• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱসৰ সন্দৰ্ভত মৌনতা ভংগ ধোনীৰ, খেলিব নোৱাৰা হৈ পৰা সন্দৰ্ভত দিলে উত্তৰ

অৱসৰ সন্দৰ্ভত মৌনতা ভংগ ধোনীৰ, খেলিব নোৱাৰা হৈ পৰা সন্দৰ্ভত দিলে উত্তৰ

1 year ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

44 minutes ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

1 hour ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

3 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

4 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

4 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

5 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

5 hours ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

6 hours ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

7 hours ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

8 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

9 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অৱসৰ সন্দৰ্ভত মৌনতা ভংগ ধোনীৰ, খেলিব নোৱাৰা হৈ পৰা সন্দৰ্ভত দিলে উত্তৰ

editor by editor
April 6, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
অৱসৰ সন্দৰ্ভত মৌনতা ভংগ ধোনীৰ, খেলিব নোৱাৰা হৈ পৰা সন্দৰ্ভত দিলে উত্তৰ
0
SHARES
795
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱসৰ সন্দৰ্ভত মৌনতা ভংগ ধোনীৰ, খেলিব নোৱাৰা হৈ পৰা সন্দৰ্ভত দিলে উত্তৰ

এতিয়াও অনুৰাগীৰ মাজত ধোনীৰ ক্ৰেজ অব্যাহত আছে। খেলপথাৰত আজিয়ো ধোনীক চাবলৈ আগ্ৰহী হৈ থাকে অনুৰাগী। কিন্তু বয়সে এতিয়া হাত দাঙিবলৈ ধৰিছে কিছু কিছু। যি এটা সময়য়ত ভাৰতীয় দলৰ গেম উইনাৰ তথা ফিনিচাৰ আছিল সেই ধোনী এতিয়া নিৰস। বেটত যাঁদু নাইকিয়া।

যাৰ বাবে চলিত আই পি এলত আলোচনাৰ বিষয় হৈ পৰিছে ধোনী। কাৰণ ৪৩ বছৰ বয়সত চি এছ কেৰ হৈ উইকেটকীপাৰ হিচাপে অংশগ্ৰহণ কৰিছে ধোনীয়ে। লগতে মূল একাশৰ অন্তিমত আহি বেটো ধৰিছে। কিন্তু দুয়োটাৰে বিফল হৈছে।

যাৰ বাবে এতিয়া ধোনিৰ অৱসৰ সন্দৰ্ভত আলোচনা অব্যাহত আছে। তেনে সময়তে অৱসৰৰ সন্দৰ্ভত নিজেই মৌনতা ভংগ কৰিছে। ধোনীয়ে কেতিয়ালৈকে আই পি এলত অংশগ্ৰহণ কৰি যাব সেই কথা কৈছে।

অৱসৰ সন্দৰ্ভত এম এছ ধোনীক লৈ সদায় চৰ্চা চলি থাকে। কিমান দিনলৈ আই পি এলত অংশগ্ৰহণ কৰিব ধোনীয়ে? এই সন্দৰ্ভত কেপ্তেইন কুলে নিজৰ মৌনতা ভংগ কৰিছে। তেওঁ কয় যে মই এতিয়াও আই পি এল খেলি আছো, মই ইয়াক অতি সহজ কৰি ৰাখিছো। বৰ্তমান মোৰ বয়স ৪৩, এই ছিজন শেষ কৰাৰ সময়লৈকে জুলাই মাহত মোৰ বয়স ৪৪ হ’ব। গতিকে মোৰ হাতত ১০ মাহ সময় আছে মই আৰু এবছৰ খেলিব বিচাৰো নে নাই, অৱশ্যে সেইটো নিৰ্ণয় কৰিবলৈ মই নহয় , এই সিদ্ধান্ত শৰীৰেহে লয় যে আপুনি আৰু অধিক খেলিব পাৰিব নে নোৱাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CricketerIndian Cricketerms dhoni
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা
বাণিজ্য

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

June 20, 2026
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?
বিনোদন

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

June 20, 2026
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা
বাণিজ্য

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

June 20, 2026
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট
বিনোদন

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

June 20, 2026
Next Post
জন্ম তাৰিখ অনুসৰি প্ৰতিদিনে কৰক এই প্ৰতিকাৰ, সকলো সমস্যাৰ পৰা পাব মুক্তি!

জন্ম তাৰিখ অনুসৰি প্ৰতিদিনে কৰক এই প্ৰতিকাৰ, সকলো সমস্যাৰ পৰা পাব মুক্তি!

পাৰ্থ সমথান হ’ব CIDৰ নতুন এচিপি, পাছে ল’ব পাৰিবনে এচিপি প্ৰদ্যুমনৰ ঠাই !

পাৰ্থ সমথান হ'ব CIDৰ নতুন এচিপি, পাছে ল'ব পাৰিবনে এচিপি প্ৰদ্যুমনৰ ঠাই !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.