• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈনিক ৰাশিফল- সপ্তাহৰ প্ৰথম দিন ব্ৰহ্মযোগত ৰেৱতী নক্ষত্ৰ, কোন ৰাশিৰ ভাগ্যই কি কয়

দৈনিক ৰাশিফল- সপ্তাহৰ প্ৰথম দিন ব্ৰহ্মযোগত ৰেৱতী নক্ষত্ৰ, কোন ৰাশিৰ ভাগ্যই কি কয়

1 year ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

33 minutes ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

2 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

3 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

3 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

4 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

5 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

16 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

17 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

18 hours ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

18 hours ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

19 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৈনিক ৰাশিফল- সপ্তাহৰ প্ৰথম দিন ব্ৰহ্মযোগত ৰেৱতী নক্ষত্ৰ, কোন ৰাশিৰ ভাগ্যই কি কয়

editor by editor
March 3, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ
0
দৈনিক ৰাশিফল- সপ্তাহৰ প্ৰথম দিন ব্ৰহ্মযোগত ৰেৱতী নক্ষত্ৰ, কোন ৰাশিৰ ভাগ্যই কি কয়
0
SHARES
801
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দৈনিক ৰাশিফল- সপ্তাহৰ প্ৰথম দিন ব্ৰহ্মযোগত ৰেৱতী নক্ষত্ৰ, কোন ৰাশিৰ ভাগ্যই কি কয়

মেষ ৰাশি
আজি আয় বাঢ়িব, কিন্তু তাৰ লগে লগে খৰচো বাঢ়িব। বন্ধুৰ সহায়ত গাড়ী কিনিব পাৰিব। কৰ্মচাৰীসকলে উচ্চ পদবী লাভ কৰাৰ সম্ভাৱনা থাকে। শিশুৰ উচ্চ শিক্ষাৰ বাবে ধন খৰচ হ’ব পাৰে। পত্নীৰ লগত মতানৈক্য থাকিলেও দিনটোৰ শেষত সকলো ঠিক হব।

বৃষ ৰাশি
মূৰৰ বিষ বা কোনো ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। আজি কথা কওতে সাৱধান হওক। বন্ধুৰ ৰুক্ষ ব্যৱহাৰৰ বাবে আপুনি আৱেগিকভাৱে কষ্ট পাব পাৰে। পঢ়া-শুনাৰ বাবে বহিঃৰাজ্য ভ্ৰমণ হ’ব পাৰে। আজি নতুন ব্যৱসায়ত বিনিয়োগ কৰাৰ সময়ত সাৱধান হোৱাটো প্ৰয়োজন। অংশীদাৰিত্ব ব্যৱসায়ত ভাল সম্পৰ্কৰ অভাৱ হ’ব পাৰে।

মিথুন ৰাশি
উচ্চ ৰক্তচাপৰ সমস্যা হব পাৰে। অৱশ্যে শৰীৰক লৈ বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। সৎ কামত আজি টকা খৰচ হ’ব। কামত বাধাৰ সন্মুখীন হ’ব পাৰে। আজিয়েই আপোনাৰ বাকী থকা ধন ঘূৰাই পাব পাৰিব। কৰ্মৰ বাবে ভ্ৰমণ হব পাৰে। উচ্চ কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰত উন্নতিৰ সুযোগ বৃদ্ধি পাব।

কৰ্কট ৰাশি
পাৰিবাৰিক বিষয়ত সাময়িকভাৱে মতানৈক্য হ’ব পাৰে। এই ৰাশিৰ লোকে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। আয় বৃদ্ধিৰ সম্ভাৱনা আছে। কামৰ বাবে আপুনি ভাল নোপোৱা ঠাইলৈ বদলি হ’ব পাৰে। চেষ্টা কৰিও আপুনি বিচৰা চাকৰিটো পোৱাত বাধাৰ সন্মুখীন হ’ব পাৰে।

সিংহ ৰাশি
সিংহ ৰাশিৰ লোকে আজি কৰ্মক্ষেত্ৰত হতাশ অনুভৱ কৰিব পাৰে। আত্মীয়ৰ বিৰোধিতাৰ বাবে আপুনি মানসিক অশান্তিৰ সন্মুখীন হ’ব। সঞ্চয় কৰা ধন আজি খৰচ হ’ব। আজি নতুন ব্যৱসায় আৰম্ভ নকৰিলে ভাল। আজি প্ৰতিযোগিতাত আপুনি আশা কৰা ধৰণৰ ফলাফল নাপাব।

কন্যা ৰাশি
শিক্ষাৰ কাৰণে দূৰৈৰ দেশ ভ্ৰমণ হব পাৰে। গৱেষণা বা প্ৰতিযোগিতামূলক কামত আপুনি আজি হতাশ হ’ব। সংগীৰ সম্পৰ্ক উন্নত হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক ভ্ৰমণ হব পাৰে। নিৰ্মাণ সঁজুলিৰ ব্যৱসায় আজি লাভজনক হ’ব। দীৰ্ঘম্যাদী পৰিকল্পনাই সফলতা কঢ়িয়াই আনিব।

তুলা ৰাশি
কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে এজন জ্ঞানী ব্যক্তিৰ পৰামৰ্শ লওক। কৰ্মক্ষেত্ৰত অপ্ৰয়োজনীয় শত্ৰুতা বৃদ্ধি পাব। ব্যৱসায়ত বাধাৰ মাজতো আজি আপুনি সফলতা লাভ কৰিব। ভাই-ভনীৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। চিকিৎসাৰ খৰচ বৃদ্ধি পাব। চামৰাৰ সামগ্ৰীৰ ব্যৱসায় আজি লাভজনক হ’ব।

বৃশ্চিক ৰাশি
পৰিয়ালৰ কোনোবা এজনৰ পৰা বিপদৰ আশংকা থাকে। লটাৰীত আপুনি টকা জিকিব পাৰে। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰিবলৈ অনিচ্ছুক হৈ পৰিব। কৰ্মক্ষেত্ৰৰ পৰিৱেশ আজি আপোনাৰ বাবে অনুকূল নহ’বও পাৰে। চখৰ সামগ্ৰী বা দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ ব্যৱসায়ৰ পৰা আপুনি লাভৱান হ’ব।

ধনু ৰাশি
ধনু ৰাশিৰ লোকে আজি নতুন সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা। আপুনি পেটৰ সমস্যাত ভুগিব পাৰে বা পুৰণি ৰোগ ঘূৰি আহিব পাৰে। আমদানি-ৰপ্তানি ব্যৱসায়ৰ উন্নতিৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত বাধা আহিব পাৰে। যাতায়ত ব্যাঘাত আৰু বিপদৰ আশংকা।

মকৰ ৰাশি
আজি শাৰীৰিক কষ্টৰ আশংকা। এজন বৃদ্ধ ব্যক্তিৰ প্ৰষ্টেট বা প্ৰস্ৰাৱ নলীৰ সমস্যা হ’ব পাৰে। সঞ্চয় হোৱা টকা আজিয়েই হয়তো খৰছ হ’ব। কৰ্মস্থলীত কোনো অধীনস্থৰ লগত বিপদত পৰিব পাৰে। অনিশ্চিত কামত বিনিয়োগ কৰিলে মকৰ ৰাশিৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে।

কুম্ভ ৰাশি
আজি পৰিয়ালৰ লোক আপোনাৰ বিৰুদ্ধে যোৱাৰ সম্ভাৱনা আছে। ভাই-ভনীৰ পৰা সহায় ল’ব পাৰে। যৌথ ব্যৱসায়ৰ জটিলতা বৃদ্ধি পাব পাৰে। জীৱ-জন্তুৰ পৰা বিপদৰ আশংকা। কুম্ভ ৰাশিৰ লোকসকলে আজি তেওঁলোকৰ বৃত্তিগত জীৱনত সাময়িক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

মীন ৰাশি
নতুন সম্পত্তি ক্ৰয় কৰাৰ সুযোগ থাকিব পাৰে। দান-বৰঙণি কৰি নিজৰ ক্ষতি কৰিব পাৰে। উচ্চ শিক্ষা বা গৱেষণাৰ বাবে বহিঃৰাজ্য ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়িক অংশীদাৰৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। সম্পত্তিৰ সমস্যা বা বিবাদৰ সমাধান কৰিব পাৰি। মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা বাঢ়িব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologydaily horoscopehoroscopeRashirashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক
জীৱনশৈলী

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

August 31, 2026
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?
বিশ্ব

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

August 31, 2026
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়
ভাৰত

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

August 31, 2026
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম
জীৱনশৈলী

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

August 31, 2026
Next Post
ছুটকেচত উদ্ধাৰ হোৱা কংগ্ৰেছ কৰ্মী হিমানীৰ ঘটনাৰ এজন আটক, খোল খালে বহু ৰহস্য

ছুটকেচত উদ্ধাৰ হোৱা কংগ্ৰেছ কৰ্মী হিমানীৰ ঘটনাৰ এজন আটক, খোল খালে বহু ৰহস্য

অস্কাৰ ২০২৫: শ্ৰেষ্ঠ অভিনেতাৰ বঁটা এড্ৰিয়ান ব্ৰডীলৈ, শ্ৰেষ্ঠ অভিনেত্ৰী মিকি মেডিচন

অস্কাৰ ২০২৫: শ্ৰেষ্ঠ অভিনেতাৰ বঁটা এড্ৰিয়ান ব্ৰডীলৈ, শ্ৰেষ্ঠ অভিনেত্ৰী মিকি মেডিচন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.