• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাতিল ছাৰ্ক ভিছা, বন্ধ আটাৰি-ৱাঘা সীমান্ত, কি হ’ব চিকিৎসাৰ বাবে পাকিস্তানৰ পৰা ভাৰতলৈ অহা ৰোগীৰ? তাৎক্ষণিকভাৱেই এৰিব লাগিব নেকি ভাৰত?

বাতিল ছাৰ্ক ভিছা, বন্ধ আটাৰি-ৱাঘা সীমান্ত, কি হ’ব চিকিৎসাৰ বাবে পাকিস্তানৰ পৰা ভাৰতলৈ অহা ৰোগীৰ? তাৎক্ষণিকভাৱেই এৰিব লাগিব নেকি ভাৰত?

1 year ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

16 minutes ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

58 minutes ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

1 hour ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

2 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

3 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

3 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

3 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

4 hours ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

5 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

6 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাতিল ছাৰ্ক ভিছা, বন্ধ আটাৰি-ৱাঘা সীমান্ত, কি হ’ব চিকিৎসাৰ বাবে পাকিস্তানৰ পৰা ভাৰতলৈ অহা ৰোগীৰ? তাৎক্ষণিকভাৱেই এৰিব লাগিব নেকি ভাৰত?

বাতিল ছাৰ্ক ভিছা, বন্ধ আটাৰি-ৱাঘা সীমান্ত, কি হ’ব চিকিৎসাৰ বাবে পাকিস্তানৰ পৰা ভাৰতলৈ অহা ৰোগীৰ? তাৎক্ষণিকভাৱেই এৰিব লাগিব নেকি ভাৰত?

editor by editor
April 24, 2025
in জীৱনশৈলী
0
বাতিল ছাৰ্ক ভিছা, বন্ধ আটাৰি-ৱাঘা সীমান্ত, কি হ’ব চিকিৎসাৰ বাবে পাকিস্তানৰ পৰা ভাৰতলৈ অহা ৰোগীৰ? তাৎক্ষণিকভাৱেই এৰিব লাগিব নেকি ভাৰত?
0
SHARES
496
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই কাঢ়া পদক্ষেপ লৈছে ভাৰত চৰকাৰে৷ পাকিস্তানৰ সৈতে ১৯৬০ চনৰ সিন্ধু জলচুক্তি স্থগিত কৰি দিয়া হৈছে৷ বন্ধ কৰি দিয়া হৈছে ৱাঘা-আটাৰি সীমান্ত৷ পাকিস্তানীসকলৰ বাবে বাতিল কৰি দিয়া হৈছে ছাৰ্ক ভিছা৷ পাকিস্তানী দূতাবাসত থকা প্ৰতিৰক্ষা অধিকাৰীসকলক অবাঞ্ছিত ঘোষণা কৰিছে নতুন দিল্লীয়ে৷ এক সপ্তাহৰ ভিতৰত তেওঁলোকে ভাৰত ত্যাগ কৰিব লাগিব৷ ইয়াৰ সৈতে কাশ্মীৰ জুৰি আক্ৰমণকাৰীক বিচাৰি চলিছে অভিযান৷ পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে এনে কিছু সিদ্ধান্ত লৈছে যাক লৈ সুখী প্ৰায় সংখ্যক ভাৰতীয় লোকেই৷

