• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

10 months ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

9 minutes ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

50 minutes ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 hour ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

3 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

5 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

5 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

24 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

editor by editor
April 15, 2025
in জীৱনশৈলী
0
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শৰীৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ অংগ হৈছে লিভাৰ বা যকৃত৷ পাচনক্ৰিয়াত সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয় যকৃতে৷ তাতেই খাদ্যৰ মাধ্যমেৰে গৃহীত নিউট্ৰিয়েণ্ট প্ৰতিদিনে যায়৷ কাৰ্বহাইড্ৰেট, প্ৰটিন ফেটৰ দৰে নিউট্ৰিয়েণ্ট৷ চিকিৎসকে কৈছে যে সাধাৰণতে পাঁচৰ পৰা ছয় শতাংশ চৰ্বি শোষণ কৰিব পাৰে যকৃতে৷ কিন্তু তাতকৈ বেছি চৰ্বি জমা হলে সেয়া স্বাস্থ্যৰ বাবে বিপজ্জনক৷

সময়মতে চিকিৎসা নকৰিলে এই অসুখে ভয়ংকৰ পৰিণতি কঢ়িয়াই আনিব পাৰে৷ হ’ব পাৰে ছিৰোচিত অভ লিভাৰো৷ চিৰোছিচ অফ লিভাৰ শুনিলেই মনলৈ আহে মদ্যপানৰ পৰাই বোধহয় এই পৰিণতি৷ কিন্তু এয়া আংশিক সত্য৷ মনত ৰাখিব লাগিব যে মদ নাখালেও লিভাৰৰ চিৰোছিচ হ’ব পাৰে৷ আৰু লিভাৰৰ এই সমস্যাটো হঠাৎ এদিন ধৰা পৰিব তেনে নহয়৷ সুদীৰ্ঘকাল ধৰি ৰোগীক সংকেত দিব পাৰে লিভাৰে৷ কেনেকৈ জানিব?

লিভাৰ চিৰোছিচ হৈছে লিভাৰৰ এনে এক ৰোগ যিয়ে বহু বছৰ ধৰি লিভাৰৰ ক্ষতি কৰি থাকে৷ সময়মতে চিকিৎসা নকৰিলে মাৰাত্মক প্ৰমাণিত হ’ব পাৰে এই অসুখ৷ লিভাৰ চিৰোছিচ হৈছে ফাইব্ৰোছিচৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়৷ যেতিয়া লিভাৰত কোনো ৰোগ হয় তেতিয়া লিভাৰৰ টিছ্যু ক্ষতিগ্ৰস্থ হয়৷ এই পৰিস্থিতিত লিভাৰে নিজেই নিজকে মেৰামতি কৰে৷ ঔষধৰ সাহায্যতে সেই প্ৰক্ৰিয়া সহয় হয়৷ যদি ছিৰোচিছ অফ লিভাৰ হয় তেতিয়া কিন্তু পৰিস্থিতি খুবেই কঠিন হৈ পৰে৷ কি কি লক্ষণ দেখিলে বুজিব যে আপোনাৰ লিভাৰ ছিৰোচিছ হৈছে?

ছাল হালধীয়া হৈ পৰা

হেপাটাইটিছৰ ৰোগী বা যিসকলে দীৰ্ঘ সময় ধৰি এলক’হল গ্ৰহণ কৰে তেওঁলোকৰ এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি৷ তেতিয়া লিভাৰৰ কাৰ্যকাৰিতা প্ৰায় নষ্ট হৈ পৰে৷ ছিৰোচিছৰ কোনো প্ৰতিকাৰ নাই কিন্তু প্ৰাথমিক স্তৰত ধৰা পৰিলে এই ৰোগ ৰখাই দিব পাৰি৷ জটিলতাও কম হয়৷

ছাল হালধীয়া হৈ যোৱাটো জণ্ডিছৰ লক্ষণ৷ বাৰে বাৰে জণ্ডিছ হোৱাত লিভাৰ বেয়াও হ’ব পাৰে৷ বিলিৰুবিনৰ উচ্চ মাত্ৰাৰ বাবে ছালে এই ৰং ধাৰণ কৰে৷ যেতিয়া লিভাৰ ক্ষতিগ্ৰস্থ হয়, তেতিয়াই শৰীৰত পিত্ত বাঢ়ি যোৱাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয়৷ তাৰ ফলত স্বাস্থ্যৰ বিভিন্ন সমস্যাই দেখা দিয়ে৷

বাৰে বাৰে ৰক্তপাত বা ক্ষত স্থান নুশুকোৱা

আমাৰ লিভাৰে ভিটামিন কেৰ সহায়ত এক প্ৰটিন তৈয়াৰ কৰে আৰু যিয়ে তেজ গোট মৰাৰ বাবে অপৰিহাৰ্য৷ লিভাৰৰ কাৰ্যকাৰিতা ব্যাহত হ’লে যি পৰ্যাপ্ত প্ৰটিন তৈয়াৰ কৰিব নোৱাৰে৷ সেয়ে ক্ষতস্থান নুশুকায়৷

ভৰি, আঁঠু আদি ফুলি যোৱা

এলবুমিন নামৰ প্ৰটিনৰ উৎপাদন কমি যোৱাৰ কাৰণে ভৰি আৰু হাত ফুলি যায়৷

ওজন হ্ৰাস

ডায়েট আৰু ব্যায়ামৰ ওপৰিও অপ্ৰত্যাশিত ওজন হ্ৰাস আৰু এক উদ্বেগৰ কাৰণ হ’ব পাৰে৷ এয়া লিভাৰ ছিৰোচিছৰ প্ৰাথমিক লক্ষণ আৰু ইয়াক উপেক্ষা কৰা উচিত নহয়৷ যদি আপোনাৰ স্বাস্থ্যৰ কোনো অৱনতি লক্ষ্য কৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
Next Post
গুৰুত্বপূৰ্ণ বৈঠকৰে অসমীয়া নৱবৰ্ষৰ আৰম্ভণি কৰিলে মুখ্যমন্ত্ৰীয়ে, নতুন বছৰত নতুন কি সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীয়ে?

গুৰুত্বপূৰ্ণ বৈঠকৰে অসমীয়া নৱবৰ্ষৰ আৰম্ভণি কৰিলে মুখ্যমন্ত্ৰীয়ে, নতুন বছৰত নতুন কি সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীয়ে?

কেজৰিৱালৰ দৰেই দশা হ’ব নেকি ছোনিয়া-ৰাহুলৰ, জোঁৱাই ৰবাৰ্টক ইতিমধ্যে EDৰ জেৰা

কেজৰিৱালৰ দৰেই দশা হ'ব নেকি ছোনিয়া-ৰাহুলৰ, জোঁৱাই ৰবাৰ্টক ইতিমধ্যে EDৰ জেৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.