• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছুটকেচত উদ্ধাৰ হোৱা কংগ্ৰেছ কৰ্মী হিমানীৰ ঘটনাৰ এজন আটক, খোল খালে বহু ৰহস্য

ছুটকেচত উদ্ধাৰ হোৱা কংগ্ৰেছ কৰ্মী হিমানীৰ ঘটনাৰ এজন আটক, খোল খালে বহু ৰহস্য

2 years ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

30 minutes ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

51 minutes ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

1 hour ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

2 hours ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

2 hours ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

3 hours ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

3 hours ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

4 hours ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

4 hours ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

5 hours ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

6 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ছুটকেচত উদ্ধাৰ হোৱা কংগ্ৰেছ কৰ্মী হিমানীৰ ঘটনাৰ এজন আটক, খোল খালে বহু ৰহস্য

editor by editor
March 3, 2025
in বিবিধ, ভাৰত, ৰাজনীতি
0
ছুটকেচত উদ্ধাৰ হোৱা কংগ্ৰেছ কৰ্মী হিমানীৰ ঘটনাৰ এজন আটক, খোল খালে বহু ৰহস্য
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছুটকেচত উদ্ধাৰ হোৱা কংগ্ৰেছ কৰ্মী হিমানীৰ ঘটনাৰ এজন আটক, খোল খালে বহু ৰহস্য

কংগ্ৰেছ কৰ্মী হিমানী নৰৱাল হত্যাকাণ্ডৰ এজন অভিযুক্তক আটক কৰিছে বিশেষ তদন্তকাৰী দলে। জেৰাৰ সময়ত অভিযুক্তই নিজকে হিমানীৰ প্ৰেমিক বুলি অভিহিত কৰিছে। অভিযুক্তৰ মতে, হত্যাকাণ্ডটো হিমানীৰ ঘৰতে সংঘটিত হৈছে।

হত্যাকাণ্ডৰ পিছত হিমানীৰ মৃতদেহটো এটা ছুটকেছত ভৰাই দিয়া হৈছিল। অভিযুক্তৰ দাবীৰ তদন্ত এতিয়াও অব্যাহত আছে আৰক্ষীয়ে।

উল্লেখ্য যে, শনিবাৰে ৰোহটক জিলাৰ এটা ছুটকেছৰ ভিতৰত কিছু আঘাতৰ চিন থকা হিমানীৰ মৃতদেহ উদ্ধাৰ হৈছিল। এই হত্যাকাণ্ডৰ তদন্তৰ বাবে দেওবাৰে হাৰিয়ানা আৰক্ষীয়ে এছ আই টি গঠন কৰিছিল।

আনহাতে, হিমানী নৰৱালৰ পৰিয়ালে হিমীনৰ মৃতদেহ দাহ কৰিবলৈ অস্বীকাৰ কৰি দাবী কৰিছিল যে হত্যাকাৰীক গ্ৰেপ্তাৰ নোহোৱালৈকে মৃতদেহ দাহ নকৰে। কম সময়ৰ ভিতৰতে নৰৱালৰ ৰাজনৈতিক উত্থানৰ বাবে কংগ্ৰেছৰ একাংশ নেতাই নৰৱালৰ প্ৰতি ঈৰ্ষা কৰা বুলিও অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে।

হাৰিয়ানা কংগ্ৰেছ ইউনিটৰ নেতাসকলে নৰৱালক এগৰাকী সক্ৰিয় আৰু নিষ্ঠাবান কৰ্মী বুলি অভিহিত কৰে যিয়ে ৰাহুল গান্ধীৰ নেতৃত্বত অনুষ্ঠিত ‘ভাৰত জোডো’ যাত্ৰাতো অংশগ্ৰহণ কৰিছিল। প্ৰায় ১ টা দশক ধৰি কংগ্ৰেছৰ সৈতে জড়িত আছিল হিমানী নাৰৱাল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Congress WorkerHariyana Murder CaseHimani Narwalmurder case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?
ভাৰত

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

September 21, 2026
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!
বাণিজ্য

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

September 21, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

September 21, 2026
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!
জীৱনশৈলী

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

September 21, 2026
Next Post
অস্কাৰ ২০২৫: শ্ৰেষ্ঠ অভিনেতাৰ বঁটা এড্ৰিয়ান ব্ৰডীলৈ, শ্ৰেষ্ঠ অভিনেত্ৰী মিকি মেডিচন

অস্কাৰ ২০২৫: শ্ৰেষ্ঠ অভিনেতাৰ বঁটা এড্ৰিয়ান ব্ৰডীলৈ, শ্ৰেষ্ঠ অভিনেত্ৰী মিকি মেডিচন

কাইলৈ ৫ ৰাশিৰ সকলো সমস্যাৰ অন্ত পৰিব, আহিব কেৱল সুখৰ ঢল

কাইলৈ ৫ ৰাশিৰ সকলো সমস্যাৰ অন্ত পৰিব, আহিব কেৱল সুখৰ ঢল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.