• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজৰ অজ্ঞাতেই অচিনাকী পুৰুষৰ শুক্ৰাণুৰে অন্তঃসত্ত্বা মহিলা! ঘটনাক লৈ উত্তাল হাস্পতাল, ক’ত কি ভুল হ’ল চিকিৎসকৰ?

নিজৰ অজ্ঞাতেই অচিনাকী পুৰুষৰ শুক্ৰাণুৰে অন্তঃসত্ত্বা মহিলা! ঘটনাক লৈ উত্তাল হাস্পতাল, ক’ত কি ভুল হ’ল চিকিৎসকৰ?

2 years ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

10 minutes ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

1 hour ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

2 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

3 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

4 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

17 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

17 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

18 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

18 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

19 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

19 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিজৰ অজ্ঞাতেই অচিনাকী পুৰুষৰ শুক্ৰাণুৰে অন্তঃসত্ত্বা মহিলা! ঘটনাক লৈ উত্তাল হাস্পতাল, ক’ত কি ভুল হ’ল চিকিৎসকৰ?

নিজৰ অজ্ঞাতেই অচিনাকী পুৰুষৰ শুক্ৰাণুৰে অন্তঃসত্ত্বা মহিলা! ঘটনাক লৈ উত্তাল হাস্পতাল, ক’ত কি ভুল হ’ল চিকিৎসকৰ?

editor by editor
April 12, 2025
in জীৱনশৈলী
0
নিজৰ অজ্ঞাতেই অচিনাকী পুৰুষৰ শুক্ৰাণুৰে অন্তঃসত্ত্বা মহিলা! ঘটনাক লৈ উত্তাল হাস্পতাল, ক’ত কি ভুল হ’ল চিকিৎসকৰ?
0
SHARES
892
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজে নজনাকৈ অন্য পুৰুষৰ শুক্ৰাণুৰে সন্তান জন্ম দিলে এগৰাকী মহিলাই৷ দেশৰ অন্যতম নামজ্বলা এখন ফাৰ্টিলিটি ক্লিনিকে এই ঘটনা ঘটাইছে৷ ঘটনাক লৈ বহুজনেই এতিয়া প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে৷ ঘটনাক কেন্দ্ৰ কৰি বিতৰ্কত সোমাই পৰিছে ব্ৰিছবেনৰ এটি আই ভি এফ ক্লিনিক৷

অষ্ট্ৰেলিয়াৰ প্ৰথম শাৰীৰ এখন আই ভি এফ ক্লিনিক হৈছে মোনাছ৷ বহু দম্পতিয়ে এই প্ৰতিষ্ঠানলৈ আহে টেষ্টটিউব বা অন্যান্য কৃত্ৰিম পদ্ধতি ব্যৱহাৰ কৰি সন্তান জন্ম দিবৰ বাবে৷ তাতেই ঘটা এই অদ্ভুত কাণ্ডক লৈ চকু কঁপালত উঠিছে বহুজনৰ৷

ফেব্ৰুৱাৰী মাহৰ শেষত এহাল দম্পতিয়ে জনাইছে যে তেওঁলোক সংৰক্ষণ কৰি ৰখা শুক্ৰাণু আৰু ডিম্বানু তেওঁলোকে সেই ক্লিনিকৰ অন্য শাখালৈ লৈ গৈছিল৷ তাতেই দেখা পায় যে তেওঁলোকৰ সংৰক্ষিত শুক্ৰাণু আৰু ডিম্বানু অন্য মহিলাক হে দি দিয়া হৈছে৷ এই খেলিমেলিৰ বাবেই নিজৰ অজানিতেই অন্য দম্পতিৰ সন্তানৰ মাতৃ হৈছে অন্য এগৰাকী মহিলা৷ ঘটনা প্ৰকাশিত হওঁতেই সৰ্বসমক্ষে ক্ষমাও বিচাৰিছে সেই সংস্থাৰ চিইঅ মাইকেল কাপে৷

সংবাদমেল সম্বোধন ধৰি মাইকেলে জনাই যে সমগ্ৰ ঘটনাত সংস্থাৰ কৰ্মীসকল মানসিকভাৱে ভাঙি পৰিছে৷ ইতিমধ্যেই আৰম্ভ হৈছে তদন্ত৷ ব্যক্তিসকলৰ সৈতে তেওঁলোকে ব্যক্তিগত স্তৰত যোগাযোগো ৰখা বুলি জনাইছে৷ কেৱল আভ্যন্তৰীণ তদন্তই নহয়, ব্ৰিছবেনৰ চিকিৎসা নিয়ামক সংস্থাইয়ো বিষয়টোক লৈ তদন্ত আৰম্ভ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

October 13, 2026
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!
জীৱনশৈলী

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

October 13, 2026
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

October 13, 2026
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
Next Post
হনুমানৰ সৈতে শনিৰ যুগলবন্দিত ডাবল ধামাকা তিনি ৰাশিৰ! দুই দেৱতাৰ কৃপাত ধনপতি হ’ব কোন কোন?

হনুমানৰ সৈতে শনিৰ যুগলবন্দিত ডাবল ধামাকা তিনি ৰাশিৰ! দুই দেৱতাৰ কৃপাত ধনপতি হ’ব কোন কোন?

আজি সন্ধিয়া আকাশত দেখা যাব বছৰৰ প্ৰথম পিংক মুন! চ’তৰ পূৰ্ণিমা তিথিত ভাগ্য উজলি উঠিব এই ৫ৰাশিৰ জাতকৰ

আজি সন্ধিয়া আকাশত দেখা যাব বছৰৰ প্ৰথম পিংক মুন! চ’তৰ পূৰ্ণিমা তিথিত ভাগ্য উজলি উঠিব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.