• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২লাখ পৰ্যন্ত আয়ত নালাগে কোনো কৰ, মধ্যবিত্তক স্বাস্তি দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

১২লাখ পৰ্যন্ত আয়ত নালাগে কোনো কৰ, মধ্যবিত্তক স্বাস্তি দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

2 years ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

13 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

14 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

14 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

15 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

15 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

16 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

17 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

18 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

19 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

19 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

19 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১২লাখ পৰ্যন্ত আয়ত নালাগে কোনো কৰ, মধ্যবিত্তক স্বাস্তি দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

১২লাখ পৰ্যন্ত আয়ত নালাগে কোনো কৰ, মধ্যবিত্তক স্বাস্তি দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

editor by editor
February 1, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
১২লাখ পৰ্যন্ত আয়ত নালাগে কোনো কৰ, মধ্যবিত্তক স্বাস্তি দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
0
SHARES
218
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১২ লাখ টকা পৰ্যন্ত আয়ত দিব নালাগে কোনো কৰ৷ নতুন কৰ কাঠামোত লাভ কৰিব এই সুবিধা৷ শনিবাৰে ১ ফেব্ৰুৱাৰীত বাজেটত ডাঙৰ ঘোষণা কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ তেওঁ ঘোষণাত কয়, ‘চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ বেতনভোগীসকলৰ যিসকলে বছৰত ১২ লাখ ৭৫ হাজাৰ টকা পৰ্যন্ত আয় কৰে তেওঁলোকে দিব নালাগে কোনো আয়কৰ৷’

বাজেট বক্তৃতাত নতুন কৰ কাঠামোৰ কৰৰ নতুন শ্লেব ঘোষণা কৰে মন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ তেওঁ জনাইছে যে নতুন শ্লেৱত শূন্যৰ পৰা চাৰি লাখ টকা পৰ্যন্ত আয় শূন্য ৰখা হৈছে কৰৰ পৰিমাণ৷ ইয়াৰ পাছতেই ৪ৰ পৰা ৮লাখ পৰ্যন্ত আয়ত পাঁচ শতাংশ, ৮ৰ পৰা ১২লাখ আয়ত ১০শতাংশ আৰু ১২ৰ পৰা ১৬ লাখ টকাত ১৫শতাংশকৈ দিব লাগিব কৰ৷

কিন্তু ১২ লাখ টকা পৰ্যন্ত আয়ত বিভিন্ন ধৰণে কৰত ৰেহাই দিয়া হ’ব পাৰে৷ ইয়াৰোপৰি নতুন শ্লেৱত ১৬ৰ পৰা ২০লাখ টকা পৰ্যন্ত আয়ত ২০শতাংশ, ২০ৰ পৰা ২৪লাখ টকা পৰ্যন্ত আয়ত ২৫লাখ টকা আৰু ২৪লাখৰ ওপৰৰ আয়ৰ ক্ষেত্ৰত ৩০শতাংশ কৰৰ কথা কৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে৷

বিগত সময়ছোৱাত বাৰ্ষিক ৩লাখ টকা পৰ্যন্ত আয়ত আয়কৰ ৰেহাই আছিল৷ বছৰি আয়ৰ পৰিমাণ ৩ৰ পৰা ৭লাখ টকা হ’লে কৰ ধাৰ্য্য কৰা হৈছিল ৫শতাংশ৷ নতুন কৰ কাঠামোৰ পুৰণি শ্লেৱ অনুসৰি ৭ৰ পৰা ১০লাখ পৰ্যন্ত আয়ত ১০শতাংশ কৰ ধাৰ্য্য কৰিছিল কেন্দ্ৰই৷ ১০ৰ পৰা ১২ লাখ টকা পৰ্যন্ত ১৫শতাংশ, ১২ৰ পৰা ১৫ লাখ টকাত ২০শতাংশ আৰু ১৫লাখতকৈ বেছি আয়ৰ ক্ষেত্ৰত আছিল ৩০শতাংশ কৰ৷ বাজেট বক্তৃতাত আগন্তুক সপ্তাহত নতুন আয়কৰ বিল আহিব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে৷ তাতেই কৰৰ নিয়ম বহু সহজ কৰা হ’ব বুলি স্পষ্ট কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
বাজেটত ডাঙৰ ঘোষণাঃ ৩৬বিধ জীৱনদায়ী ঔষধৰ পৰা শুল্ক উঠাই লোৱা হ’ব, দেশৰ প্ৰতি জিলাত হ’ব কৰ্কট চিকিৎসাকেন্দ্ৰ

বাজেটত ডাঙৰ ঘোষণাঃ ৩৬বিধ জীৱনদায়ী ঔষধৰ পৰা শুল্ক উঠাই লোৱা হ’ব, দেশৰ প্ৰতি জিলাত হ’ব কৰ্কট চিকিৎসাকেন্দ্ৰ

বাজেটত ঘোষণাঃ কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ পৰিমাণ বাঢ়ি হ’ব ৫লাখ টকা, অসমত নিৰ্মাণ হ’ব ইউৰিয়া উৎপাদন কাৰখানা

বাজেটত ঘোষণাঃ কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ পৰিমাণ বাঢ়ি হ’ব ৫লাখ টকা, অসমত নিৰ্মাণ হ’ব ইউৰিয়া উৎপাদন কাৰখানা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.