• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল অভিষেক শৰ্মাৰ বিস্ফোৰণে কঁপালে ইংলেণ্ড, গঢ়িলে ৬ টাকৈ ৰেকৰ্ড

কেৱল অভিষেক শৰ্মাৰ বিস্ফোৰণে কঁপালে ইংলেণ্ড, গঢ়িলে ৬ টাকৈ ৰেকৰ্ড

1 year ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

5 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

6 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

6 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

6 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

7 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

8 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

9 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

10 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

11 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

12 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

12 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কেৱল অভিষেক শৰ্মাৰ বিস্ফোৰণে কঁপালে ইংলেণ্ড, গঢ়িলে ৬ টাকৈ ৰেকৰ্ড

editor by editor
February 3, 2025
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
কেৱল অভিষেক শৰ্মাৰ বিস্ফোৰণে কঁপালে ইংলেণ্ড, গঢ়িলে ৬ টাকৈ ৰেকৰ্ড
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল অভিষেক শৰ্মাৰ বিস্ফোৰণে কঁপালে ইংলেণ্ড, গঢ়িলে ৬ টাকৈ ৰেকৰ্ড

ভাৰত আৰু ইংলেণ্ডৰ মাজত টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাত টিম ইণ্ডিয়াৰ যুৱ অ’পেনিং বেটছমেন অভিষেক শৰ্মাই নিজৰ বিস্ফোৰক বেটিঙেৰে সকলোকে স্তম্ভিত কৰি তোলে। ইংলেণ্ডৰ ভেটি কঁপাই তোলে অকলে অভিষেকেই। গঢ়ে ৬ টাকৈ ৰেকৰ্ডো।

ভাৰতৰ হৈ টি-২০ ইণ্টাৰনেশ্যনেলৰ এটা ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় অভিষেক, ইংলেণ্ডৰ বিৰুদ্ধে বিস্ফোৰক বেটিং কৰি অভিষেক শৰ্মাই ৫৪টা বলত ১৩৫ ৰানৰ শতক অৰ্জন কৰে। ইয়াৰ লগে লগে তেওঁ ভাৰতৰ হৈ টি-২০ ইণ্টাৰনেশ্যনেলৰ এটা ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে।
এই তালিকাত-
১৩৫ ৰান – অভিষেক শৰ্মা – বনাম ইংলেণ্ড – মুম্বাই – ২০২৫
১২৬ ৰান নট আউট – শুবমান গিল – বনাম নিউজিলেণ্ড – আহমেদাবাদ – ২০২৩
১২৩ ৰান নট আউট – ৰুতুৰাজ গাইকৱাদ – বনাম অষ্ট্ৰেলিয়া – গুৱাহাটী – ২০২৩
১২২ ৰান নট আউট – বিৰাট কোহলী – বনাম… আফগানিস্তান – ডুবাই – ২০২২
১২১ নট আউট – ৰোহিত শৰ্মা – বনাম আফগানিস্তান – বেংগালুৰু – ২০২৪

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা পাঁচখন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাত অভিষেক শৰ্মাই মুঠ ২২টা ছয় কৰিবলৈ সক্ষম হয়। ইয়াৰ লগে লগে তেওঁ টিম ইণ্ডিয়াৰ পৰা দ্বিপাক্ষিক টি-২০ শৃংখলাত সৰ্বাধিক ছয় অৰ্জন কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে।
এই তালিকাত-
২২ ছয় – অভিষেক শৰ্মা – বনাম ইংলেণ্ড – ২০২৫
২০ ছয় – তিলক ভাৰ্মা – বনাম দক্ষিণ আফ্ৰিকা – ২০২৪
১৯ ছয় – সঞ্জু চেমছন- বনাম দক্ষিণ আফ্ৰিকা – ২০২৪

