• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন আহিল গোবিন্দা-সুনীতাৰ মাজত! ৩৭ বছৰীয়া সম্পৰ্কত সোমাল নেকি ৩০ বছৰীয়া যুৱতী !

কোন আহিল গোবিন্দা-সুনীতাৰ মাজত! ৩৭ বছৰীয়া সম্পৰ্কত সোমাল নেকি ৩০ বছৰীয়া যুৱতী !

2 years ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

19 minutes ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

54 minutes ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

4 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

5 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

6 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

6 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

16 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

16 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

17 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

17 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কোন আহিল গোবিন্দা-সুনীতাৰ মাজত! ৩৭ বছৰীয়া সম্পৰ্কত সোমাল নেকি ৩০ বছৰীয়া যুৱতী !

editor by editor
February 25, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
কোন আহিল গোবিন্দা-সুনীতাৰ মাজত! ৩৭ বছৰীয়া সম্পৰ্কত সোমাল নেকি ৩০ বছৰীয়া যুৱতী !
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোন আহিল গোবিন্দা-সুনীতাৰ মাজত! ৩৭ বছৰীয়া সম্পৰ্কত সোমাল নেকি ৩০ বছৰীয়া যুৱতী !

বলীউডৰ সুখী পৰিয়াল হিচাপে নাম থকা গোবিন্দা আৰু সুনীতাৰ বিবাহ বিচ্ছেদৰ খবৰে এতিয়া গৰম কৰি ৰাখিছে তাৰকা জগত। ৩৭ বছৰীয়া বৈবাহিক সম্পৰ্কৰ ইতি পেলাবলৈ বিচাৰিছে পত্নী সুনীতাই। খবৰ অনুসৰি সুনীতাই কেইমাহ মান পূৰ্বেই বিচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল গোবিন্দক।

যাৰ বাবে বহু পূৰ্বৰে পৰা বেলেগে বেলেগে বাস কৰি আছে অভিনেতা গোবিন্দ আৰু পত্নী সুনীতা। সুনীতাই দুই সন্তান টিনা আহুজা আৰু য়শবৰ্ধন আহুজাৰ সৈতে আনহাতে গোবিন্দই অকলে ফ্লেটত বাস কৰি আছে।

পাছে কি কাৰণে এই খবৰ ওলাবলৈ ধৰিছে। অভিযোগ অনুসৰি ৩৭ বছৰীয়া বৈবাহিক জীৱনত প্ৰৱেশ ঘটিছে এগৰাকী ৩০ বছৰীয়া যুৱতীৰ। গুণগুণনি অনুসৰি গোবিন্দৰ সৈতে অবৈধ সম্পৰ্ক আছে সেই যুৱতীৰ। এই ৩০ বছৰীয়া যুৱতীগৰাকী মাৰাঠী ছবিজগতৰ অভিনেত্ৰী বুলি গুজৱ ওলাইছে।

পাছে এই সকলো কিমানদূৰ সত্য সেই সন্দৰ্ভত কোনো তথ্য সদৰি হোৱা নাই। গোবিন্দা আৰু সুনীতাৰ ফালৰ পৰাও পোনপটীয়াকৈ বৰ্তমানলৈ কোনো মন্তব্য অহা নাই। সময়েহে ক’ব কি সঁচা, কি মিছা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DivorceGovindaGovinda DivorceGovinda Sunita
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ
অসম

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

September 22, 2026
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক
বিশ্ব

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

September 22, 2026
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
Next Post
১৪ মে’ৰ পৰা ৫ ৰাশিৰ আৰম্ভ হ’ব সোণালী সময়, সকলোতে পাব সফলতা

১৪ মে’ৰ পৰা ৫ ৰাশিৰ আৰম্ভ হ’ব সোণালী সময়, সকলোতে পাব সফলতা

মেট্ৰিক পৰীক্ষা দি উভতি আহিয়ে হোষ্টেলত সন্তান জন্ম দিলে ছাত্ৰীয়ে, চাৰিওফালে হাহাকাৰ

মেট্ৰিক পৰীক্ষা দি উভতি আহিয়ে হোষ্টেলত সন্তান জন্ম দিলে ছাত্ৰীয়ে, চাৰিওফালে হাহাকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.