• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ সবাতোকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা, পিছ পেলালে কাক কাক !

দেশৰ সবাতোকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা, পিছ পেলালে কাক কাক !

1 year ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

4 minutes ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

9 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

9 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

9 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

10 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

11 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

13 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

13 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

14 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

15 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

15 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দেশৰ সবাতোকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা, পিছ পেলালে কাক কাক !

editor by editor
February 13, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
দেশৰ সবাতোকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা, পিছ পেলালে কাক কাক !
0
SHARES
329
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ সবাতোকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা, পিছ পেলালে কাক কাক !

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে, ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ শেহতীয়া ইণ্ডিয়া টুডেৰ মুড অৱ দ্য নেশ্যন (এম অ’ টি এন) সমীক্ষাত অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ ৰেটিং ৫১ শতাংশৰ পৰা ৫৫.৪ শতাংশলৈ বৃদ্ধি পাইছে।

সমীক্ষাত প্ৰকাশ পাইছে যে অসমৰ ৫৫% তকৈ অধিক লোকে তেওঁৰ কৰ্মক্ষমতাৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰি নিজৰ প্ৰিয় মুখ্যমন্ত্ৰী হিচাপে ভোটদিছে। হিমন্ত বিশ্ব শৰ্মাই চন্দ্ৰবাবু নাইডু, মমতা বেনাৰ্জী, সিদ্ধাৰমাইয়াৰ দৰে আন ২৫ গৰাকী মুখ্যমন্ত্ৰীক পিছ পেলাই শীৰ্ষত উপনীত হয়।

এম অ’ টি এন সমীক্ষাত দেখা গৈছে যে বিগত এটা বছৰত শৰ্মাৰ ৰেটিংত ক্ৰমাগতভাৱে উৰ্ধমুখী হৈছে। ২০২৩ চনৰ আগষ্ট মাহত অসমৰ ৪৯.২% উত্তৰদাতাই তেওঁৰ নেতৃত্বত সন্তুষ্ট হৈছিল, যিটো ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ৪৮.৬% আৰু ২০২৪ চনৰ আগষ্ট মাহত ৫০.৮% লৈ সামান্য বৃদ্ধি পাইছিল, তাৰ পিছত ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ৫৫.৪% লৈ বৃদ্ধি পায়।

মুখ্যমন্ত্ৰী শৰ্মাৰ জনপ্ৰিয়তা বৃদ্ধিক তেওঁৰ শক্তিশালী নেতৃত্ব শৈলী আৰু কাৰ্যকৰী নীতিগত ব্যৱস্থাৰ এক শক্তিশালী সূচক হিচাপে দেখা যায় যিয়ে অসমৰ জনসাধাৰণৰ মাজত ভালদৰে অনুৰণন ঘটাইছে। এই বৰ্ধিত সমৰ্থনে ৰাজ্যখনৰ শাসকীয় বিজেপিৰ বাবে এক উত্থানেই নহয়, সমগ্ৰ দেশৰে নিৰ্বাচনত ষ্টাৰ নেতা হিচাপে আত্মপ্ৰকাশ পাাইছে। দিল্লী নিৰ্বাচনেই তাৰ উদাহৰণ।

উল্লেখ্য যে, ২০২৫ চনৰ ২ জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীৰ ভিতৰত ইণ্ডিয়া টুডে-চিভোটাৰ মুড অৱ দ্য নেচন (এম অ’ টি এন) সমীক্ষাত লোকসভাৰ সকলো খণ্ডৰ ১২৫,১২৩ জন ব্যক্তিৰ ওপৰত সমীক্ষা কৰা হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam cmIndia todayMood Of NationPopular CM
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

July 22, 2026
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
Next Post
অপেক্ষাৰ অন্ত, আৰ চি বিৰ নতুন অধিনায়ক ঘোষণা, ভাৰতীয় দলৰ পৰা বাহিৰ হ’লেও আই পি এলত অধিনায়ক

অপেক্ষাৰ অন্ত, আৰ চি বিৰ নতুন অধিনায়ক ঘোষণা, ভাৰতীয় দলৰ পৰা বাহিৰ হ'লেও আই পি এলত অধিনায়ক

অশ্লীল মন্তব্যৰ গোচৰত সমস্যা বৃদ্ধি সময় ৰাইনাৰ, দ্বিতীয়খন চমন প্ৰেৰণ

অশ্লীল মন্তব্যৰ গোচৰত সমস্যা বৃদ্ধি সময় ৰাইনাৰ, দ্বিতীয়খন চমন প্ৰেৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.