• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন বয়সত পুৰুষৰ শুক্ৰাণু বেছি থাকে? কিমান বয়সৰ পাছত কমি যায় পুৰুষৰ প্ৰজনন ক্ষমতা? কি কৈছে বিজ্ঞানে?

কোন বয়সত পুৰুষৰ শুক্ৰাণু বেছি থাকে? কিমান বয়সৰ পাছত কমি যায় পুৰুষৰ প্ৰজনন ক্ষমতা? কি কৈছে বিজ্ঞানে?

1 year ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

12 minutes ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

1 hour ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

2 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

3 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

3 hours ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

4 hours ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

5 hours ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

5 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

7 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

7 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

8 hours ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোন বয়সত পুৰুষৰ শুক্ৰাণু বেছি থাকে? কিমান বয়সৰ পাছত কমি যায় পুৰুষৰ প্ৰজনন ক্ষমতা? কি কৈছে বিজ্ঞানে?

কোন বয়সত পুৰুষৰ শুক্ৰাণু বেছি থাকে? কিমান বয়সৰ পাছত কমি যায় পুৰুষৰ প্ৰজনন ক্ষমতা? কি কৈছে বিজ্ঞানে?

editor by editor
April 24, 2025
in জীৱনশৈলী
0
কোন বয়সত পুৰুষৰ শুক্ৰাণু বেছি থাকে? কিমান বয়সৰ পাছত কমি যায় পুৰুষৰ প্ৰজনন ক্ষমতা? কি কৈছে বিজ্ঞানে?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰজনন ক্ষমতাক লৈ নাৰী আৰু পুৰুষৰ কিছু প্ৰভেদ আছে৷ এক নিৰ্দিষ্ট বয়সৰ পাছত নাৰী দেহলৈ মেনোপজ আহে৷ বন্ধ হৈ যায় ডিম্বানু উৎপাদন৷ ফলত মাতৃ হোৱাৰ সম্ভাৱনা কমি যায়৷ কিন্তু পুৰুষৰ ক্ষেত্ৰত এনে নহয়৷ পুৰুষৰ দেহত শুক্ৰাণু উৎপাদন কেতিয়াও বন্ধ নহয়৷ ফলত যি কোনো বয়সতেই পিতৃ হ’ব পাৰে পুৰুষসকল৷ কিন্তু ইয়াৰোপৰি আন এটা কথাও সঁচা যে বয়স বঢ়াৰ লগে লগে পুৰুষৰ প্ৰজনন ক্ষমতা কমি থাকে৷ এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া৷ ইয়াৰ আঁৰত আছে বিজ্ঞানসন্মত কাৰণ৷ জানি থওক সবিশেষ কাৰণ৷

শাৰীৰিক পৰিবৰ্তন

শুক্ৰাণুৰ সংখ্যা হ্ৰাস

বয়স বঢ়াৰ লগে লগে পুৰুষৰ শৰীৰৰ টেষ্টোষ্টেৰন হৰমনৰ উৎপাদন কমি থাকে৷ ইয়াৰ ফলত শুক্ৰাণুৰ সংখ্যাও কমি যায়৷ এক গৱেষণাত দেখা গৈছে যে ২৫ৰ পৰা ৩৪ বছৰ বয়সীয়া পুৰুষৰ তুলনাত ৩৫ৰ পৰা ৪৪ বছৰ বয়সীয়া পুৰুষৰ শুক্ৰাণুৰ সংখ্যা প্ৰায় ২০শতাংশ কম থাকে৷

শুক্ৰাণুৰ গুণগত মান হ্ৰাস

কেৱল শুক্ৰাণুৰ সংখ্য কমি যোৱাই নহয়, শুক্ৰাণুৰ গুণগত মানো কমি যায় বয়সৰ সৈতে৷ শুক্ৰাণুৰ ডি এন এৰ ক্ষতি হোৱাৰ আশংকাও বঢ়ি যায়৷ যিয়ে ভ্ৰুণৰ বিকাশত সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

অন্যান্য স্বাস্থ্যগত সমস্যা

বয়স বঢ়াৰ সৈতে ডায়বেটিছ, হৃদৰোগ, উচ্চ ৰক্তচাপৰ দৰে স্বাস্থ্যগত সমস্যাই দেখা দিব পাৰে৷ এই ৰোগসমূহেও প্ৰজনন ক্ষমতাক প্রভাৱিত কৰিব পাৰে৷

জীৱনযাত্ৰাৰ প্ৰভাৱ

ধূমপান আৰু মদ্যপানঃ ধূমপান আৰু মদ্যপান উভয়েই শুক্ৰাণুৰ গুণগত মান কমাই দিব পাৰে৷

অতিৰিক্ত ওজনঃ অতিৰিক্ত ওজন বা স্থূলতাইয়ো প্ৰজনন ক্ষমতাক প্ৰভাৱিত কৰিব পাৰে৷

মানসিক চাপঃ মানসিক চাপেও শুক্ৰাণুৰ উৎপাদন কমাই৷

সেয়ে বয়স বাঢ়িলে এই অভ্যাসসমূহৰ পৰা দূৰৈত থকাই ভাল৷ কিন্তু ইয়াৰ মানে এইটোও নহয় যে বেছি বয়সৰ পুৰুষ পিতৃ হ’ব নোৱাৰে৷ বহু পুৰুষ ৫০-৬০ বছৰ বয়সতো সুস্থ সন্তানৰ পিতৃ হ’ব পাৰে৷ প্ৰজনন ক্ষমতা কমি যোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া৷ ই সংশ্লিষ্ট ব্যক্তিৰ জীৱনযাত্ৰা আৰু সামগ্ৰিক স্বাস্থ্যৰ ওপৰত নিৰ্ভৰশীল৷ স্বাস্থ্যকৰ জীৱনযাপন, স্বাস্থ্যকৰ খাদ্য, নিয়মিত ব্যায়াম কৰা, পৰ্যাপ্ত টোপনিয়ে প্ৰজনন ক্ষমতাক ভালে ৰখাত সহায় কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী
জীৱনশৈলী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

June 20, 2026
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ
বিশ্ব

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

June 20, 2026
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

June 19, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

June 19, 2026
Next Post
হানিমুনতেই শেষ হৈ গ’ল স্বামীৰ জীৱন! বিবাহৰ দুমাহতেই পত্নীৰ সন্মুখতেই সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুৱালে কানপুৰৰ শুভমে

হানিমুনতেই শেষ হৈ গ’ল স্বামীৰ জীৱন! বিবাহৰ দুমাহতেই পত্নীৰ সন্মুখতেই সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুৱালে কানপুৰৰ শুভমে

অক্ষয় তৃতীয়াত শনি-বৃহস্পতিৰ বিশাল পৰিবৰ্তন, ৫ৰাশিৰ জীৱনলৈ আহিব উন্নতি

অক্ষয় তৃতীয়াত শনি-বৃহস্পতিৰ বিশাল পৰিবৰ্তন, ৫ৰাশিৰ জীৱনলৈ আহিব উন্নতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.