দ্বিপাক্ষিক টি-২০ শৃংখলাত ভাৰতৰ হৈ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে অভিষেক শৰ্মা। ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাত তেওঁ মুঠ ২৭৯ ৰান কৰিবলৈ সক্ষম হয়।
এই তালিকাত-
২৮০ ৰান – তিলক ভাৰ্মা – বনাম দক্ষিণ আফ্ৰিকা – ২০২৪
২৭৯ ৰান – অভিষেক শৰ্মা – বনাম ইংলেণ্ড – ২০২৫
২৩১ ৰান – বিৰাট কোহলী – বনাম ইংলেণ্ড – ২০২১

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা ভাৰতৰ দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হৈছে অভিষেক শৰ্মা। প্ৰথম স্থানত আছে প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ নাম। যিয়ে মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰিছিল।
এই তালিকাত-
৩৫ বল – ৰোহিত শৰ্মা – বনাম শ্ৰীলংকা
৩৭ বল – অভিষেক শৰ্মা – বনাম ইংলেণ্ড
৪০ বল – সঞ্জু চেমচন – বনাম বাংলাদেশ

ইংলেণ্ডৰ বিৰুদ্ধে ইনিংছৰ আৰম্ভণিৰ সময়ত অভিষেক শৰ্মাই মুঠ ১৩টা ছয় কৰে। ইয়াৰ লগে লগে তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ এটা ইনিংছত টিম ইণ্ডিয়াৰ হৈ সৰ্বোচ্চ ছয়ৰ সৰ্বাধিক সংখ্যক বেটছমেন হিচাপে পৰিগণিত হৈছে।
এই তালিকাত-
১৩ ছয় – অভিষেক শৰ্মা – বনাম ইংলেণ্ড – মুম্বাই – ২০২৫
১০ ছয় – ৰোহিত শৰ্মা – বনাম শ্ৰীলংকা – ইন্দোৰ – ২০১৭
১০ ছয় – সঞ্জু চেমচন – বনাম বাংলাদেশ – হায়দৰাবাদ – ২০২৪

অভিষেক শৰ্মা (৫৮*) ভাৰতৰ হৈ টি-২০ৰ প্ৰথমটো পাৱাৰপ্লেত সৰ্বাধিক ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়।
এই তালিকাত-
৫৮* – অভিষেক শৰ্মা – বনাম ইংলেণ্ড – মুম্বাই – ২০২৫
৫৩ – যশস্বী জয়ছৱাল – বনাম অষ্ট্ৰেলিয়া – তিৰুৱনন্তপুৰম – ২০২৩
৫১* – ৰোহিত শৰ্মা – বনাম অষ্ট্ৰেলিয়া – ছেইণ্ট লুচিয়া – ২০২৪

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’
ভাৰত

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

June 14, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

June 14, 2026
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?
ভাৰত

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

June 13, 2026 - Updated on June 14, 2026
কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো
বিনোদন

কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো

June 13, 2026
Next Post
সংগীতৰ অস্কাৰ খ্যাত গ্ৰেমীত ভাৰতীয়ই ৰাখিলে মান, বিয়ন্সে ‘কাউবয় কাৰ্টাৰ’ৰ বাবে শ্ৰেষ্ঠ দেশীয় এলবাম লাভ কৰে

সংগীতৰ অস্কাৰ খ্যাত গ্ৰেমীত ভাৰতীয়ই ৰাখিলে মান, বিয়ন্সে ‘কাউবয় কাৰ্টাৰ’ৰ বাবে শ্ৰেষ্ঠ দেশীয় এলবাম লাভ কৰে

যাত্ৰীৰ দাবী পূৰণ, এতিয়া এইখন বন্দে ভাৰত ট্ৰেইনত উপলব্ধ হ’ব কেৱল নিৰামিষ আহাৰ

যাত্ৰীৰ দাবী পূৰণ, এতিয়া এইখন বন্দে ভাৰত ট্ৰেইনত উপলব্ধ হ'ব কেৱল নিৰামিষ আহাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.