• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ৭দিন মাজত, শুক্ৰ অস্ত যোৱাৰ ফলত এই ৫ৰাশিয়ে সকলোক্ষেত্ৰতে লাভ কৰিব সফলতা

1 year ago
পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

31 seconds ago
কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

23 minutes ago
PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

50 minutes ago
ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

1 hour ago
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

2 hours ago
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

3 hours ago
লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

4 hours ago
‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

5 hours ago
হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ৭দিন মাজত, শুক্ৰ অস্ত যোৱাৰ ফলত এই ৫ৰাশিয়ে সকলোক্ষেত্ৰতে লাভ কৰিব সফলতা

মাত্ৰ ৭দিন মাজত, শুক্ৰ অস্ত যোৱাৰ ফলত এই ৫ৰাশিয়ে সকলোক্ষেত্ৰতে লাভ কৰিব সফলতা

editor by editor
March 11, 2025
in জীৱনশৈলী, বিবিধ
0
মাত্ৰ ৭দিন মাজত, শুক্ৰ অস্ত যোৱাৰ ফলত এই ৫ৰাশিয়ে সকলোক্ষেত্ৰতে লাভ কৰিব সফলতা
0
SHARES
846
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি শুক্ৰগ্ৰহ হৈছে সৌন্দৰ্য, প্ৰেম আৰু ভালপোৱাৰ কাৰক গ্ৰহ। শুক্ৰক দৈত্যৰ আচাৰ্য বুলি কোৱা হয়। সেই কাৰণেই শুক্ৰক দৈত্যাচাৰ্যও বুলি কোৱা হয়। আগন্তুক ১৯ মাৰ্চৰ সন্ধিয়া ৫ বাজি ৫১ মিনিটত মীন ৰাশিত অস্ত যাব শুক্ৰ। জ্যোতিষ গণনাত দেখা গৈছে যে শুক্ৰ অস্ত গলে নানান দিশৰ পৰা লাভৱান হব পাঁচ ৰাশিৰ জাতক। জানি থওক ১৯ মাৰ্চৰ পৰা ভাগ্য খুলিব কাৰ কাৰ?

মিথুন ৰাশি

শুক্ৰ ডুবিলে নানান পজিটিভ পৰিবৰ্তন আহিব মিথুন ৰাশিৰ জাতকৰ জীৱনত। এই সময়ত আপোনাৰ সাংসৰিক জীৱন আৰু পেছাগত জীৱনত উন্নতি আহিব। আৰ্থিক লাভ কৰিব পাৰে আৰু স্বাস্থ্যও ভালে থাকিব। নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক আৰু মজবুত হব। নানান দিশৰ পৰা অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পাব।

সিংহ ৰাশি

শুক্ৰ অস্ত গলে নানান চেলেঞ্জৰ মুখত পৰিব পাৰে সিংহ ৰাশিৰ জাতক। নিজৰ সাহস আৰু আত্মবিশ্বাসৰ জোৰত সকলো সমস্যা দূৰ কৰি বাহিৰলৈ ওলাই আহিব আপুনি। কেৰিয়াৰত উল্লেখযোগ্য় উন্নতি কৰাৰ সুযোগ পাব। এই সময়ত ডাঙৰ সাফল্য় অৰ্জন কৰাৰ সোনালী সুযোগ আহিব আপোনাৰ সন্মুখত। ব্য়ৱসায়ত উন্নতি হব। বিবাহৰ প্ৰস্তাৱ পাব পাৰে।

তুলা ৰাশি

শুক্ৰ গ্ৰহ অস্ত গলে তুলা ৰাশিৰ জাতকৰ পকেটত প্ৰভাৱ পৰিব। এই সময়ত আপোনাৰ ব্যয় বাঢ়িলেও আয়ো বাঢ়িব। অকাৰণে খৰচ বাঢ়িলেও নিজৰ বেংক বেলেন্স বঢ়াব পাৰিবই। ধৈৰ্য ধৰি কাম কৰক, পৰিশ্ৰম কৰিলে তাৰ ফল নিশ্চয় পাবই। এই সময়ত তুলা ৰাশিৰ জাতকৰ মাজত নেতৃত্ব দিয়াৰ ক্ষমতা বিকশিত হব।

ধনু ৰাশি

১৯ মাৰ্চত শুক্ৰ ডুবিলে তাৰ শুভ প্ৰভাৱ পৰিব তুলা ৰাশিৰ জাতকৰ ওপৰত। পৰিয়ালত সুখ বৰ্তি থাকিব। ইয়াৰোপৰি কেৰিয়াৰত সাফল্য লাভ কৰিব। এই সময়ত আপোনাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা সচ্ছল হব। জীৱনসংগীৰ সৈতে সম্পৰ্ক আৰু মধুৰ হব। অফিচত কামৰ চাপ বাঢ়িলেও আপুনি সকলো দিশেই ভাল ভাৱে সামৰিব পাৰিব।

কুম্ভ ৰাশি

মীন ৰাশিত শুক্ৰ অস্ত গলে লাভৱান হব কুম্ভ ৰাশিৰ জাতক। এই সময়ত আপুনি পেছাগত জীৱনত নতুন কামৰ সুযোগ পাব। অফিচৰ পাবলগীয়া প্ৰমোচন এই সময়ত পাবই। কোনো সুখবৰ পোৱাৰ সম্ভাৱনা আছে ব্যৱসায়ত নিজৰ প্ৰতিদ্বন্দীক হৰুৱাব পাৰে। ডাঙৰ আৰ্থিক লাভ কৰিব পাৰে। হঠাৎ মোটা টকা হাতলৈ আহিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?
জীৱনশৈলী

May 9, 2026
কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?
জীৱনশৈলী

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

May 9, 2026
PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?
জীৱনশৈলী

PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

May 9, 2026
ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?
জীৱনশৈলী

ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

May 9, 2026
Next Post
৩, ৫, ৭ বছৰত ৫লাখ টকা ৰিটাৰ্ণ বিচাৰে? প্ৰতিমাহে ক’ত কিমান টকা বিনিয়োগ কৰিব লাগিব?

৩, ৫, ৭ বছৰত ৫লাখ টকা ৰিটাৰ্ণ বিচাৰে? প্ৰতিমাহে ক'ত কিমান টকা বিনিয়োগ কৰিব লাগিব?

মুকলি আকাশৰ তললৈ অহাৰ পথ মুকলি USTMৰ আচাৰ্য মহবুবুল হকৰ, জামিন দিলে গুৱাহাটী উচ্চতম ন্যায়ালয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন