• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ বছৰীয়া পুৰণি দৃশ্য হুবহু প্ৰকট হৈছে চেম্পিয়নছ ট্ৰফীত, ভাৰতীয় টীম চিন্তাত

১০ বছৰীয়া পুৰণি দৃশ্য হুবহু প্ৰকট হৈছে চেম্পিয়নছ ট্ৰফীত, ভাৰতীয় টীম চিন্তাত

1 year ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

8 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

9 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

10 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

10 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

11 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

12 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

13 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

13 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

14 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

15 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

15 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

১০ বছৰীয়া পুৰণি দৃশ্য হুবহু প্ৰকট হৈছে চেম্পিয়নছ ট্ৰফীত, ভাৰতীয় টীম চিন্তাত

editor by editor
March 3, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
১০ বছৰীয়া পুৰণি দৃশ্য হুবহু প্ৰকট হৈছে চেম্পিয়নছ ট্ৰফীত, ভাৰতীয় টীম চিন্তাত
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০ বছৰীয়া পুৰণি দৃশ্য হুবহু প্ৰকট হৈছে চেম্পিয়নছ ট্ৰফীত, ভাৰতীয় টীম চিন্তাত

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমি ফাইনেলিষ্ট চাৰিটা দল নিশ্চিত হৈছে। গ্ৰুপ এৰ পৰা ভাৰত আৰু নিউজিলেণ্ড আৰু গ্ৰুপ বিৰ পৰা দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

ছেমি ফাইনেলত টিম ইণ্ডিয়াই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই নিউজিলেণ্ডৰ সৈতে মুখামুখি হ’ব। কিন্তু এইবাৰে প্ৰথম নহয়, এই হুবহু দৃশ্য ১০ বছৰ পূৰ্বেও হৈছিল। আজিৰ পৰা ১০ বছৰ পূৰ্বেও ভাৰত-অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড-দক্ষিণ আফ্ৰিকা মুখামুকি হৈছিল ছেমিফাইনেল খেলত।

২০১৫ চনৰ এদিনীয়া বিশ্বকাপত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে মিলি আয়োজন কৰিছিল বিশ্বকাপৰ। সেই সময়তো ভাৰত, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ দলে ছেমি ফাইনেলত নিজৰ স্থান দখল কৰিছিল। কেৱল এয়াই নহয়, সেই সময়ছোৱাত ভাৰত আৰু অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মাজতো ছেমি ফাইনেল খেলি অনুষ্ঠিত হৈছিল।

সেই ২০১৫ৰ বিশ্বকাপত টিম ইণ্ডিয়াৰ অধিনায়কত্ব এম এছ ধোনিৰ হাতত আৰু অষ্ট্ৰেলিয়াৰ অধিনায়ক আছিল মাইকেল ক্লাৰ্ক। সেই খেলত ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল টিম ইণ্ডিয়া।

সেই মেচখনত প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই ৭টা উইকেট হেৰুৱাই ৩২৮ ৰান সংগ্ৰহ কৰিছিল। যাৰ প্ৰতিক্ৰিয়া স্বৰূপে টিম ইণ্ডিয়াই মাত্ৰ ২৩৩ ৰানত অল আউট হৈছিল। টিম ইণ্ডিয়াৰ হৈ অধিনায়ক এম এছ ধোনীয়ে ৬৫ ৰানৰ সৰ্বোচ্চ ইনিংছ খেলিছিল। বিৰাট কোহলিয়ে মাত্ৰ ১ ৰান সংগ্ৰহ কৰি আউট হৈছিল।

আনহাতে নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত সংঘৰ্ষ হৈছিল। ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই ২০১৫ৰ খিতাপ দখল কৰিছিল।

আনহাতে প্ৰায়ে আই চি চি টুৰ্ণামেণ্টৰ নকআউট মেচত অষ্ট্ৰেলিয়াই টিম ইণ্ডিয়াৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছে।, ২০২৩ৰ এদিনীয়া বিশ্বকাপৰ ফাইনেল খেলতো অষ্ট্ৰেলিয়াৰ হাতত পৰাজয় হৈছিল ভাৰত। সেয়ে কিছু চিন্তাত ভাৰতীয় দল, ৰোহিত এণ্ড টিমে এইবাৰ সেই পুৰণি সকলো পোতক তুলি অষ্ট্ৰেলিয়াক নকআউট কৰাৰ পৰিকল্পনা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Australia teamChampions TrophyIndia Vs Australiateam india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
গিৰ ৰাষ্ট্ৰীয় উদ্যানত প্ৰকৃতিৰ মাজত মোদী, কেমেৰাত আৱদ্ধ কৰিলে সিংহৰ ফটো

গিৰ ৰাষ্ট্ৰীয় উদ্যানত প্ৰকৃতিৰ মাজত মোদী, কেমেৰাত আৱদ্ধ কৰিলে সিংহৰ ফটো

সঁচা হ’ব নেকি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ভাৰতত ইমানবোৰ ভূমিকম্প কিয়, কাৰণ কি

সঁচা হ'ব নেকি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ভাৰতত ইমানবোৰ ভূমিকম্প কিয়, কাৰণ কি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.