• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহিলী ১০০০ টকাকৈ জমা কৰিলে কিমান বছৰত কোটিপতি হ’ব? জানি থওক সবিশেষ

মাহিলী ১০০০ টকাকৈ জমা কৰিলে কিমান বছৰত কোটিপতি হ’ব? জানি থওক সবিশেষ

1 year ago
চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

34 minutes ago
অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

1 hour ago
আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

2 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

3 hours ago
হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

4 hours ago
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

5 hours ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

7 hours ago
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

7 hours ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

8 hours ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

8 hours ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

9 hours ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাহিলী ১০০০ টকাকৈ জমা কৰিলে কিমান বছৰত কোটিপতি হ’ব? জানি থওক সবিশেষ

মাহিলী ১০০০ টকাকৈ জমা কৰিলে কিমান বছৰত কোটিপতি হ’ব? জানি থওক সবিশেষ

editor by editor
February 26, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মাহিলী ১০০০ টকাকৈ জমা কৰিলে কিমান বছৰত কোটিপতি হ’ব? জানি থওক সবিশেষ
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বেংক, পোষ্ট অফিচৰ পৰিবৰ্তে এতিয়া মিউচুৱেল ফাণ্ডত বেছি বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে দেশবাসীয়ে৷ জানক মাহিলী ১০০০ টকাকৈ SIP কৰিলে কিমানদিনত কোটিপতি হ’ব আপুনি?

যিহেতু বিনিয়োগকাৰীৰ SIPত কম ৰিস্কত ভাল ৰিটাৰ্ণ পাব, সেয়ে এই মিউচুৱেল ফাণ্ড ধীৰে ধীৰে ভাৰতৰ বিনিয়োগকাৰীৰ মাজত জনপ্ৰিয় হৈ উঠিছে৷ বৃহস্পতিবাৰে এছোচিয়েছন অফ মিউচুৱেল ফাণ্ড ইন ইণ্ডিয়াৰ প্ৰকাশিত তথ্য অনুসৰি মাহিলী চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন৷ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে ২৬০০০ কোটি টকাৰ অংক অতিক্ৰম কৰিছে৷ এয়া মিউচুৱেল ফাণ্ডত দীৰ্ঘম্যাদি বিনিয়োগ ক্ষুদ্ৰ বিনিয়োগকাৰীৰ ক্ৰমবৰ্ধমান আগ্ৰহক প্ৰতিফলিত কৰে৷

মাহত কিমান টকাকৈ ৰাখিলে কোটিপতি হ’ব?

প্ৰতিমাহে ১০০০ টকা, ২০০০ টকা, ৩০০০ টকা আৰু ৫০০০ টকাকৈ SIP কৰিলে ১ কোটি টকাৰ আৰ্থিক লক্ষ্য অৰ্জন কৰিবলৈ আপোনাক কিমান সময় লাগিব? এই হিচাপত ১২ শতাংশ বাৰ্ষিক ৰিটাৰ্ণ আৰু প্ৰতি বছৰে SIP পৰিমাণ ১০ শতাংশ বৃদ্ধিৰ ওপৰত ভিত্তি কৰি কৰা হয়৷

প্ৰতিমাহে ১০০০ টকাৰ SIPত ১০ শতাংশ বাৰ্ষিক বৃদ্ধি

আপুনি প্ৰতিমাহে ১০০০ টকাকৈ বিনিয়োগ কৰে তেন্তে প্ৰতিবছৰে ১২শতাংশ পৰ্যন্ত ৰিটাৰ্ণ পাব পাৰে৷ তেতিয়া আপুনি ৩১ বছৰত প্ৰায় ১.০২ কোটি টকা জমা কৰিব পাৰিব৷

২০০০ টকাৰ মাহিলী SIP

একেধৰণে প্ৰতিমাহে ২০০০ টকাৰ SIP আৰু বাৰ্ষিক ১০শতাংশ ষ্টেপ আপসহ বাৰ্ষিক ১২শতাংশ ৰিটাৰ্ণত আপুনি ২৭ বছৰত ১.১৫ কোটি পৰ্যন্ত জমা কৰিব পাৰে৷

প্ৰতিমাহে ৩০০০ টকাৰ SIP কৰিলে

বাৰ্ষিক ১০শতাংশ হাৰত প্ৰতিমাহে ৩০০০ টকাৰ এটা SIP কৰিলে বাৰ্ষিক ১২ শতাংশ বাৰ্ষিক ৰিটাৰ্ণত ২৪ বছৰত আপুনি ১.১০ কোটি টকা পাব পাৰে৷ এই ম্যাদত আপোনাৰ মুঠ বিনিয়োগৰ পৰিমাণ হ’ব ৩১.৮৬ লাখ টকা আৰু ৰিটাৰ্ণ হ’ব ৭৮.৬১ লাখ টকা৷

৫০০০ টকাৰ SIP ত কিমান ৰিটাৰ্ণ পাব?

আপুনি যদি SIPৰ মাধ্যমেৰে প্ৰতি মাহে ৫০০০ টকা পৰ্যন্ত বিনিয়োগ কৰে তেন্তে ই আপোনাক ২৪ বছৰত ১২ শতাংশ বাৰ্ষিক ৰিটাৰ্ণেৰে ১.১০ কোটি টকা জমা কৰাত সহায় কৰিব৷ যি বাৰ্ষিক ১০শতাংশ হাৰত বৃদ্ধি পাব৷ এই সময়ৰ মাজত আপোনাৰ মুঠ বিনিয়োগ হ’ব ৩১. ৮৬ লাখ টকা আৰু ৰিটাৰ্ণ হ’ব ৭৮.৬১ লাখ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!
বিনোদন

চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

June 19, 2026
অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!
অসম

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

June 19, 2026
আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!
জীৱনশৈলী

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

June 19, 2026
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!
বাণিজ্য

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

June 19, 2026
Next Post
ৰঙীন গোবিন্দ, সুনীতাক বিয়া কৰাই নীলমৰ সৈতে প্ৰেম, দিব্যাক দেখিলেও নিজক ৰখাব নোৱাৰা গোবিন্দৰ পৰকীয়াৰ লিষ্ট কিমান দীঘল জানেনে?

ৰঙীন গোবিন্দ, সুনীতাক বিয়া কৰাই নীলমৰ সৈতে প্ৰেম, দিব্যাক দেখিলেও নিজক ৰখাব নোৱাৰা গোবিন্দৰ পৰকীয়াৰ লিষ্ট কিমান দীঘল জানেনে?

ভালপোৱাৰ সংজ্ঞা কি? পাৰ্বতীয়ে মহাদেৱক সোধা প্ৰশ্নৰ উত্তৰত শিৱই কি কৈছিল? কিয় শিৱক বিয়া কৰাবলৈ পাৰ্বতীকেই বাচি লৈছিল?

ভালপোৱাৰ সংজ্ঞা কি? পাৰ্বতীয়ে মহাদেৱক সোধা প্ৰশ্নৰ উত্তৰত শিৱই কি কৈছিল? কিয় শিৱক বিয়া কৰাবলৈ পাৰ্বতীকেই বাচি লৈছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.