• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্থলপথেই ভাৰত-পাক বাণিজ্যৰ একমাত্ৰ পথ! আটাৰী সীমান্ত বন্ধই পেটৰ ভাত মাৰিব নেকি পাকিস্তানী নাগৰিকৰ?

স্থলপথেই ভাৰত-পাক বাণিজ্যৰ একমাত্ৰ পথ! আটাৰী সীমান্ত বন্ধই পেটৰ ভাত মাৰিব নেকি পাকিস্তানী নাগৰিকৰ?

1 year ago
Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

1 hour ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

15 hours ago
অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

15 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

16 hours ago
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

16 hours ago
ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

17 hours ago
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

18 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

শীঘ্ৰে কৰক, নহ’লে নাপাব LPG Cylinder, এটা ভুলে ৰাজসাহায্যৰ পৰাও কৰিব পাৰে বঞ্চিত!

18 hours ago
নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

19 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

20 hours ago
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

21 hours ago
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্থলপথেই ভাৰত-পাক বাণিজ্যৰ একমাত্ৰ পথ! আটাৰী সীমান্ত বন্ধই পেটৰ ভাত মাৰিব নেকি পাকিস্তানী নাগৰিকৰ?

স্থলপথেই ভাৰত-পাক বাণিজ্যৰ একমাত্ৰ পথ! আটাৰী সীমান্ত বন্ধই পেটৰ ভাত মাৰিব নেকি পাকিস্তানী নাগৰিকৰ?

editor by editor
April 24, 2025
in জীৱনশৈলী
0
স্থলপথেই ভাৰত-পাক বাণিজ্যৰ একমাত্ৰ পথ! আটাৰী সীমান্ত বন্ধই পেটৰ ভাত মাৰিব নেকি পাকিস্তানী নাগৰিকৰ?
0
SHARES
845
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জম্মু আৰু কাশ্মীৰৰ পহেলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতেই পাকিস্তানৰ কঠোৰ হৈছে ভাৰত চৰকাৰ৷ পাকিস্তানৰ বিৰুদ্ধে একাধিক কাঢ়া সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে৷ বন্ধ কৰি দিয়া হৈছে আটাৰি-ৱাঘা সীমান্তও৷  এই সীমান্তৰেই পাকিস্তানৰ সৈতে ভাৰতৰ বাণিজ্যিক লেন দেন চলে৷ এই সীমান্ত বন্ধ হোৱাৰ লগে লগেই ভাৰতৰ সৈতে পাকিস্তানৰ বাণিজ্যিক সম্পৰ্কতো বাধা আহিছে৷ বহু পণ্যৰ আমদানি আৰু ৰপ্তানী বন্ধ হৈ যাব বুলি জনাইছে বাণিজ্যিক বিশেষজ্ঞই৷ ক্ষতিগ্ৰস্থ হ’ব পাৰে দুই দেশৰেই অৰ্থনীতি৷ বিশেষজ্ঞৰ ধাৰণা যে ইয়াৰ ফলত পাকিস্তানৰেই সমস্যা বেছি হ’ব পাৰে৷

অমৃতসৰৰ পৰা মাত্ৰ ২৮ কিঃমিঃ দূৰৈত আটাৰী ভাৰতৰ প্রথম স্থলবন্দৰ৷ পাকিস্তানৰ সৈতে স্থলপথেৰে এয়া একমাত্ৰ পথ যি পথেৰে ভাৰতৰ বাণিজ্যৰ অনুমতি আছে৷ ১২০ একৰ মাটিত বিস্তৃত এক নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযুক্ত আটাৰী ভাৰত-পাকিস্তানৰ বাণিজ্যৰ অন্যতম কাণ্ডাৰী৷ আফগানিস্তানৰ পণ্য আমদানিৰ ক্ষেত্ৰতো আটাৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ৷

