• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেডিকেল মিৰাকল, এজন ভাৰতীয় লোকৰ শৰীৰত ৫ টা বৃক্ক

মেডিকেল মিৰাকল, এজন ভাৰতীয় লোকৰ শৰীৰত ৫ টা বৃক্ক

1 year ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

36 minutes ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

2 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

3 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

4 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

4 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

5 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

6 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

6 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

7 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

7 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মেডিকেল মিৰাকল, এজন ভাৰতীয় লোকৰ শৰীৰত ৫ টা বৃক্ক

editor by editor
February 27, 2025
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
মেডিকেল মিৰাকল, এজন ভাৰতীয় লোকৰ শৰীৰত ৫ টা বৃক্ক
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেডিকেল মিৰাকল, এজন ভাৰতীয় লোকৰ শৰীৰত ৫ টা বৃক্ক

কিমান বিশ্বাসযোগ্য এই কথা, এজন মানুহৰ শৰীৰত এটা -দুটা নহয় মুঠ ৫ টাকৈ কিডনী তথা বৃক্ক। কাৰণ এবাৰ নহয়, দুবাৰ নহয়, একেৰাহে তিনিবাৰকৈ বৃক্ক সংৰোপনৰ ফলত এইদৰে বৰ্তমানে ৫ টা বৃক্ক হৈছেগৈ মানুহজনৰ শৰীৰত।

৪৭ বছৰীয়া ডি আৰ ডি অ বিজ্ঞানী দেৱেন্দ্ৰ বৰলেৱাৰৰ একেৰাহে তিনিবাৰকৈ বৃক্ক সংৰোপণ কৰাৰ পিছতো এতিয়াও সুস্থ লোকগৰাকী। দিল্লীত চিকিৎসাৰ ক্ষেত্ৰত যুগান্তকাৰী অগ্ৰগতি লাভ কৰিছে। বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ থকা দেৱেন্দ্ৰই নিজৰ মনৰ শক্তি আৰু উন্নত চিকিৎসা বিজ্ঞানৰ বাবেই নতুন জীৱন লাভ কৰিছে। মৃত্যুৰ পিছত এজন ব্যক্তিয়ে দান কৰাৰ পিছত তেওঁৰ শেষৰটো বৃক্ক লোৱা হৈছিল। তেওঁৰ শৰীৰত এতিয়া মুঠ পাঁচটা বৃক্ক। কিন্তু ইয়াৰে মাত্ৰ এটাহে সক্ৰিয়।

বৈজ্ঞানিক দেবেন্দ্ৰৰ তৃতীয়টো কিডনী ট্ৰান্সপ্লাণ্ট কৰাটো অতিকে বিৰল। কাৰণ হ’ল উপযুক্ত দাতা বিচৰা, অংগটোৰ সমস্যা নিৰ্ণয় কৰি নতুন বৃক্কৰ বাবে ঠাই সৃষ্টি কৰা অতিকে কঠিন। চিকিৎসকে এই সকলোবোৰ সমস্যাৰেই সন্মুখীন হ’বলগীয়া হৈছিল। ইণ্ডিয়ান এক্সপ্ৰেছ আৰু ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি ফৰিদাবাদৰ অমৃতা হাস্পতালৰ চিকিৎসকসকলে সেই সকলোবোৰ বাধা অতিক্ৰম কৰি সফল হৈছে।

পেছাত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ বিজ্ঞানী দেৱেন্দ্ৰই এক সাক্ষাৎকাৰত কয় যে তেওঁ ২০০৮ চনৰ পৰাই বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰিছিল। সপ্তাহত তিনিবাৰ ডায়েলাইছিছৰ বাবে হস্পিতাললৈয়ো যাবলগীয়া হৈছিল তেখেত। ইয়াৰ ফলত তেওঁৰ ব্যক্তিগত জীৱন, শৰীৰৰ লগতে তেওঁৰ কামতো প্ৰভাৱ পৰিছিল।