কেবিনেট কমিটিয়ে অন ছিকিউৰিটি মিটিঙৰ পাছত বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে স্পষ্টকৈ জনাই দিছে যে পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ লিংক সীমান্তৰ সিপাৰৰ সৈতে যুক্ত থকাৰ প্ৰমাণ ইতিমধ্যেই পোৱা গৈছে৷ সেয়ে সকলো সম্পৰ্ক শেষ কৰাৰ লগতে  কূটনৈতিক সম্পৰ্কও শেষ কৰা হৈছে পাকিস্তানৰ সৈতে৷ ৪৮ ঘণ্টাৰ ভিতৰত পাকিস্তানীসকলক ভাৰত এৰাৰ নিৰ্দেশ দিয়া হৈছে৷ আটাৰি, ৱাঘা বৰ্ডাৰ, যি বৰ্ডাৰেৰে দুই দশক ধৰি মানুহে অহা যোৱা কৰি আছে সেয়াও বন্ধ কৰি দিয়া হৈছে৷ কিন্তু ইয়াতেই প্ৰশ্ন হয়, চিকিৎসা কৰাবলৈ অহা পাকিস্তানীসকলক কি কৰিব?

ভাৰত-আটাৰি ইণ্টিগ্ৰেটেড চেক পোষ্টক অবিলম্বেই বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে যিসকলে বৈধ নথিৰ ভিত্তিত ভাৰতত আহিছে সেই পাকিস্তানীসকলে এই পথেৰেই ১ মে ২০২৫ ৰ পূৰ্বে নিজৰ দেশলৈ উভতিব লাগিব৷ কিন্তু সকলোতকৈ ডাঙৰ সিদ্ধান্ত SAARC ভিছা স্কিমক লৈ লৈছে৷ এই স্কিমৰ মাধ্যমেৰে বহু পাকিস্তানী শিল্পী আৰু ব্যক্তি ভাৰতলৈ প্ৰতি বছৰে আহে৷

SAARC ভিছা স্কিম কি?

ভাৰতে SAARC ভিছা এক্সেম্পছন স্কিমৰ অধীনত পাকিস্তানী নাগৰিকক দিয়া সমস্ত ভিছা বাতিল কৰা হৈছে৷ এই স্কিমৰ অধীনত মাল্টি এন্ট্ৰি ভিছা পোৱা যায়, যাৰ মাধ্যমেৰে পাকিস্তানী নাগৰিকে আটাৰি-ৱাঘা বৰ্ডাৰ বা বিমানপথেৰে ভাৰতলৈ আহিব পাৰে৷ ছিংগল এন্ট্ৰীৰ ভিছা থাকিলে কেৱল আটাৰি বৰ্ডাৰেৰেই এণ্ট্ৰি হয়৷ কিন্তু মাল্টি এণ্ট্ৰি ভিছাৰ ক্ষেত্ৰত ডুবাই, আবুধাবি বা অন্যান্য দেশৰ পৰাও পাকিস্তানিয়ে বিমানপথেৰে ভাৰতলৈ আহিব পাৰে৷ এতিয়া এই স্কিমৰ অধীনত কোনো পাকিস্তানীয়ে ভাৰতলৈ আহিব নোৱাৰিব৷ যাৰ হাতত SVES ভিছা আছে তেওঁলোক যদি বৰ্তমান ভাৰতত আছে তেন্তে ৪৮ঘণ্টাৰ ভিতৰতেই ভাৰত এৰিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য
জীৱনশৈলী

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

September 15, 2026
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং
জীৱনশৈলী

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

September 15, 2026
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে
জীৱনশৈলী

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 15, 2026
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ
জীৱনশৈলী

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

September 15, 2026
Next Post
ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী য’তেই লুকাই নাথাকক এটা এটাকৈ ওলিয়াই শেষ কৰা হ’বঃ PM নৰেন্দ্ৰ মোদী

ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী য’তেই লুকাই নাথাকক এটা এটাকৈ ওলিয়াই শেষ কৰা হ’বঃ PM নৰেন্দ্ৰ মোদী

শিপাৰে সৈতে উভালি পেলোৱাৰ সময় আহি পৰিছে, সমগ্ৰ বিশ্বক বিশেষ বাৰ্তা মোদীৰ

শিপাৰে সৈতে উভালি পেলোৱাৰ সময় আহি পৰিছে, সমগ্ৰ বিশ্বক বিশেষ বাৰ্তা মোদীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.