• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঁচা হ’ব নেকি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ভাৰতত ইমানবোৰ ভূমিকম্প কিয়, কাৰণ কি

সঁচা হ’ব নেকি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ভাৰতত ইমানবোৰ ভূমিকম্প কিয়, কাৰণ কি

2 years ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

12 seconds ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

19 minutes ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

2 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

4 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

4 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

5 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

6 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

7 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

15 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

15 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

15 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সঁচা হ’ব নেকি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ভাৰতত ইমানবোৰ ভূমিকম্প কিয়, কাৰণ কি

editor by editor
March 3, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
সঁচা হ’ব নেকি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ভাৰতত ইমানবোৰ ভূমিকম্প কিয়, কাৰণ কি
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সঁচা হ’ব নেকি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ভাৰতত ইমানবোৰ ভূমিকম্প কিয়, কাৰণ কি

ভৱিষ্যতৰ কথা কোৱা বাবা ভাংগাই কোৱা বহু কথাই ইতিমধ্যে সত্য বুলি প্ৰমাণিত হৈছে। বাবা ভাংগাই দশক দশক পূৰ্বে বহু ঘটনাৰ ভৱিষ্যদ্বাণী কৰিছিল । ২০২৫ বৰ্ষৰ বাবেও তেওঁ কিছু ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছে আৰু ইয়াৰ আভাস বিগত কেইদিনমানৰ পৰা সমগ্ৰ বিশ্বতে দেখা গৈছে।

ভাৰততো কিছু ঘটনা সংঘটিত হৈছে। বহু বছৰৰ পূৰ্বে বাবা ভাংগাই কৈছিল যে ২০২৫ চনত সমগ্ৰ বিশ্বতে বিধ্বংসী বানপানী হ’ব আৰু বৃহৎ পৰিসৰত ধ্বংস হ’ব। সমগ্ৰ বিশ্বতে জীৱন আৰু সম্পত্তিৰ ক্ষতি হ’ব। কিছুদিনৰ পৰা সমগ্ৰ বিশ্বতে ভূমিকম্প হৈ আহিছে। আমেৰিকাৰ পৰা এছিয়ালৈকে বহুবাৰ কঁপিছে ধৰা।

উত্তৰ পূৱ ভাৰতৰ পৰা আৰম্ভ কৰি উত্তৰ ভাৰত লগতে ভাৰতৰ চুবুৰীয়া দেশ নেপালৰ ৰাজধানী কাঠমাণ্ডুতো সংঘটিত হৈছে ভূমিকম্প। এই ঘটনাবোৰে মানুহৰ মনত প্ৰশ্ন উত্থাপন কৰিছে যে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা হোৱাৰ সময় আহি পৰিছে নেকি?

বাবা ভাংগাই আগন্তুক কেইবাটাও দশকৰ বাবে ভৱিষ্যদ্বাণী কৰিছিল আৰু ছোভিয়েট ৰাছিয়াৰ পতন আৰু আমেৰিকাত সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে কৰা তেওঁৰ ভৱিষ্যদ্বাণী সঁচা হৈছে।

বাবা ভাংগাই ভৱিষ্যদ্বাণী কৰিছে যে ২০২৫ চনৰ পৰা পৃথিৱীৰ অন্ত আৰম্ভ হ’ব। ২০২৫ চনত ইউৰোপত এক বৃহৎ যুদ্ধ হ’ব যাৰ ফলত ইউৰোপৰ জনসংখ্যা হ্ৰাস পাব কাৰণ বহু লোকৰ মৃত্যু হ’ব। ইউৰোপত ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত সংঘাত অব্যাহত আছে আৰু বহু সংখ্যক লোকৰ মৃত্যু অব্যাহত আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baba Bhangababa Bhanga PredictBhangafuture predict
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে
বিশ্ব

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

October 15, 2026
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে
বিনোদন

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

October 15, 2026
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী
অসম

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

October 15, 2026
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’
অসম

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

October 15, 2026
Next Post
কংগ্ৰেছ নেত্ৰীৰ অপমান সূচক মন্তব্য ৰোহিত শৰ্মাৰ ওপৰত, ‘কাহিনিও নাছিল ভাৰতৰ এনে আনফিট কেপ্টেইন’

কংগ্ৰেছ নেত্ৰীৰ অপমান সূচক মন্তব্য ৰোহিত শৰ্মাৰ ওপৰত, 'কাহিনিও নাছিল ভাৰতৰ এনে আনফিট কেপ্টেইন'

নতুন সপ্তাহত গজকেশৰী ৰাজযোগ! কেৰিয়াৰত উন্নতি, হঠাৎ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে

নতুন সপ্তাহত গজকেশৰী ৰাজযোগ! কেৰিয়াৰত উন্নতি, হঠাৎ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.