• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কমেডী কুইন ভাৰতী সিঙৰ অৱসৰৰ কথা ঘোষণা, সময় পৰ্যন্ত দিলে ধৰি

কমেডী কুইন ভাৰতী সিঙৰ অৱসৰৰ কথা ঘোষণা, সময় পৰ্যন্ত দিলে ধৰি

2 years ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

42 minutes ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

1 hour ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

2 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

3 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

3 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

4 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

5 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

5 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

6 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

7 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কমেডী কুইন ভাৰতী সিঙৰ অৱসৰৰ কথা ঘোষণা, সময় পৰ্যন্ত দিলে ধৰি

editor by editor
April 11, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
কমেডী কুইন ভাৰতী সিঙৰ অৱসৰৰ কথা ঘোষণা, সময় পৰ্যন্ত দিলে ধৰি
0
SHARES
1000
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কমেডী কুইন ভাৰতী সিঙৰ অৱসৰৰ কথা ঘোষণা, সময় পৰ্যন্ত দিলে ধৰি

ভাৰতৰ কমেডী কুইন খ্যাত ভাৰতী সিঙক চিনি নোপোৱা মানুহ হয়তো খুবেই কম ওলাব। ভাৰতীৰ কমেডী টাইমিং, বিশেষকৈ নিজৰ ওপৰত কৰা কমেডীয়ে দৰ্শকক আপ্লুত কৰি আহিছে। এগৰাকী হাস্যৰসিকৰ লগতে ঘোষিকা হিচাপেও ভাৰতী জনপ্ৰিয়।

পাছে শেহতীয়াকৈ ভাৰতী সিঙে এক চাঞ্চল্যকৰ কথা সদৰি কৰিছে। অৱসৰৰ পৰিকল্পনাক লৈ ভাৰতীয়ে ডাঙৰ কথা প্ৰকাশ কৰিছে।

ভাৰতী সিঙে এতিয়া বিশ্ববাসীৰ আগত প্ৰকাশ কৰিছে যে তেওঁ আৰু কেইবছৰমানৰ পিছতে এই উদ্যোগটো এৰিব।

ভাৰতীয়ে প্ৰকাশ কৰে যে,  স্বামী হৰ্ষক কৈছে যে তাই আৰু কাম কৰিব নিবিচাৰে। কাম এৰি ৮-১০ বছৰৰ পিছত পুত্ৰৰ সৈতে বিদেশ ভ্ৰমণলৈ যাব বিচাৰে। পুত্ৰ গোলাৰ সৈতে বিভিন্ন দেশ ভ্ৰমণ কৰিব বিচাৰে ভাৰতীয়ে।

বৰ্তমান ভাৰতী আৰু হৰ্ষৰ পুত্ৰ গোলাৰ বয়স ৩ বছৰ, তেতিয়ালৈকে গোলাৰ বয়স ১৩ বছৰ হ’ব। এনে পৰিস্থিতিত ভাৰতীৰ স্বামী হৰ্ষে প’ডকাষ্ট কৰিব আৰু আনহাতে ভাৰতী পুত্ৰৰ সৈতে ছুইজাৰলেণ্ডলৈ যাত্ৰা কৰিব।

এতিয়া ভাৰতীৰ এই বক্তব্যৰ পিছতে অনুৰাগীসকল দুখিত হৈ পৰিছে। আচলতে অতি দৰিদ্ৰ পৰিয়ালৰ পৰা অহা ভাৰতীয়ে বহু সৰুৰে পৰাই কাম কৰি আহিছে, পৰিয়াল পোহপাল দি আহিছে। যাৰ বাবে ভাৰতীয়ে নিজৰ যৌৱন কাল কোনোদিনে উপভোগ কৰিব নাপালে।

কোনোদিনে নিজকে এগৰাকী যুৱতী বুলি মানিয়ে নাপালে ভাৰতীয়। সদায়ে নিজকে এগৰাকী মহিলা মানি আহিছে, যাৰ ওপৰত কেৱল দায়িত্ব । সেয়ে এতিয়া কষ্টৰ ফলত সেই সকলো সমস্যাৰ সমাধান কৰি সফল হবলৈ সক্ষম হৈছে ভাৰতী।

যাৰ বাবেই আৰু কেইবছৰমান পিছতে কাম এৰি কেৱল পৰিয়ালক সময় দিব বিচাৰে ভাৰতীয়ে। পুত্ৰৰ সৈতে জীৱনটো জীয়াব খোজে ভাৰতৰ জনপ্ৰিয় কমেডীয়ান গৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bharti SinghComedy QuinComedy Quin Bharti
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?
বিনোদন

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
Next Post
৫৭ বছৰৰ পাছত হনুমান জয়ন্তীত পঞ্চগ্ৰহী যোগ, পঞ্চমুখী হনুমানৰ কৃপাত ৰাজভোগ এই ৫ৰাশিৰ

৫৭ বছৰৰ পাছত হনুমান জয়ন্তীত পঞ্চগ্ৰহী যোগ, পঞ্চমুখী হনুমানৰ কৃপাত ৰাজভোগ এই ৫ৰাশিৰ

কোনো বিলত ৰাষ্ট্ৰপতিৰ সিদ্ধান্ত দিবলগীয়া হ’লে কিমান দিনৰ ভিতৰত দিব লাগিব? ৰাষ্ট্ৰপতিকো সময়সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে

কোনো বিলত ৰাষ্ট্ৰপতিৰ সিদ্ধান্ত দিবলগীয়া হ’লে কিমান দিনৰ ভিতৰত দিব লাগিব? ৰাষ্ট্ৰপতিকো সময়সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.