• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামীৰ কিডনি বিক্ৰি কৰি পোৱা ১০ লাখ ধন লৈ পত্নী পলাল প্ৰেমিকৰ সৈতে, কি কৈছে কিডনি আৰু পত্নী হেৰুওৱা যুৱকে?

স্বামীৰ কিডনি বিক্ৰি কৰি পোৱা ১০ লাখ ধন লৈ পত্নী পলাল প্ৰেমিকৰ সৈতে, কি কৈছে কিডনি আৰু পত্নী হেৰুওৱা যুৱকে?

1 year ago
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

6 minutes ago
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

52 minutes ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

2 hours ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

3 hours ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

4 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

5 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

5 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

22 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

23 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

23 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

1 day ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্বামীৰ কিডনি বিক্ৰি কৰি পোৱা ১০ লাখ ধন লৈ পত্নী পলাল প্ৰেমিকৰ সৈতে, কি কৈছে কিডনি আৰু পত্নী হেৰুওৱা যুৱকে?

স্বামীৰ কিডনি বিক্ৰি কৰি পোৱা ১০ লাখ ধন লৈ পত্নী পলাল প্ৰেমিকৰ সৈতে, কি কৈছে কিডনি আৰু পত্নী হেৰুওৱা যুৱকে?

editor by editor
February 3, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
স্বামীৰ কিডনি বিক্ৰি কৰি পোৱা ১০ লাখ ধন লৈ পত্নী পলাল প্ৰেমিকৰ সৈতে, কি কৈছে কিডনি আৰু পত্নী হেৰুওৱা যুৱকে?
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সংসাৰত ধনৰ অভাৱ ঘটিছিল৷ কন্যাৰ পঢ়াশুনা, বিয়াৰ খৰচ জোগাৰৰ বাবে স্বামীক কিডনি বিক্ৰি কৰিবলৈ কৈছিল পত্নীয়ে৷ পৰিস্থিতি বিবেচনা কৰি স্বামীয়েও পত্নীৰ কথা শুনিছিল৷ কিন্তু কিডনি বিক্ৰি হওঁতেই হাচচ অহা লক্ষাধিক টকা লৈ প্ৰেমিকৰ সৈতে পলাল পত্নী৷ পত্নীৰ বিৰুদ্ধে এই অভিযোগ তুলি কলকাতা হাইকৰ্টৰ দ্বাৰস্থ হৈছে যুৱক৷

আদালতৰ সূত্ৰৰ খবৰ অনুসৰি পত্নী নিখোঁজ হোৱাৰ পাছত প্ৰথমে থানালৈ গৈছিল পিন্টু বেজ নামৰ ব্যক্তিজন৷ তাৰপাছতেই হাইকৰ্টত গোচৰ তৰে ব্যক্তিজনে৷ ৩৯ বছৰীয়া পিণ্টুৱে জনাইছে যে, কন্যাৰ পঢ়াশুনা আৰু বিবাহৰ বাবে ধনৰ ব্যৱস্থা কৰিবলৈ আৰু এতিয়াৰে পৰাই সোণৰ গহনা বনাই ৰাখিব খুজিছিল পত্নী সুপৰ্ণা বেজে৷ ইয়াৰ বাবে স্বামীক কিডনি বিক্ৰি কৰিবলৈ কৈছিল৷ পত্নীৰ কথা শুনি কিডনি বিক্ৰি কৰিছিল পিণ্টুৱে৷ পাছত সেই কিডনি বিক্ৰিৰ ১০লাখ টকা আৰু সোণৰ গহনা লৈ সুপৰ্ণাই প্ৰেমিকৰ সৈতে পলায় যায়৷

সংবাদ সংস্থা পিটিআইক পিণ্টুৱে কয়, ‘হঠাৎ এদিন মোৰ পত্নী নিখোঁজ হয়৷ সেই যে নিখোঁজ হ’ল আৰু উভতি অহা নাই৷ পাছত মই ঘৰত চাওঁ যে ঘৰৰ পৰা ১০ লাখ টকাও নোহোৱা হৈছে৷’ এই ঘটনাৰ পাছতেই আৰক্ষীৰ কাষ চাপিছিল স্বামী পিণ্টু৷ আৰক্ষীৰ ওচৰত গৈ পিণ্টুৱে জানিব পাৰে যে পত্নীয়ে তেওঁতকৈ পূৰ্বেই আৰক্ষীৰ ওচৰত লিখিতভাৱে জনাই গৈছে যে তেওঁ নিজ ইচ্ছাই স্বামীৰ ঘৰ এৰিছে৷ এয়া কিডনেপ বা হেৰুওৱা কেচ নহয় তেওঁ প্ৰেমিকৰ সৈতে নতুন সংসাৰ আৰম্ভ কৰিছে৷

শেহতীয়াকৈ উপায়হীন স্বামী পিণ্টুৱে হাইকৰ্টৰ কাষ চাপিছে৷ কলকাতা হাইকৰ্টৰ ন্যায়াধীশ অৰিজিৎ বেনাৰ্জী আৰু অপূৰ্ব সিংহ ৰায়ৰ ডিভিজন বেঞ্চে ২৭ জানুৱাৰী সোমবাৰে এই গোচৰ খাৰিজ কৰে৷ আদালতৰ বক্তব্য, যিহেতু মহিলাৰ খবৰ পোৱা গৈছে৷ তেওঁ স্বেচ্ছাই স্বামীক ত্যাগ কৰিছে গতিকে এইক্ষেত্ৰত হেবিয়াছ কৰ্পাছৰ আবেদন কাৰ্যকৰী নহয়৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!
জীৱনশৈলী

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

May 1, 2026
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!
জীৱনশৈলী

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

May 1, 2026
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম
জীৱনশৈলী

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

May 1, 2026
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!
জীৱনশৈলী

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

May 1, 2026
Next Post
ব্ৰহ্মাৰ কমণ্ডলুৰ পানীৰ পৰাই উৎপত্তি দেৱী সৰস্বতীৰ, সৰস্বতীৰ জন্মত বিষ্ণুৰ ভূমিকা কি?

ব্ৰহ্মাৰ কমণ্ডলুৰ পানীৰ পৰাই উৎপত্তি দেৱী সৰস্বতীৰ, সৰস্বতীৰ জন্মত বিষ্ণুৰ ভূমিকা কি?

মাত্ৰ ৪শতাংশ সুদত ৫লাখ ঋণ পাব আপুনিও, জানক কেনেকৈ এই ঋণৰ বাবে আবেদন কৰিব?

মাত্ৰ ৪শতাংশ সুদত ৫লাখ ঋণ পাব আপুনিও, জানক কেনেকৈ এই ঋণৰ বাবে আবেদন কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.