• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনো বিলত ৰাষ্ট্ৰপতিৰ সিদ্ধান্ত দিবলগীয়া হ’লে কিমান দিনৰ ভিতৰত দিব লাগিব? ৰাষ্ট্ৰপতিকো সময়সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে

কোনো বিলত ৰাষ্ট্ৰপতিৰ সিদ্ধান্ত দিবলগীয়া হ’লে কিমান দিনৰ ভিতৰত দিব লাগিব? ৰাষ্ট্ৰপতিকো সময়সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে

1 year ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

7 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

7 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

7 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

8 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

8 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

8 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

9 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

10 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

11 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

12 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

13 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোনো বিলত ৰাষ্ট্ৰপতিৰ সিদ্ধান্ত দিবলগীয়া হ’লে কিমান দিনৰ ভিতৰত দিব লাগিব? ৰাষ্ট্ৰপতিকো সময়সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে

কোনো বিলত ৰাষ্ট্ৰপতিৰ সিদ্ধান্ত দিবলগীয়া হ’লে কিমান দিনৰ ভিতৰত দিব লাগিব? ৰাষ্ট্ৰপতিকো সময়সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে

editor by editor
April 12, 2025
in জীৱনশৈলী
0
কোনো বিলত ৰাষ্ট্ৰপতিৰ সিদ্ধান্ত দিবলগীয়া হ’লে কিমান দিনৰ ভিতৰত দিব লাগিব? ৰাষ্ট্ৰপতিকো সময়সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে
0
SHARES
682
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যপালৰ তৰফৰ পৰা যিসমূহ বিল ৰাষ্ট্ৰপতিৰ ওচৰলৈ বিবেচনাৰ বাবে পঠোৱা হৈছে সেইসমূহ বিবেচনা কৰি তিনি মাহৰ ভিতৰত সিদ্ধান্ত দিব লাগিব ৰাষ্ট্ৰপতিয়ে৷ বিগত মঙলবাৰে তামিলনাডুৰ ৰাজ্যপালৰ বিচাৰাধীন বিলসমূহত সন্মতি স্থগিত ৰখাৰ সিদ্ধান্ত বাতিল কৰি শীৰ্ষ আদালতে বেনজিৰ ৰায় দিছে৷ শুক্ৰবাৰে সেই ৰায়ৰ আদেশ জনসমাজত প্ৰকাশো কৰা হৈছে৷

তামিলনাডু গোচৰৰ ৰায় প্ৰদানৰ সময়ত ছুপ্ৰিম কৰ্টৰ ন্যায়াধীশ জেবি পাৰদিৱালা আৰু মহাদেৱৰ বেঞ্চে জনাইছে যে সংবিধানৰ ২০১ অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন বিচাৰবিভাগৰ পৰ্যালোচনাৰ আওঁতাধীন৷ ২০১ অনুচ্ছেদ অনুসৰি যেতিয়া কোনো ৰাজ্যপালে যদি কোনো বিলত ছহী নকৰি পেলায় থয় তেতিয়া ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব যে তেওঁ বিলখনত সন্মতি দিব নে সন্মতি প্ৰত্যাহাৰ কৰিব৷ সংবিধানত কোনো সময়সীমাৰ উল্লেখ নাই৷ ছুপ্ৰিম কৰ্টে কৈছে ৰাষ্ট্ৰপতিৰ কোনো বিল ৰখাই থোৱাৰ ক্ষমতা নাই৷ হয় তেওঁ সন্মতি দিব লাগে অন্যথা নাই যিকোনো এটা সিদ্ধান্তত তেওঁ আহিব পাৰে৷

শীৰ্ষ আদালতে আকৌ কৈছে, আইনৰ অধীনত কোনো ক্ষমতাৰ প্ৰয়োগৰ বাবে কোনো সময়সীমা নিৰ্ধাৰিত কৰা নাই৷ কিন্তু তাৰপিছতো ইয়াক যুক্তিসংগত সময়ৰ ভিতৰত প্ৰয়োগ কৰা উচিত৷ ২০১ অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিৰ ক্ষমতা প্ৰয়োগক আইনৰ এই সাধাৰণ নীতিৰ পৰা মুক্ত বুলি কব নোৱাৰি৷

দুজনীয়া ন্যায়াধীশ বেঞ্চে জনাইছে যে তিনি মাহৰো বেছি দেৰী হ’লে উপযুক্ত কাৰণসমূহ দেখুৱাব লাগিব আৰু সংশ্লিষ্ট ৰাজ্যসমূহকো জনাব লাগিব৷ আদালতে আৰু কৈছে যে যদি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কোনো পদক্ষেপ নলয় তেন্তে ৰাজ্যসমূহে আদালতৰ দ্বাৰস্থও হব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

August 28, 2026
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

August 28, 2026
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

August 28, 2026
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?
জীৱনশৈলী

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

August 28, 2026
Next Post
নিজৰ অজ্ঞাতেই অচিনাকী পুৰুষৰ শুক্ৰাণুৰে অন্তঃসত্ত্বা মহিলা! ঘটনাক লৈ উত্তাল হাস্পতাল, ক’ত কি ভুল হ’ল চিকিৎসকৰ?

নিজৰ অজ্ঞাতেই অচিনাকী পুৰুষৰ শুক্ৰাণুৰে অন্তঃসত্ত্বা মহিলা! ঘটনাক লৈ উত্তাল হাস্পতাল, ক’ত কি ভুল হ’ল চিকিৎসকৰ?

হনুমানৰ সৈতে শনিৰ যুগলবন্দিত ডাবল ধামাকা তিনি ৰাশিৰ! দুই দেৱতাৰ কৃপাত ধনপতি হ’ব কোন কোন?

হনুমানৰ সৈতে শনিৰ যুগলবন্দিত ডাবল ধামাকা তিনি ৰাশিৰ! দুই দেৱতাৰ কৃপাত ধনপতি হ’ব কোন কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.