• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাজেটত ডাঙৰ ঘোষণাঃ ৩৬বিধ জীৱনদায়ী ঔষধৰ পৰা শুল্ক উঠাই লোৱা হ’ব, দেশৰ প্ৰতি জিলাত হ’ব কৰ্কট চিকিৎসাকেন্দ্ৰ

বাজেটত ডাঙৰ ঘোষণাঃ ৩৬বিধ জীৱনদায়ী ঔষধৰ পৰা শুল্ক উঠাই লোৱা হ’ব, দেশৰ প্ৰতি জিলাত হ’ব কৰ্কট চিকিৎসাকেন্দ্ৰ

2 years ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

2 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

2 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

2 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

3 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

3 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

4 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

4 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

5 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

6 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

6 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাজেটত ডাঙৰ ঘোষণাঃ ৩৬বিধ জীৱনদায়ী ঔষধৰ পৰা শুল্ক উঠাই লোৱা হ’ব, দেশৰ প্ৰতি জিলাত হ’ব কৰ্কট চিকিৎসাকেন্দ্ৰ

বাজেটত ডাঙৰ ঘোষণাঃ ৩৬বিধ জীৱনদায়ী ঔষধৰ পৰা শুল্ক উঠাই লোৱা হ’ব, দেশৰ প্ৰতি জিলাত হ’ব কৰ্কট চিকিৎসাকেন্দ্ৰ

editor by editor
February 1, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বাজেটত ডাঙৰ ঘোষণাঃ ৩৬বিধ জীৱনদায়ী ঔষধৰ পৰা শুল্ক উঠাই লোৱা হ’ব, দেশৰ প্ৰতি জিলাত হ’ব কৰ্কট চিকিৎসাকেন্দ্ৰ
0
SHARES
149
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভালখবৰ৷ মেডিকেল কলেজসমূহত বৃদ্ধি কৰা হ’ব আসনৰ সংখ্যা৷ আগন্তুক বছৰৰ মাজত দেশব্যাপী ১০ হাজাৰ আসন বৃদ্ধি হ’ব মেডিকেল কলেজসমূহত৷ শনিবাৰে বাজেট বক্তৃতাত এই কথা জনাইছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ আগন্তুক ৫ বছৰত মেডিকেলত ৭৫ হাজাৰ আসনবৃদ্ধিৰ লক্ষ্য ৰাখিছে কেন্দ্ৰই৷ ইয়াৰোপৰি দেশৰ প্ৰতিখন জিলাত কৰ্কট ৰোগীসকলৰ বাবে চিকিৎসাকেন্দ্ৰ খোলা হ’ব বুলিও জনাইছে তেওঁ৷ বাজেট উত্থাপনৰ সময়ত নিৰ্মলা সীতাৰমণে জনাই যে আগন্তুক তিনি বছৰত ২০০খন ডে কেয়াৰ কৰ্কট চেণ্টাৰ নিৰ্মিত হ’ব দেশত৷

এই বছৰৰ কেন্দ্ৰীয় বাজেটত ঔষধৰ দাম কমিব নেকি? এই বিষয়টো জানিবলৈ আগ্ৰহী আছিল দেশবাসী৷ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ সেই আশংকা কিছু পৰিমাণে হ’লেও পূৰণৰ সম্ভাৱনা দেখুৱালে নিৰ্মলা সীতাৰমণে দাঙি ধৰা বাজেট ২০২৫-২০২৬য়ে৷ কৰ্কটসহ দুৰাৰোগ্য ৰোগৰ বাবে ব্যৱহৃত ৩৬ বিধ জীৱনদায়ী ঔষধৰ ওপৰৰ পৰা শুল্ক উঠাই লোৱাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই৷ ইয়াৰোপৰি ৬বিধ জীৱনদায়ী ঔষধৰ ওপৰত শুল্ক ৫শতাংশ কমাই দিয়াৰো সিদ্ধান্ত লোৱা হৈছে এইবাৰৰ বাজেটত৷ নিৰ্মলাই জনাই যে কৰ্কট আক্ৰান্ত ৰোগীসকলৰ কথা ভাৱিয়েই এই সিদ্ধান্ত লৈছে কেন্দ্ৰই৷

বিগত ৩ বছৰত মেডিকেল কলেজসমূহত ১লাখৰ বেছি আসন বৃদ্ধি কৰিছে কেন্দ্রি৷ আগন্তুক বছৰত সেয়া আৰু ১৩০শতাংশ বৰ্ধিত কৰি ১০ হাজাৰ আসনযুক্ত কৰাৰ পৰিকল্পনা আছে৷ ইয়াৰোপৰি বিভিন্ন ক্ষেত্ৰত চুক্তিভিত্তিক কৰ্মীসকলকো প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ আওঁতাত অনা হ’ব বুলি জনাইছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলাই৷ ইয়াৰ ফলত দেশৰ ১ কোটি চুক্তিভিত্তিক কৰ্মী উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে৷

শনিবাৰে পুৱা ১১ বজাত সংসদত বাজেট বক্তৃতা আৰম্ভ কৰে নিৰ্মলাই৷ পুৱাই সংসদলৈ যোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতেও সাক্ষাৎ কৰে তেওঁ৷ বাজেট পেছৰ সময়ত নিৰ্মলাই কয়, ‘সকলোৰে উন্নয়নেই আমাৰ লক্ষ্য৷ বিশ্বত দ্ৰুত গতিত আগুৱাইছে ভাৰতীয় অৰ্থনীতি৷’ এইবাৰৰ বাজেটত মধ্যবিত্তৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে বুলিও জনাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
Next Post
বাজেটত ঘোষণাঃ কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ পৰিমাণ বাঢ়ি হ’ব ৫লাখ টকা, অসমত নিৰ্মাণ হ’ব ইউৰিয়া উৎপাদন কাৰখানা

বাজেটত ঘোষণাঃ কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ পৰিমাণ বাঢ়ি হ’ব ৫লাখ টকা, অসমত নিৰ্মাণ হ’ব ইউৰিয়া উৎপাদন কাৰখানা

বাজেটত দাম কমিল কি কি সামগ্ৰীৰ, চাওক সম্পূৰ্ণ তালিকা

বাজেটত দাম কমিল কি কি সামগ্ৰীৰ, চাওক সম্পূৰ্ণ তালিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.