• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫ বেংকে দিছে সকলোতকৈ সস্তাত কাৰ লোন, ৫ লাখ টকাৰ ঋণত কিমান হ’ব EMI,  জানি থওক এক নজৰত

এই ৫ বেংকে দিছে সকলোতকৈ সস্তাত কাৰ লোন, ৫ লাখ টকাৰ ঋণত কিমান হ’ব EMI, জানি থওক এক নজৰত

1 year ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

11 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

11 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

12 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

13 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

13 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

15 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

16 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

17 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

18 hours ago
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

20 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

প্ৰস্ৰাৱৰ দুৰ্গন্ধ, বমি আৰু অস্থিৰতা, এয়া বৃক্কৰ সমস্যা নেকি?

20 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

পুৰুষৰ কি বস্তু ভাল পায় নাৰীয়ে? ৯৯% লোকে নাজানে এই কথা!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৫ বেংকে দিছে সকলোতকৈ সস্তাত কাৰ লোন, ৫ লাখ টকাৰ ঋণত কিমান হ’ব EMI, জানি থওক এক নজৰত

এই ৫ বেংকে দিছে সকলোতকৈ সস্তাত কাৰ লোন, ৫ লাখ টকাৰ ঋণত কিমান হ’ব EMI, জানি থওক এক নজৰত

editor by editor
February 25, 2025
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
এই ৫ বেংকে দিছে সকলোতকৈ সস্তাত কাৰ লোন, ৫ লাখ টকাৰ ঋণত কিমান হ’ব EMI,  জানি থওক এক নজৰত
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমাৰ প্ৰায় সকলোৰেই সপোন থাকে নিজা এখন বাহন কিনাৰ৷ কভিডৰ পৰবৰ্তী সময়ত বহুতেই অনুভৱ কৰিছে এখন নিজা বাহন কিয় লাগে৷ শৌখিনতাৰ বাবেই নহয় বাহন এখন জীৱনযাত্ৰাৰ অপৰিহাৰ্য অংগও হৈ পৰিছে৷ কিন্তু প্ৰয়োজন অনুভৱ কৰিলেও বাহন কিনিব পৰাকৈ সকলোৰে হাতত ধন নাথাকে৷ তাৰবাবে প্ৰয়োজন হৈ পৰে বেংক লোনৰ৷ অৰ্থাৎ ঘৰ নিৰ্মাণৰ বাবে যেনেকৈ হোম লোন ল’ব পাৰে তেনেকৈ বাহন কিনাৰ বাবে আমাৰ প্ৰধান ভৰসা কাৰ লোন৷

এই ৫ বেংকে সকলোতকৈ সস্তাত কাৰ লোন দিছে৷ এক নজৰত জানি থওক ৫লাখৰ লোনত কিমান টকা EMI দিব লাগিব? যিসকলে বেংকৰ পৰা কাৰ লোন লৈ বাহন কিনিব খুজিছে তেওঁলোকে জানি থওক কোন বেংকে কম সুদৰ হাৰত কাৰ লোন অফাৰ কৰিছে৷ ইউকো বেংকত কাৰ লোনৰ ক্ষেত্ৰত সুদৰ হাৰ প্ৰতি বছৰে ৮.৪৫ শতাংশ৷ অৰ্থাৎ এই বেংকৰ পৰা ৫ লাখ টকাৰ কাৰ লোনৰ ক্ষেত্ৰত মাহিলী EMI হ’ব ১০, ২৪৬ টকা৷

ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ কাৰ লোনৰ ক্ষেত্ৰত সুদৰ হাৰ প্ৰতি বছৰে ৮.৭০শতাংশৰ পৰা ১০. ৪৫শতাংশ৷ অৰ্থাৎ এই বেংকৰ পৰা ৫ লাখ টকাৰ কাৰ লোনৰ ক্ষেত্ৰত মাহিলী EMI আৰম্ভ হ’ব ১০, ৩১৭ টকাৰ পৰা৷

পঞ্জাৱ নেশ্ব্যনেল বেংকৰ কাৰ লোনৰ ক্ষেত্ৰত সুদৰ হাৰ প্ৰতি বছৰে ৮.৭৫শতাংশৰ পৰা ১০.৬০শতাংশ৷ অৰ্থাৎ এই বেংকৰ পৰা ৫লাখ টকাৰ কাৰ লোনৰ ক্ষেত্ৰত মাহিলী EMI হ’ব ১০, ৩১৯ টকা৷

ইণ্ডিয়ান অভাৰছিজ বেংকৰ কাৰ লোনৰ ক্ষেত্ৰত সুদৰ হাৰ প্ৰতি বছৰে ৮.৪০শতাংশৰ পৰা ১২ শতাংশ৷ অৰ্থাৎ এই বেংকৰ পৰা ৫ লাখ টকাৰ কাৰ লোনৰ ক্ষেত্ৰত মাহিলী EMI আৰম্ভ হ’ব ১০, ২৩৪ টকাৰ পৰা৷ কানাড়া বেংকৰ কাৰ লোনৰ ক্ষেত্ৰত সুদৰ হাৰ প্ৰতি বছৰে ৮.৭০শতাংশৰ পৰা ১২. ৭০শতাংশ৷ অৰ্থাৎ এই বেংকৰ পৰা ৫ লাখ টকাৰ কাৰ লোনৰ ক্ষেত্ৰত মাহিলী EMI হ’ব ১০,৩০৭ টকাৰ পৰা ১১,৩০০ টকা পৰ্যন্ত৷
বিভিন্ন বেংক গ্ৰাহকৰ ক্ৰেডিট স্কোৰ চেক কৰি কাৰ লোন অফাৰ কৰা হয়৷ অৰ্থাৎ যাৰ ক্ৰেডিট স্কোৰ ভাল হ’ব তেওঁলোকক কম সুদৰ হাৰত কাৰ লোন অফাৰ কৰা হয়৷ ক্ৰেডিট স্কোৰ ভাল হ’লে কাৰ লোনৰ সুদৰ হাৰ কম হ’ব পাৰে৷ ইয়াৰ ফলত মাহিলী EMI য়ো কম হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

June 10, 2026
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা
ভাৰত

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

June 10, 2026 - Updated on June 11, 2026
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…
বাণিজ্য

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

June 10, 2026
Next Post
তিনি দিনত শেষ হৈ গ’ল ৬০ টা জীৱন,  চিকিৎসালয়ত ভৰ্তি হাজাৰৰো অধিক, সাৱধান হওক, মাৰাত্মক লৈ উঠিছে কলেৰা

তিনি দিনত শেষ হৈ গ’ল ৬০ টা জীৱন, চিকিৎসালয়ত ভৰ্তি হাজাৰৰো অধিক, সাৱধান হওক, মাৰাত্মক লৈ উঠিছে কলেৰা

অসমত আগন্তুক ৫ বছৰত ৫০ হাজাৰ কোটি বিনিয়োগ কৰিব আম্বানীয়ে, কি কি ক্ষেত্ৰত এই বিনিয়োগ কৰিব মুকেশ আম্বানীয়ে?

অসমত আগন্তুক ৫ বছৰত ৫০ হাজাৰ কোটি বিনিয়োগ কৰিব আম্বানীয়ে, কি কি ক্ষেত্ৰত এই বিনিয়োগ কৰিব মুকেশ আম্বানীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.