• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫৪ঘণ্টাৰ বাবে বিশেষ ৰাজযোগ! এই তিনি ৰাশিৰ উন্নতি কোনেও ৰখাব নোৱাৰে, এপ্ৰিলৰ কিমান তাৰিখে এই শুভ দিন?

৫৪ঘণ্টাৰ বাবে বিশেষ ৰাজযোগ! এই তিনি ৰাশিৰ উন্নতি কোনেও ৰখাব নোৱাৰে, এপ্ৰিলৰ কিমান তাৰিখে এই শুভ দিন?

2 years ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

1 second ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

1 hour ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

2 hours ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

3 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

3 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

4 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

5 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

5 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

6 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

7 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

7 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫৪ঘণ্টাৰ বাবে বিশেষ ৰাজযোগ! এই তিনি ৰাশিৰ উন্নতি কোনেও ৰখাব নোৱাৰে, এপ্ৰিলৰ কিমান তাৰিখে এই শুভ দিন?

৫৪ঘণ্টাৰ বাবে বিশেষ ৰাজযোগ! এই তিনি ৰাশিৰ উন্নতি কোনেও ৰখাব নোৱাৰে, এপ্ৰিলৰ কিমান তাৰিখে এই শুভ দিন?

editor by editor
April 18, 2025
in জীৱনশৈলী
0
৫৪ঘণ্টাৰ বাবে বিশেষ ৰাজযোগ! এই তিনি ৰাশিৰ উন্নতি কোনেও ৰখাব নোৱাৰে, এপ্ৰিলৰ কিমান তাৰিখে এই শুভ দিন?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি শনিদেৱ, চন্দ্ৰ, বুধ আৰু শুক্ৰসহ সকলো গ্ৰহৰে পৃথক পৃথক মাহাত্ম্য আছে৷ এই পৃথক পৃথক গুৰুত্ব থকা ৰাশিসমূহে যেতিয়া একেলগে জোঁট বান্ধে তেতিয়াই আৰম্ভ হয় শুভ সময়৷ এইবাৰ মীন ৰাশিত এই সমস্ত গ্ৰহ অৰ্থাৎ একেলগে বহু গ্ৰহ মিলি তৈয়াৰ কৰিছে বিশেষ যোগ৷ এই বিশেষ যোগত লাভৰ মুখ দেখিব কেইটামান ৰাশিৰ জাতকে৷ কোন কোন ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব?

মীন ৰাশি

পঞ্চগ্ৰহী ৰাজযোগ লাকি প্ৰমাণিত হ’ব মীন ৰাশিৰ জাতক জাতিকাৰ বাবে৷ এই ৰাশিৰ বহু ক্ষেত্ৰত আহিব অপাৰ সাফল্য৷ শুক্ৰই এই ৰাশিত মালব্য যোগ তৈয়াৰ কৰিছে৷ এই ৰাশিৰ জাতক জাতিকাই ধন সম্পত্তিৰ মালিক হ’ব পাৰিব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম এই সময়ত সম্পূৰ্ণ হ’ব৷ আধ্যাত্মিকতাৰ দিশত আগ্ৰহ বাঢ়িব আপোনাৰ৷ আপোনাৰ সময় ভালে যাব৷ আপুনি আত্ম মন্থনৰ উদ্যোগ লব৷ আপোনাৰ ভিতৰত এটা পৰিবৰ্তন আহিব৷ আপোনাৰ তৰ্কৰ ক্ষমতা বাঢ়িব৷ কেৰিয়াৰসহ বহু দিশত লাভ পাব আপুনি৷

কুম্ভ ৰাশি

এই ৰাশিৰ দ্বিতীয় ঘৰত আছে এই ৰাজযোগ৷ এই ৰাশিৰ জাতক জাতিকাই সকলো দিশত অপাৰ সাফল্য পাব পাৰে৷ শনিদেৱৰ কৃপাত ৰৈ থকা কাম এইবাৰ সম্পন্ন হ’ব৷ পদোন্নতিৰ সৈতে চাকৰিৰ সুযোগ আহিব৷ শাৰীৰিক নানান সমস্যাৰ পৰা মুক্তি পাব৷ গাড়ী, ঘৰ কিনাৰ ইচ্ছা থাকিলে সেয়া পূৰণ হব৷ শুক্ৰৰ কৃপাত ভালে থাকিব প্ৰেম জীৱন৷ বৈবাহিক জীৱনলৈ সুখ আনন্দ আহিব৷ আকস্মিক ধনলাভৰ যোগ তৈয়াৰ হব৷

মিথুন ৰাশি

কৰ্মভাৱত এই শক্তিশালী ৰাজযোগ নিৰ্মাণ হব৷ এই ৰাশিৰ জাতক জাতিকাই চাকৰি, ব্যৱসায়ত তুমুল লাভ কৰিব পাৰিব৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বিপুল লাভৰ যোগ আছে৷ যিসকলে চাকৰিৰ বাবে অন্য সংস্থাত আৱেদন কৰিছে তেওঁলোকেও চাকৰি লাভ কৰিব৷ ব্যৱসায়ত লাভ হব৷ ব্যৱসায়ক লৈ নতুন ষ্ট্ৰেটেজি থাকিলে লাভ পাব৷

উল্লেখ কৰা প্ৰয়োজন যে ২৫ এপ্ৰিলৰ পুৱা ৩ বাজি ২৫ মিনিটত মীন ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই৷ তাতেই ২৭ এপ্ৰিল পৰ্যন্ত থাকিব৷ সেই সময়তেই মীন ৰাশিত পঞ্চগ্ৰহী যোগ৷ ৫৪ ঘণ্টাৰ বাবে তৈয়াৰ হব পঞ্চগ্ৰহী যোগ৷ তাৰ ফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

October 18, 2026
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

October 18, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

October 18, 2026
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ
জীৱনশৈলী

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

October 18, 2026
Next Post
দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ দল! আঘাতপ্ৰাপ্ত কেইবাগৰাকীও বাদ্যসংগত কৰা শিল্পী

দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ দল! আঘাতপ্ৰাপ্ত কেইবাগৰাকীও বাদ্যসংগত কৰা শিল্পী

কথা ক’লেই হৈ যাব পেমেণ্ট, গুগল পে আনিছে ভয়েছ ফিচাৰ, কেনেকৈ কাম কৰিব এই ফিচাৰে?

কথা ক'লেই হৈ যাব পেমেণ্ট, গুগল পে আনিছে ভয়েছ ফিচাৰ, কেনেকৈ কাম কৰিব এই ফিচাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.