• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী য’তেই লুকাই নাথাকক এটা এটাকৈ ওলিয়াই শেষ কৰা হ’বঃ PM নৰেন্দ্ৰ মোদী

ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী য’তেই লুকাই নাথাকক এটা এটাকৈ ওলিয়াই শেষ কৰা হ’বঃ PM নৰেন্দ্ৰ মোদী

2 years ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

2 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

2 hours ago
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

2 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

3 hours ago
বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

3 hours ago
আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

4 hours ago
স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

5 hours ago
এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

6 hours ago
চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

6 hours ago
ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

6 hours ago
চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

7 hours ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী য’তেই লুকাই নাথাকক এটা এটাকৈ ওলিয়াই শেষ কৰা হ’বঃ PM নৰেন্দ্ৰ মোদী

ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী য’তেই লুকাই নাথাকক এটা এটাকৈ ওলিয়াই শেষ কৰা হ’বঃ PM নৰেন্দ্ৰ মোদী

editor by editor
April 24, 2025
in জীৱনশৈলী
0
ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী য’তেই লুকাই নাথাকক এটা এটাকৈ ওলিয়াই শেষ কৰা হ’বঃ PM নৰেন্দ্ৰ মোদী
0
SHARES
329
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই ওলোটাই একশ্ব্যন মুডত আছে ভাৰত৷ জম্মু-কাশ্মীৰৰ প্ৰতিটো কোণত চলিছে সন্ত্ৰাসবাদী বিচাৰি অভিযান৷ পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই আজি সৰ্বদলীয় বৈঠকো মাতিছে কেন্দ্ৰীয় চৰকাৰে৷ সন্ধিয়া ৬ বজাত সংসদ ভৱনত এই বৈঠক অনুষ্ঠিত হব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সমস্ত ৰাজনৈতিক দলৰ সৈতে মিলিত হ’ব৷

এই বৈঠকৰ পূৰ্বেই বিহাৰৰ পৰা ডাঙৰ বাৰ্তা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে৷ নিহতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে ভাষণৰ পূৰ্বে ২ মিনিট মৌন প্ৰাৰ্থনাও কৰে৷ পহেলগামত নিহতসকলৰ প্ৰতি সমবেদনা জনাই প্ৰধানমন্ত্ৰীয়ে হাতযোৰ কৰি ওম শান্তি মন্তপাঠো কৰে৷ ইয়াৰপাছতেই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চৰম বাৰ্তা দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷

বিহাৰৰ মধুবনিৰ অনুষ্ঠানৰ পৰা মোদীয়ে কয়, ‘কাশ্মীৰত বাছি বাছি হিন্দু নিধন কৰা হৈছে৷ পহেলগামত নিৰীহসকলক নিৰ্মমভাৱে হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে৷ এই আক্ৰমণ কেৱল পৰ্যটকৰ ওপৰতেই নহয়, এয়া ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ৷ আক্ৰমণকাৰী আৰু ষড়যন্ত্ৰকাৰীয়ে কল্পনাও কৰিব নোৱাৰিব তেওঁলোকৰ শাস্তি কি হব৷ আক্ৰমণকাৰী আৰু ষড়যন্ত্ৰকাৰীসকলক এটা এটাকৈ বাচি ওলিয়াই শাস্তি দিব ভাৰতে৷ ১৪০ কোটি মানুহৰ ইচ্ছাশক্তিয়ে সন্ত্ৰাসবাদৰ কঁকাল ভাঙিব৷ আক্ৰমণকাৰীক কল্পনাতীত শাস্তি দিম৷’

https://x.com/ANI/status/1915311175077945455

প্রধানমন্ত্ৰী মোদীয়ে লগতে কয়, ‘কোটি কোটি ভাৰতবাসী আজি শোকগ্ৰস্ত৷ নিহতৰ পৰিয়ালৰ কাষত আছে আজি সমগ্ৰ দেশ৷ যিসকলৰ চিকিৎসা চলিছে তেওঁলোক দ্ৰুতভাৱে সুস্থ হৈ উঠক, তেওঁলোকৰ বাবে চৰকাৰে সকলো ধৰণৰ চেষ্টা কৰিব৷ এই আক্ৰমণত কোনোৱে যদি পুত্ৰক হেৰুৱাইছে, কোনোৱে ভাতৃক হেৰুৱাইছে, কোনোৱে স্বামীক হেৰুৱাইছে৷ আজি তেওঁলোকৰ মৃত্যুত কাৰ্গিলৰ পৰা কন্যাকুমাৰীলৈকে আমাৰ সকলোৰে শোকবোৰ ক্ষোভলৈ পৰিণত হৈছে৷ আজি বিহাৰৰ মাটিৰ পৰা আমি সমগ্ৰ বিশ্বক জনাব খুজিছো, ভাৰতে অৱশ্যেই প্ৰত্যেকজন সন্ত্ৰাসবাদীক বিচাৰি ওলিয়াব৷ চিহ্নিত কৰি শাস্তি দিব৷’

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

October 28, 2026
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!
জীৱনশৈলী

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

October 28, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

October 28, 2026
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

October 27, 2026
Next Post
শিপাৰে সৈতে উভালি পেলোৱাৰ সময় আহি পৰিছে, সমগ্ৰ বিশ্বক বিশেষ বাৰ্তা মোদীৰ

শিপাৰে সৈতে উভালি পেলোৱাৰ সময় আহি পৰিছে, সমগ্ৰ বিশ্বক বিশেষ বাৰ্তা মোদীৰ

পাকিস্তানৰ বিৰুদ্ধে একচন মোডত ভাৰত, মিছাইলেৰে সাগৰৰ বুকুত যুদ্ধৰ দামামা ভাৰতীয় নৌসেনাৰ

পাকিস্তানৰ বিৰুদ্ধে একচন মোডত ভাৰত, মিছাইলেৰে সাগৰৰ বুকুত যুদ্ধৰ দামামা ভাৰতীয় নৌসেনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.