• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনন্য ভাৰতীয় যুৱতী, ৰেকৰ্ড গঢ়ি দ্বিতীয়বাৰৰ বাবে জয় কৰিলে আণ্ডাৰ ১৯ বিশ্বকাপ খিতাপ

1 year ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

11 seconds ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

36 minutes ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

1 hour ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

2 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

11 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

12 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

13 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

14 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

15 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অনন্য ভাৰতীয় যুৱতী, ৰেকৰ্ড গঢ়ি দ্বিতীয়বাৰৰ বাবে জয় কৰিলে আণ্ডাৰ ১৯ বিশ্বকাপ খিতাপ

editor by editor
February 2, 2025
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
অনন্য ভাৰতীয় যুৱতী, ৰেকৰ্ড গঢ়ি দ্বিতীয়বাৰৰ বাবে জয় কৰিলে আণ্ডাৰ ১৯ বিশ্বকাপ খিতাপ
0
SHARES
194
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনন্য ভাৰতীয় যুৱতী, ৰেকৰ্ড গঢ়ি দ্বিতীয়বাৰৰ বাবে জয় কৰিলে আণ্ডাৰ ১৯ বিশ্বকাপ খিতাপ

ভাৰতীয় মহিলা ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট দলে একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰি ইতিহাস ৰচিলে। এই প্ৰতিযোগিতাখন ২০২৩ চনৰ পৰা আৰম্ভ হৈছিল আৰু ভাৰতীয় দলটোৱে প্ৰথম সংস্কৰণত জয়লাভ কৰিছিল।

প্ৰথমবাৰ আণ্ডাৰ ১৯ বিশ্বকাপ জয় কৰা ভাৰতীয় দলটো শ্বেফালী ভাৰ্মা অধিনায়কত্বত আছিল। এতিয়া দুবছৰৰ পাছত প্ৰতিযোগিতাখনৰ দ্বিতীয় সংস্কৰণত নিকি প্ৰসাদৰ অধিনায়কত্বত ভাৰতীয় দলটো একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হয়।

টছত জয়ী হৈ প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাৰ দলে ২০ অভাৰত মাথো ৮২ ৰান কৰিবলৈ সক্ষম হয়। প্ৰত্যুত্তৰত ১১.২ অভাৰত এটা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় টিম ইণ্ডিয়া।

২০২৩ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে ভাৰতৰ ছিনিয়ৰ আৰু জুনিয়ৰ মহিলা দলৰ ঘৰলৈ আহিছে আই চি চিৰ ট্ৰফী। ফাইনেলত গংগাদী তৃষাই অল ৰাউণ্ড প্ৰদৰ্শন আগবঢ়ায়। তিনিটা উইকেট লোৱাৰ উপৰি তেওঁ অপৰাজিত সৰ্বাধিক ৪৪ ৰান কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndian Cricket TeamIndian Women TeamUnder 19 world Cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ
জীৱনশৈলী

March 18, 2026
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

March 18, 2026
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

March 18, 2026
Next Post
বসন্ত পঞ্চমীৰ দিনা হ’বলৈ গৈ আছে বিশেষ সংযোগ, কেইবাটাও ৰাশিৰ জিলিকি উঠিব ভাগ্য

বসন্ত পঞ্চমীৰ দিনা হ'বলৈ গৈ আছে বিশেষ সংযোগ, কেইবাটাও ৰাশিৰ জিলিকি উঠিব ভাগ্য

বলীউডৰ গীতত নৃত্য কৰি বিপদত দৰা, কইনাৰ পিতৃয়ে বাতিল কৰিলে বিয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন