্বৰ লক্ষ্মী নাৰায়ণ ত্ৰিপাঠিক মহামণ্ডলেশ্বৰ পদৰ পৰা অব্যাহতি দিয়া হৈছে৷

ইয়াৰ কাৰণো বাখ্যা কৰি তেওঁ কয়, ‘যি উদ্দেশ্যৰে তেওঁক এই পদ দিয়া হৈছিল, অৰ্থাৎ ধৰ্ম প্ৰচাৰ আৰু কিন্নৰ সমাজৰ উন্নতিৰ বাবে যি পথ দিয়া হৈছিল তাৰ পৰা বিচ্যুত হৈছে৷ আমাৰ অনুমতি অবিহনে ২০১৯ চনৰ প্ৰয়াগৰাজত কুম্ভ জুনা আখড়াৰ সৈতে লিখিত চুক্তি কৰিছে যি কেৱল অনৈতিকেই নহয় এক ধৰণৰ প্ৰতাৰণা৷ প্ৰতিষ্ঠাতাৰ সন্মতি আৰু স্বাক্ষৰ অবিহনে চুক্তি কৰা আইনৰ দিশৰ পৰাও বৈধ নহয়৷

বৈৰাগ্যৰ পথ অনুসৰণ কৰোৱাৰ পৰিবৰ্তে চিধাই মমতাক কোনো পদত প্ৰতিষ্ঠা কৰোৱাটো একেবাৰে উচিত কাম নহয়৷ সেয়ে  বাধ্য হৈ দেশৰ সনাতন ধৰ্ম আৰু সমাজৰ কল্যাণৰ বাবে তেওঁক এই পদৰ পৰা অব্যাহতি দিয়া হৈছে৷ কিন্নৰ আখড়াৰ প্ৰতীক আৰু চিহ্নৰ অৱমাননা কৰা হৈছে বুলিও অভিযোগ কৰিছে ঋষি অজয় দাসে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে
জীৱনশৈলী

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

June 5, 2026
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?
জীৱনশৈলী

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

June 5, 2026
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

June 5, 2026
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?
জীৱনশৈলী

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

June 5, 2026
Next Post
৬ হাজাৰৰ পৰা বঢ়াই ১২ হাজাৰ টকা দিব কেন্দ্ৰই! এই যোজনাৰ বাঢ়িব ধন

৬ হাজাৰৰ পৰা বঢ়াই ১২ হাজাৰ টকা দিব কেন্দ্ৰই! এই যোজনাৰ বাঢ়িব ধন

১২লাখ পৰ্যন্ত আয়ত নালাগে কোনো কৰ, মধ্যবিত্তক স্বাস্তি দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

১২লাখ পৰ্যন্ত আয়ত নালাগে কোনো কৰ, মধ্যবিত্তক স্বাস্তি দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.