• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫টা বিশেষ সিদ্ধান্ততেই শান্ত নহয় ভাৰত, পহেলগামৰ পৰ্যটক আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ এইবাৰ পাক চৰকাৰৰ এক্স একাউণ্ট বন্ধ কৰিলে ভাৰতে

12 months ago
মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

29 minutes ago
AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

1 hour ago
নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

2 hours ago
চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

3 hours ago
দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

4 hours ago
প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ

মে মাহত ধনৰ বৃষ্টি হ’ব ৪ৰাশিত, গজলক্ষ্মী ৰাজযোগত ভাগ্য চমকিব কাৰ কাৰ?

চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

5 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

শীঘ্ৰে পাব সফলতা, মাত্ৰ পালন কৰক চাণক্যৰ শক্তিশালী মন্ত্ৰ!

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫টা বিশেষ সিদ্ধান্ততেই শান্ত নহয় ভাৰত, পহেলগামৰ পৰ্যটক আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ এইবাৰ পাক চৰকাৰৰ এক্স একাউণ্ট বন্ধ কৰিলে ভাৰতে

৫টা বিশেষ সিদ্ধান্ততেই শান্ত নহয় ভাৰত, পহেলগামৰ পৰ্যটক আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ এইবাৰ পাক চৰকাৰৰ এক্স একাউণ্ট বন্ধ কৰিলে ভাৰতে

editor by editor
April 24, 2025
in জীৱনশৈলী
0
৫টা বিশেষ সিদ্ধান্ততেই শান্ত নহয় ভাৰত, পহেলগামৰ পৰ্যটক আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ এইবাৰ পাক চৰকাৰৰ এক্স একাউণ্ট বন্ধ কৰিলে ভাৰতে
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জম্মু আৰু কাশ্মীৰৰ পহেলগামৰ পৰ্যটক হত্যাকাণ্ডৰ পাছত বুধবাৰে নিশা পাকিস্তানৰ বিৰুদ্ধে পাঁচ দফাৰ পদক্ষেপ ঘোষণা কৰিছিল নৰেন্দ্ৰ মোদীৰ চৰকাৰে৷ পুৱাৰ ভাগতেই ষষ্ঠ পদক্ষেপো গ্ৰহণ কৰিছে ভাৰত চৰকাৰে৷ পাকিস্তানৰ চৰকাৰী এক্স একাউণ্টটো ভাৰতত বন্ধ কৰি দিয়া হৈছে৷ বৃহস্পতিবাৰে পুৱাই এই সিদ্ধান্ত লোৱা হৈছে৷

পহেলগামৰ পৰ্যালোচনাত বুধবাৰে সন্ধিয়া দিল্লীত প্ৰধানমন্ত্ৰীয়ে ৭ লোককল্যাণ মাৰ্গৰ চৰকাৰী বাসভৱনত বৈঠকত বহিছিল কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিৰাপত্তা সংক্ৰান্তিয় কমিটি৷ প্ৰায় আঢ়ৈ ঘণ্টা ধৰি চলা বৈঠকৰ শেষত নিশা ৯ বজাত সাংবাদিকৰ মুখামুখি হয় বিদেশসচিব বিক্ৰম মিস্ৰী৷ তেওঁ পাকিস্তানৰ বিৰুদ্ধে পাঁচটা পদক্ষেপৰ কথা ঘোষণা কৰিছে৷ যিমান দিন পাকিস্তানৰ আন্তঃসীমান্ত সন্ত্ৰাসৰ প্ৰতি তেওঁৰ সমৰ্থন কৰি যাব সিমান দিন জলবণ্টন চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে নতুন দিল্লীয়ে৷

ইয়াৰোপৰি আটাৰি, ৱাঘা সীমান্তত চলাচল বন্ধ কৰা, উপযুক্ত নথিপত্ৰ লৈ যিসকলে এই সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছে তেওঁলোকেও ১ মে’ৰ ভিতৰত পাকিস্তানলৈ উভতি যাব লাগিব৷ ভাৰতে জনাই, ছাৰ্ক ভিছা অব্যাহতি প্ৰকল্পৰ অধীনত কোনো পাকিস্তানী নাগৰিকক আৰু দেশত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব৷ অতীতত এই ভিছাৰ প্ৰৱেশৰ বাবে পাকিস্তানীসকলক যি অনুমতি দিয়া হৈছিল সেয়া বাতিল কৰা হৈছে৷ সেই ভিছা প্ৰকল্পৰ অধীনত যি সমস্ত পাকিস্তানী এতিয়া ভাৰতত আছে তেওঁলোকে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত তেওঁলোকে দেশ এৰিব লাগিব বুলিও জনাইছে মিশ্ৰীয়ে৷ ইয়াৰোপৰি পাকিস্তানৰ সামৰিক উপদেষ্টাসকলে অবাঞ্চিত ঘোষণা কৰাৰ ওপৰিও সেই দেশৰ ভাৰতীয় দূতবাসৰ সদস্য সংখ্যা ৫৫ৰ পৰা কমাই ৩০ কৰা হৈছে বুলিও জনাইছে মিশ্ৰীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

April 20, 2026
AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
জীৱনশৈলী

AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

April 20, 2026
নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?
জীৱনশৈলী

নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

April 20, 2026
মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য
জীৱনশৈলী

মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

April 20, 2026
Next Post
স্থলপথেই ভাৰত-পাক বাণিজ্যৰ একমাত্ৰ পথ! আটাৰী সীমান্ত বন্ধই পেটৰ ভাত মাৰিব নেকি পাকিস্তানী নাগৰিকৰ?

বাতিল ছাৰ্ক ভিছা, বন্ধ আটাৰি-ৱাঘা সীমান্ত, কি হ’ব চিকিৎসাৰ বাবে পাকিস্তানৰ পৰা ভাৰতলৈ অহা ৰোগীৰ? তাৎক্ষণিকভাৱেই এৰিব লাগিব নেকি ভাৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন