• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক ৰহস্যময় অঞ্চল! য’ত মাটিৰ পৰা মহাকাশৰ দূৰত্ব মাত্ৰ দুঘণ্টাৰ ৰাস্তা

এক ৰহস্যময় অঞ্চল! য’ত মাটিৰ পৰা মহাকাশৰ দূৰত্ব মাত্ৰ দুঘণ্টাৰ ৰাস্তা

2 years ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

56 seconds ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

40 minutes ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

1 hour ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

3 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

4 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

6 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

7 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

8 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

8 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

9 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এক ৰহস্যময় অঞ্চল! য’ত মাটিৰ পৰা মহাকাশৰ দূৰত্ব মাত্ৰ দুঘণ্টাৰ ৰাস্তা

এক ৰহস্যময় অঞ্চল! য’ত মাটিৰ পৰা মহাকাশৰ দূৰত্ব মাত্ৰ দুঘণ্টাৰ ৰাস্তা

editor by editor
March 25, 2025
in জীৱনশৈলী
0
এক ৰহস্যময় অঞ্চল! য’ত মাটিৰ পৰা মহাকাশৰ দূৰত্ব মাত্ৰ দুঘণ্টাৰ ৰাস্তা
0
SHARES
679
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দৃশ্যমান পৃথিৱীখনত ৰহস্যৰ অন্ত নাই। দৃশ্যমান এই পৃথিৱীত সদায়ে আৱিস্কাৰ হয় ন ন ৰহস্য। ন ন ৰহস্যৰে আবৃত এই এই পৃথিৱীত এনে কিছু ৰহস্য আছে যি ৰহস্যৰ কথা জানিলে আপুনি শিহৰিত হৈ পৰিব। এই পৃথিৱীতে এনে এক অঞ্চল আছে য’ত কোনো জীৱৰ অৱস্থিতি পোৱাটো দূৰৰে কথা আপুনি ভৰি দিবলৈ মাটি অলপ বিচাৰি নাপাব। পৃথিৱীৰ যিটো অঞ্চলৰ পৰা মাটিৰ দূৰত্বত কৈ মহাকাশৰ দূৰত্ব অতি ক’ম। এই এলেকাতেই আছে আন্তৰাষ্ট্ৰীয় এক মহাকাশ কেন্দ্ৰ। আৰু পৃথিৱীৰ সেই বিশেষ অঞ্চলটোৰ নামেই হৈছে point Nemo।

লেটিন ভাষাত Nemo শব্দৰ অৰ্থ হৈছে No body। অৰ্থাৎ কোনো নাই। এই point Nemo অঞ্চলটো ইমানেই নিস্তব্ধ যে ইয়াত আপুনি দৃশ্যমান পৃথিৱীৰ কোনো শব্দই শুনা নাপায়। আনকি আপুনি বতাহৰ শব্দও এই অঞ্চলত শুনা নাপায়। ৰহস্যময় এই Point Nemo অঞ্চলটো আছে প্ৰশান্ত মহাসাগৰৰ দক্ষিণ প্ৰান্তত। প্ৰশান্ত মহাসাগৰৰ এই Point Nemo আঞ্চলটোৰ পৰা মাটিৰ দূৰত্ব প্ৰায় ২৬৮৮ কিলোমিটাৰ। এই অঞ্চলৰ পৰা আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ দূৰত্ব মাত্ৰ ৪০০ কিলোমিটাৰ
অৰ্থাৎ কিবা কাৰণত সেই অঞ্চললৈ কোনো মানুহ যাব লগা হ’লে মানুহজন দ্ৰুতবেগী বাহনেৰে গ’লেও মহাকাশৰ পৰা নামি অহা মহাকাশচাৰীতকৈ পাছত হ’ব। মানুহতকৈ মহাকাশচাৰী আগত উপস্থিত হ’ব Point Nemo অঞ্চলত। এই point nemoক কোৱা হয় মহাকাশৰ সমাধিস্থল বুলিও কোৱা হয়।

মহাকাশত বিশ্বৰ বিভিন্ন দেশৰ হাজাৰ হাজাৰ ছেটেলাইত আছে। যি ছেটেলাইট সমূহে অহৰহ পৃথিৱীক পৰ্যবেক্ষণ কৰি থাকে। কিন্তু যেতিয়া কোনো ছেটেলাইট বিকল হৈ পৰে তেতিয়াই বিজ্ঞানীসকলে সেই বিকল ছেটেলাইট সমূহ প্ৰশান্ত মহাসাগৰৰ point nemo অঞ্চললৈ নি সাগৰৰ মাজত পেলাই দিয়ে। আৰু এনেদৰে এই point nemo অঞ্চলত পূৰ্বৰে পৰা হাজাৰ হাজাৰ বিকল ছেটেলাইট পৰি আছে। কিন্তু ইয়াতেই প্ৰশ্নৰ অৱতাৰণা হয়! যদি সাগৰৰ পানীত এই ছেটেলাইটসমূহ পেলাই অহা হৈছে তেন্তে সাগৰীয় জীৱ এই point nemoত কেনেকৈ জীৱিত অৱস্থাত আছে?

point nemo অঞ্চলত কোনো জলজ বা স্থলজ জীৱৰ অস্তিত্ব আজিলৈকে কোনোৱে বিচাৰি পোৱা নাই। কিয়নো point nemo অঞ্চলত থকা এক বিশেষ চুম্বকীয় শক্তিৰ বাবে বৃহৎ অঞ্চলটোত জলজ প্ৰাণীৰ বাবে কোনো উপযোগী খাদ্য উৎপন্ন নহয়। যাৰ বাবে সেই বৃহৎ অঞ্চলটোত কোনো জলজ জীৱই বিচৰণ নকৰে। ইয়াৰ ওপৰিও এই অঞ্চল মহাকাশৰ পৰা নিচেই কম দূৰত্বত হোৱাৰ বাবে মহাকাশৰ সকলোবোৰ বিকল ছেটেলাইটত সেই অঞ্চলত পেলাই দিয়াত বিজ্ঞানীসকলৰ সুবিধা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

October 7, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
Next Post
SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

সমুদ্ৰৰ বুকুৰ পৰা জাগি উঠিব প্ৰাচীন চহৰ! জানক কি কি ঘটিব কলিযুগৰ শেষত?

সমুদ্ৰৰ বুকুৰ পৰা জাগি উঠিব প্ৰাচীন চহৰ! জানক কি কি ঘটিব কলিযুগৰ শেষত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.