• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অস্কাৰ ২০২৫: শ্ৰেষ্ঠ অভিনেতাৰ বঁটা এড্ৰিয়ান ব্ৰডীলৈ, শ্ৰেষ্ঠ অভিনেত্ৰী মিকি মেডিচন

অস্কাৰ ২০২৫: শ্ৰেষ্ঠ অভিনেতাৰ বঁটা এড্ৰিয়ান ব্ৰডীলৈ, শ্ৰেষ্ঠ অভিনেত্ৰী মিকি মেডিচন

2 years ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

5 minutes ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

29 minutes ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

48 minutes ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

1 hour ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

3 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

4 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

4 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

5 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

5 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

6 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অস্কাৰ ২০২৫: শ্ৰেষ্ঠ অভিনেতাৰ বঁটা এড্ৰিয়ান ব্ৰডীলৈ, শ্ৰেষ্ঠ অভিনেত্ৰী মিকি মেডিচন

editor by editor
March 3, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিশ্ব, ভাৰত
0
অস্কাৰ ২০২৫: শ্ৰেষ্ঠ অভিনেতাৰ বঁটা এড্ৰিয়ান ব্ৰডীলৈ, শ্ৰেষ্ঠ অভিনেত্ৰী মিকি মেডিচন
0
SHARES
212
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অস্কাৰ ২০২৫: শ্ৰেষ্ঠ অভিনেতাৰ বঁটা এড্ৰিয়ান ব্ৰডীলৈ, শ্ৰেষ্ঠ অভিনেত্ৰী মিকি মেডিচন

আজি ৩ মাৰ্চ তাৰিখ সোমবাৰে বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান অস্কাৰ ২০২৫ৰ বিজেতা সকলৰ নাম কৰা হৈছে। আমেৰিকাৰ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অনুষ্ঠিত হৈছে ৯৭ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠান।

এইবাৰ অস্কাৰৰ দৌৰত শ্ৰেষ্ঠ লাইভ এক্সন চুটি ছবি শিতানত মনোনিত হৈছিল ‘অনুজা’ নামৰ ভাৰতীয় ছবিখন, এই ছবিখন গুণিত মংগা আৰু প্ৰিয়ংকা চোপ্ৰা জোনাছে যুটীয়াভাৱে নিৰ্মাণ কৰিছিল। কিন্তু সফল হব নোৱাৰে, ‘আই এম নট এ ৰবট’ ছবিখন জয়ী হ’য় এই শিতানত।

৯৭ সংখ্যক এইবাৰ অস্কাৰত বঁটা প্ৰাপকৰ তালিকা-

শ্ৰেষ্ঠ অভিনেতা – এড্ৰিয়ান ব্ৰডী (Adrien Brody) (The Brutalist)
শ্ৰেষ্ঠ অভিনেত্ৰী – মিকি মেডিচন (Mikey Medison) (Anora)
শ্ৰেষ্ঠ ছবি- অনোৰা (Anora)
শ্ৰেষ্ঠ পৰিচালক – সীন বেকৰ (Sean Baker) (Anora)
শ্ৰেষ্ঠ সহযোগী অভিনেতা – কৰেন কুলিন (Karen Kulin) (The Real Pain)
শ্রেষ্ঠ সহযোগী অভিনেত্ৰী – জোই শলদানা (Zoe Saldana) (Emilia Perez)
শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবি – আই এম ষ্টিল হেয়াৰ
শ্ৰেষ্ঠ এনিমেটেড বৈশিষ্ট্যপূৰ্ণ ছবি – ফ্লো (Flow)
শ্রেষ্ঠ এনিমেটেড চুটি ছবি – শিৰিণ সোহানী (Shirin Sohani) আৰু হোছেইন নোলেমী (Hossein Moalemi)
শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য: শ্বেন বেকাৰ (অনোৰা)
শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী – দ ব্ৰুটালিষ্ট
শ্ৰেষ্ঠ চুলি আৰু মেকআপ – দ ছাবটেন্স
শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য: কনক্লেভ
শ্ৰেষ্ঠ চলচ্চিত্ৰ সম্পাদনা – Anora
শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন – বিকেড
শ্রেষ্ঠ গান – El Mal by Emilia Perez
শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবি – দা অন্লী গাৰ্ল ইন দা অৰ্কেষ্ট্ৰা
শ্ৰেষ্ঠ তথ্যচিত্ৰ বৈশিষ্ট্যপূৰ্ণ ছবি – নো আদাৰ লেণ্ড
শ্রেষ্ঠ Soundtrack – টিলা: অংশ 2
শ্ৰেষ্ঠ দৃশ্য প্ৰভাৱ – ড্যুন-পাৰ্ট ২
শ্ৰেষ্ঠ লাইভ একচন চুটি ছবি – আই এম নট এ ৰবট
শ্রেষ্ঠ কষ্টিউম – পল তেজৱেল (বিকেট)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 97 th Oscar awardOscarOscar 2025Oscar Award
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
Next Post
কাইলৈ ৫ ৰাশিৰ সকলো সমস্যাৰ অন্ত পৰিব, আহিব কেৱল সুখৰ ঢল

কাইলৈ ৫ ৰাশিৰ সকলো সমস্যাৰ অন্ত পৰিব, আহিব কেৱল সুখৰ ঢল

১০ বছৰীয়া পুৰণি দৃশ্য হুবহু প্ৰকট হৈছে চেম্পিয়নছ ট্ৰফীত, ভাৰতীয় টীম চিন্তাত

১০ বছৰীয়া পুৰণি দৃশ্য হুবহু প্ৰকট হৈছে চেম্পিয়নছ ট্ৰফীত, ভাৰতীয় টীম চিন্তাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.