যাৰ বাবে ২০১০ চনত প্ৰথমবাৰৰ বাবে বৃক্ক সংৰোপণ কৰে বৈজ্ঞানিক দেবেন্দ্ৰই। কিন্তু সেই ট্ৰান্সপ্লান্ট বিফল হোৱাত পুনৰ ২০১২ চনত দ্বিতীয়টো ট্ৰান্সপ্লাণ্ট কৰা হৈছিল। পাছে দ্বিতীয়বাৰৰ বাবে সংৰোপণ কৰা বৃক্কটোৱেও ২০২২ চনত Covid আক্ৰান্ত হোৱাৰ পিছত কাম কৰা বন্ধ কৰি দিয়ে। ফলত পুনৰ ডায়েলাইছিছ আৰম্ভ কৰিব লগা হয়। লগতে বিচাৰ চলি থাকে আন এক বৃক্ক দাতাৰ।

https://www.indiatoday.in/health/story/drdo-scientist-five-kidneys-rare-third-transplant-amrita-hospital-2685397-2025-02-25

২০২৩ চনত দেৱেন্দ্ৰই চিকিৎসালয়ত পঞ্জীয়ন কৰি নিজৰ বাবে তৃতীয়টো বৃক্ক দাতা বিচাৰিছিল। ২০২৫ চনৰ ৭ জানুৱাৰীত সন্ধান পাইছিল দাতাৰ। ৰাষ্ট্ৰীয় অংগ আৰু কলা সংৰোপণ সংস্থাই (NOTTO) দেৱেন্দ্ৰক তেওঁৰ স্বাস্থ্যৰ কথা মনত ৰাখি এই তৃতীয়টো বৃক্ক সংৰোপনৰ বাবে অগ্ৰাধিকাৰ দিয়ে।

শেষত চলিত বৰ্ষৰ ৮ জানুৱাৰীত সফলতাৰে তেওঁৰ তৃতীয়টো কিডনী ট্ৰান্সপ্লাণ্ট কৰা হৈছিল। কিন্তু এইখিনিতে প্ৰশ্ন তৃতীয়টো বৃক্ক স্থাপনৰ পূৰ্বে কিয় আঁতৰোৱা হোৱা নাছিল বিকল বৃক্ক বোৰ!

এই সন্দৰ্ভত বাংগালুৰুৰ কাবেৰী হাস্পতালৰ কিডনী ট্ৰান্সপ্লাণ্ট বিশেষজ্ঞ ডাঃ ভানুপ্ৰকাশে জানিবলৈ দিয়ে যে, কিডনী ট্ৰান্সপ্লাণ্টৰ ক্ষেত্ৰত ৰোগীৰ মূল আৰু কাম নকৰা বৃক্ক ঠাইতে ৰখাটো এটা সাধাৰণ কথা। জটিলতাৰ পৰা হাত সাৰিবলৈ সাধাৰণতে নতুন বৃক্ক পেটৰ তলৰ অংশত স্থাপন কৰা হয়। দেবেন্দ্ৰৰ ক্ষেত্ৰতো এই কৰা হৈছে। লগতে প্ৰকৃত বৃক্কটো আঁতৰাই দিলে ৰক্তক্ষৰণ, সংক্ৰমণ আৰু অপ্ৰয়োজনীয় অস্ত্ৰোপচাৰৰ আশংকা থাকিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 5 KidneyDRDO ScientistKidney TransplantMedical miracle
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
আগন্তুক ৭০ দিন গোল্ডেন টাইম এই ৪ৰাশিৰ, বুধৰ স্থান সলনিয়ে কাৰ কাৰ ভাগ্য উজলাব?

আগন্তুক ৭০ দিন গোল্ডেন টাইম এই ৪ৰাশিৰ, বুধৰ স্থান সলনিয়ে কাৰ কাৰ ভাগ্য উজলাব?

উজনিৰ কোনো স্থানতেই শংকৰ সংঘই আৰু পাতিব নোৱাৰিব কোনো অনুষ্ঠান, উজনিত কোনে বাধা দিছে শংকৰ সংঘক?

উজনিৰ কোনো স্থানতেই শংকৰ সংঘই আৰু পাতিব নোৱাৰিব কোনো অনুষ্ঠান, উজনিত কোনে বাধা দিছে শংকৰ সংঘক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.