• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাঁচ বছৰৰ পাছত আৰম্ভ হৈছে কৈলাশ, মানস সৰোবৰ যাত্ৰা, ঘোষণা কৰিলে বিদেশ মন্ত্ৰণালয়ে, কোন পথেৰে, কেনেকৈ যাত্ৰা কৰিব?

পাঁচ বছৰৰ পাছত আৰম্ভ হৈছে কৈলাশ, মানস সৰোবৰ যাত্ৰা, ঘোষণা কৰিলে বিদেশ মন্ত্ৰণালয়ে, কোন পথেৰে, কেনেকৈ যাত্ৰা কৰিব?

1 year ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

40 minutes ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

1 hour ago
মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

1 hour ago
৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

2 hours ago
Image Credit source: PTI

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

2 hours ago
গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

2 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

3 hours ago
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

3 hours ago
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

4 hours ago
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

4 hours ago
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

5 hours ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাঁচ বছৰৰ পাছত আৰম্ভ হৈছে কৈলাশ, মানস সৰোবৰ যাত্ৰা, ঘোষণা কৰিলে বিদেশ মন্ত্ৰণালয়ে, কোন পথেৰে, কেনেকৈ যাত্ৰা কৰিব?

পাঁচ বছৰৰ পাছত আৰম্ভ হৈছে কৈলাশ, মানস সৰোবৰ যাত্ৰা, ঘোষণা কৰিলে বিদেশ মন্ত্ৰণালয়ে, কোন পথেৰে, কেনেকৈ যাত্ৰা কৰিব?

editor by editor
April 18, 2025
in জীৱনশৈলী
0
পাঁচ বছৰৰ পাছত আৰম্ভ হৈছে কৈলাশ, মানস সৰোবৰ যাত্ৰা, ঘোষণা কৰিলে বিদেশ মন্ত্ৰণালয়ে, কোন পথেৰে, কেনেকৈ যাত্ৰা কৰিব?
0
SHARES
207
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাঁচ বছৰৰ পাছত আকৌ কৈলাশ আৰু মানস সৰোবৰ যাত্ৰা আৰম্ভ হৈছে৷ শুকুৰবাৰে বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই ঘোষণা কৰি কয়, ‘অচিৰেই এই বিষয়ে আনুষ্ঠানিকভাৱে চৰকাৰী বিজ্ঞাপ্তি প্ৰকাশ কৰা হ’ব৷’ সাধাৰণ নাগৰিকেও এই বৰ্ষত কৈলাশ আৰু মানস সৰোবৰ যাত্ৰাৰ সুযোগ পাব বুলিও জনাইছে বিদেশ মন্ত্রণালয়ৰ মুখপাত্ৰগৰাকীয়ে৷

সাধাৰণভাৱে প্ৰতিবছৰ জুনৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত চীন অধিকৃত তিব্বতৰ মানস সৰোবৰ আৰু কৈলাশ যাত্ৰা কৰে ভাৰতীয় পৰ্যটক আৰু তীৰ্থযাত্ৰীসকলে৷ কিন্তু ২০২০ চনৰ কভিড মহামাৰীৰ কাৰণে এই যাত্ৰা বিগত ৫ বছৰ বন্ধ হৈ আছিল৷ ঘটনাক্ৰমে সেই বছৰৰেই ১৫ জুনত লাডাখৰ গালোৱান উপত্যকাত চীনা আৰ্মীৰ আগ্ৰাসন প্ৰতিৰোধ কৰিবলৈ গৈ নিহত হৈছিল ২০ জন ভাৰতীয় সেনাও৷ সেই ৰক্তক্ষয়ী সংঘৰ্ষৰ পাছৰে পৰাই তিব্বতৰ দুই তীৰ্থক্ষেত্ৰত দুৱাৰ ভাৰতীয়ৰ ভাৰতীয়ৰ বাবে বন্ধ আছিল৷

