• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অক্ষয় তৃতীয়াত শনি-বৃহস্পতিৰ বিশাল পৰিবৰ্তন, ৫ৰাশিৰ জীৱনলৈ আহিব উন্নতি

অক্ষয় তৃতীয়াত শনি-বৃহস্পতিৰ বিশাল পৰিবৰ্তন, ৫ৰাশিৰ জীৱনলৈ আহিব উন্নতি

1 year ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

14 minutes ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

42 minutes ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

1 hour ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

2 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

3 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

4 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

4 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

5 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

6 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

7 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

8 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অক্ষয় তৃতীয়াত শনি-বৃহস্পতিৰ বিশাল পৰিবৰ্তন, ৫ৰাশিৰ জীৱনলৈ আহিব উন্নতি

অক্ষয় তৃতীয়াত শনি-বৃহস্পতিৰ বিশাল পৰিবৰ্তন, ৫ৰাশিৰ জীৱনলৈ আহিব উন্নতি

editor by editor
April 24, 2025
in জীৱনশৈলী
0
অক্ষয় তৃতীয়াত শনি-বৃহস্পতিৰ বিশাল পৰিবৰ্তন, ৫ৰাশিৰ জীৱনলৈ আহিব উন্নতি
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
এই বৰ্ষত অক্ষয় তৃতীয়া পৰিছে আগন্তুক ৩০ এপ্ৰিল ২০২৫ত৷ তাৰ পূৰ্বেই কেইবাটাও ডাঙৰ পৰিবৰ্তন ঘটিব কেইটামান ৰাশিৰ জাতকৰ জীৱনত৷ আগন্তুক ২৮ এপ্ৰিলত শনি আৰু বৃহস্পতিৰ নক্ষত্ৰ পৰিবৰ্তন হব৷ ইয়াৰ ফলতেই পাঁচ ৰাশিৰ জাতক-জাতিকাৰ জীৱনত উন্নতিকৰ পৰিস্থিতি আহিব৷ শনি আৰু বৃহস্পতিৰ কৃপাত জীৱনত বিশাল উন্নতিকৰ পৰিস্থিতি তৈয়াৰ হব৷ ইয়াৰ ফলত জাতক জাতিকাৰ জীৱনলৈ উন্নতিকৰ পৰিস্থিতি আহিব৷ কোন ৫ ৰাশিৰ শুভ দিন আৰম্ভ হ’ব?
মেষ ৰাশি
মেষ ৰাশিৰ জাতক জাতিকাৰ যিসকলে চাকৰিৰ সন্ধান কৰি আছে তেওঁলোকে ভাল খবৰ পাব৷ নতুন চাকৰিও পাব পাৰে৷ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো সুযোগ আহিব৷ আত্মবিশ্বাস বাঢ়িব৷
বৃষ ৰাশি
বৃষ ৰাশিৰ পাৰিবাৰিক জীৱন সুখৰ হব৷ সুখ আৰু শান্তিৰ অগ্ৰগতি হব পাৰে৷ কৰ্মক্ষেত্ৰত ছিনিয়ৰৰ সাহায্য আৰু প্ৰশংসা পাব৷ জীৱনলৈ উন্নতিৰ ধাৰা বৈ আহিব৷ নানান উন্নতিকৰ পৰিস্থিতি আহিব পাৰে৷
কন্যা ৰাশি
পৰিশ্ৰমৰ মূল্য পাব কন্যা ৰাশিৰ জাতক জাতিকাই৷ জীৱনলৈ  উন্নতিকৰ পৰিস্থিতি আহিব পাৰে৷ কৰ্মক্ষেত্ৰত স্থিতিশীলতা বাঢ়িব৷ মান সন্মান বৃদ্ধি পাব৷ শিক্ষা গৱেষণা সংক্ৰান্তিয় বিষয়ত যুক্ত মানুহে এইবাৰ ভাল ফল পাব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত ভাল খবৰ আহিব৷ চাকৰি আৰু ব্যৱসায়ত জোৰদাৰ উন্নতি হব৷ টকাৰ সাগৰত ভাহিব এই ৰাশিৰ জাতক জাতিকা৷ পূৰ্বতকৈ আৰ্থিক পৰিস্থিতি আৰু ভাল হব৷ জীৱনত নানান সমস্যাৰ সমাধান হব৷ পুৰণি ৰৈ থকা কাম এইসময়ত সম্পন্ন হব৷
মীন ৰাশি
মীন ৰাশিৰ জাতক জাতিকাৰ বাবে উচ্চশিক্ষা লাভৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব৷ জীৱনত উন্নতি কৰিব পাৰিব এই ৰাশিৰ জাতক জাতিকাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ
জীৱনশৈলী

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

June 17, 2026
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!
জীৱনশৈলী

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

June 17, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

June 17, 2026
কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক
জীৱনশৈলী

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

June 15, 2026
Next Post
প’ষ্ট অফিচৰ পৰা মাহিলী পাব পাৰে ৯ হাজাৰকৈ ধন, কি এই স্কিম?

প’ষ্ট অফিচৰ পৰা মাহিলী পাব পাৰে ৯ হাজাৰকৈ ধন, কি এই স্কিম?

৫টা বিশেষ সিদ্ধান্ততেই শান্ত নহয় ভাৰত, পহেলগামৰ পৰ্যটক আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ এইবাৰ পাক চৰকাৰৰ এক্স একাউণ্ট বন্ধ কৰিলে ভাৰতে

৫টা বিশেষ সিদ্ধান্ততেই শান্ত নহয় ভাৰত, পহেলগামৰ পৰ্যটক আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ এইবাৰ পাক চৰকাৰৰ এক্স একাউণ্ট বন্ধ কৰিলে ভাৰতে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.