পৰিসংখ্যাই কৈছে ২০২৩-২৪চনত আটাৰী-ৱাঘা সীমান্তৰে মুঠ ৩,৮৮৬.৫৩ কোটি টকাৰ বাণিজ্য হৈছে৷ ৭১, ৫৬৩ জন মানুহে এবছৰত এই সীমান্ত দি যাতায়াত কৰিছে৷ ভাৰতৰ পৰা যি সমস্ত পণ্য এই পথেৰে পাকিস্তানলৈ ৰপ্তানী কৰা হৈছে৷ তাৰ মাজত উল্লেখযোগ্য হৈছে ছয়াবিন, মুৰ্গীৰ দানা, পাচলি, শুকান জলকীয়া, প্লাষ্টিক দানা, সুঁতা আদি৷ ইয়াৰোপৰি পাকিস্তান আৰু আফগানিস্তানৰ পৰা এই পথেৰে ভাৰতলৈ আহে মূলত শুকান ফল, খেজুৰ, চিমেণ্ট, জিপছাম, কাচ, নিমখ বা ব্লেক ছল্ট আদি নানান প্ৰকাৰৰ ঔষধ৷ সীমান্ত বন্ধ হৈ গ’লে এই সমস্ত পণ্যৰ আদানপ্ৰদানৰো সমস্যা হ’ব৷ বিশেষকৈ এই ধৰণৰ সৰু আৰু মাঝাৰি শিল্পৰ ওপৰত নিৰ্ভৰ কৰি যিসকল চলি আছিল তেওঁলোকৰ সমস্যা হ’ব পাৰে বুলি জনাইছে বিশেষজ্ঞই৷

২০১৮-১৯ চনত ভাৰত আৰু পাকিস্তানৰ মাজত বাণিজ্য তুলনামূলকভাৱে কমি গৈছে৷ ভাৰতৰ আটাৰী সীমান্ত বন্ধৰ সিদ্ধান্তই এই বাণিজ্যত আৰু প্ৰভাৱ পেলাব পাৰে বুলি অনুমান কৰিছে বিশেষজ্ঞই৷ আফগানিস্তানৰ পণ্য আমদানিতো ইয়াৰ প্ৰভাৱ পৰিব৷

পহেলগামৰ সন্ত্ৰাসী আক্ৰমণত ২৬গৰাকীকৈ পৰ্যটকে প্ৰাণ হেৰুৱাইছে৷ ২৫ গৰাকী ভাৰতীয় আৰু এজন নেপালী নাগৰিক আছে মৃতকৰ তালিকাত৷ পাকিস্তানে এই আক্ৰমণৰ সৈতে তেওঁলোকৰ কোনো যোগাযোগ নাই বুলি দাবী কৰিলেও পাক সন্ত্ৰাসবাদী গোষ্ঠী TRFয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক
জীৱনশৈলী

Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

August 2, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

August 1, 2026
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!
জীৱনশৈলী

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

August 1, 2026
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?
জীৱনশৈলী

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

August 1, 2026
Next Post
বাতিল ছাৰ্ক ভিছা, বন্ধ আটাৰি-ৱাঘা সীমান্ত, কি হ’ব চিকিৎসাৰ বাবে পাকিস্তানৰ পৰা ভাৰতলৈ অহা ৰোগীৰ? তাৎক্ষণিকভাৱেই এৰিব লাগিব নেকি ভাৰত?

বাতিল ছাৰ্ক ভিছা, বন্ধ আটাৰি-ৱাঘা সীমান্ত, কি হ’ব চিকিৎসাৰ বাবে পাকিস্তানৰ পৰা ভাৰতলৈ অহা ৰোগীৰ? তাৎক্ষণিকভাৱেই এৰিব লাগিব নেকি ভাৰত?

ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী য’তেই লুকাই নাথাকক এটা এটাকৈ ওলিয়াই শেষ কৰা হ’বঃ PM নৰেন্দ্ৰ মোদী

ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী য’তেই লুকাই নাথাকক এটা এটাকৈ ওলিয়াই শেষ কৰা হ’বঃ PM নৰেন্দ্ৰ মোদী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.