বিগত ডিচেম্বৰত প্ৰকৃত নিয়ন্ত্ৰণৰেখাত টহলদাৰীৰ সীমনা নিৰ্ধাৰণ আৰু মুখামুখি অৱস্থানৰ পৰা সেনা পিছুৱাই দিয়াৰ বুজাপৰা সন্দৰ্ভত এক আলোচনাত বহিছিলি নিউ দিল্লী আৰু বেইজিং৷ তাৰপাছৰে পৰাই নতুনকৈ কৈলাশ-মানস সৰোবৰ যাত্ৰা আৰম্ভ বিষয়টো দ্বিপাক্ষিক বৈঠকৰ আলোচ্য হৈ উঠিছে৷ চলিত বছৰৰ জানুৱাৰীত ভাৰত চীন দ্বিপাক্ষিক কূটনৈতিক ৭৫ তম বৰ্ষত বেইজিংয়ে ভাৰতীয় বিদেশ সচিব বিক্ৰম মিস্ৰী আৰু চীনা বিদেশমন্ত্ৰী ৱাং ইব বৈঠকত বহি এই বিষয়ে সিদ্ধান্ত লৈছিল৷

পূৰ্বে মূলত ছিকিমৰ নাথুলা আৰু উত্তৰাখণ্ডক লিপুলেখৰ কাষেৰে ভাৰতৰ পৰা তিব্বতত প্ৰৱেশ কৰিছিল ভাৰতীয় পৰ্যটক আৰু তীৰ্থযাত্ৰীসকল৷ তাৰপাছতেই কাঢ়া নিৰাপত্তা বলয়েৰে তেওঁলোকক কৈলাস আৰু মানস সৰোবৰ পৰ্যন্ত লৈ গৈছিল চীনা সেনাই৷ উত্তৰাখণ্ডৰ পথত কৈলাশ মানসযাত্ৰাৰ তিনিটা ভাগ আছে৷ প্ৰথম ভাগে যাত্ৰা কৰিব পাৰি পিথোৰাগড়ৰ পৰা তাওৱাঘাট যাৰ দূৰত্ব ১০৭.৬ কিঃমিঃ৷  দ্বিতীয় পৰ্যায়ত যাত্ৰা আৰম্ভ হয় তাওৱাঘাটৰ পৰা৷ ১৯.৫কিঃমিঃ ৰাস্তা খোজেৰে গৈ উপস্থিত হ’ব লাগে ঘাটিয়াবগড়ত৷
কৈলাশ আৰু মানস সৰোবৰ যাত্ৰাৰ শেষ ধাপ আছে ঘটিয়াবগড়ৰ পৰা চীন সীমান্ত লাগোৱা লিপুলেক পাছ পৰ্যন্ত ৮০ কিঃমিঃ ৰাস্তা৷ ২০২০ চনৰ দ্বিতীয় ধাপৰ ৰাস্তাক সম্প্ৰসাৰণ আৰু সংস্কাৰ কৰি যানবাহন চলাচলৰ উপযুক্ত কৰিছে বৰ্ডাৰ ৰোড অৰ্গেনাইজেছনে৷ ইয়াৰ ফলত তাৱাঘাটৰ পৰা চিধাই লিপুলেখ পৰ্যন্ত বাহনেৰে যাব পাৰিব৷ কালাপানিৰ কাষত লিপুলেখ পাছ ভাৰতৰ পশ্চিম সীমান্তৰ শেষ প্ৰান্ত বুলি ধৰা হয়৷ কিন্তু এই কালাপানি এলেকাত সীমান্ত চিহ্নিতকৰণক লৈ ভাৰত আৰু নেপালৰ মাজত বিতৰ্ক আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?
জীৱনশৈলী

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

May 20, 2026
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?
জীৱনশৈলী

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

May 20, 2026
মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক
জীৱনশৈলী

মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

May 20, 2026
Image Credit source: PTI
জীৱনশৈলী

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

May 20, 2026
Next Post
৫৪ঘণ্টাৰ বাবে বিশেষ ৰাজযোগ! এই তিনি ৰাশিৰ উন্নতি কোনেও ৰখাব নোৱাৰে, এপ্ৰিলৰ কিমান তাৰিখে এই শুভ দিন?

৫৪ঘণ্টাৰ বাবে বিশেষ ৰাজযোগ! এই তিনি ৰাশিৰ উন্নতি কোনেও ৰখাব নোৱাৰে, এপ্ৰিলৰ কিমান তাৰিখে এই শুভ দিন?

দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ দল! আঘাতপ্ৰাপ্ত কেইবাগৰাকীও বাদ্যসংগত কৰা শিল্পী

দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ দল! আঘাতপ্ৰাপ্ত কেইবাগৰাকীও বাদ্যসংগত কৰা শিল্পী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.