• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মে মাহত কেতুৰ বিশেষ অৱস্থান! সৌভাগ্য তুংগত উঠিব ৩ৰাশিৰ জাতক-জাতিকাৰ

1 year ago
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

13 minutes ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

2 hours ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

4 hours ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

5 hours ago
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

6 hours ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

7 hours ago
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মে মাহত কেতুৰ বিশেষ অৱস্থান! সৌভাগ্য তুংগত উঠিব ৩ৰাশিৰ জাতক-জাতিকাৰ

মে মাহত কেতুৰ বিশেষ অৱস্থান! সৌভাগ্য তুংগত উঠিব ৩ৰাশিৰ জাতক-জাতিকাৰ

editor by editor
May 5, 2025
in জীৱনশৈলী
0
মে মাহত কেতুৰ বিশেষ অৱস্থান! সৌভাগ্য তুংগত উঠিব ৩ৰাশিৰ জাতক-জাতিকাৰ
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি ছায়াগ্ৰহ কেতু আৰু ৰাহুৰ পৃথক পৃথক মাহাত্ম্য আছে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি কেতুৱে অন্যান্য গ্ৰহৰ দৰেই নিয়মিতভাৱে ৰূপ পৰিবৰ্তন কৰি থাকে৷ ৰাহু আৰু কেতু, এই দুই গ্ৰহই ডেৰ বছৰ পাছত ৰাশি পৰিবৰ্তন কৰে৷ ১৮ মেত কেতুৱে সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ দীৰ্ঘ ১৮ বছৰ অপেক্ষাৰ পাছত এই তিনি ৰাশিলৈ আহি আছে সুখবৰ৷ ইয়াৰ ফলত ৩ ৰাশিৰ ভাগ্য খুলিব৷ ১৮ মেৰ পাছত কাৰ কাৰ সুখৰ দিন আৰম্ভ হ’ব জানি থওক সবিশেষ৷

ধনু ৰাশি

আপোনাৰ পদোন্নতি হ’ব৷ ডাঙৰ কোনো দায়িত্বও পাব পাৰে৷ কেতুৰ এই গোচৰ, যি ডেৰ বছৰ পাছত ঘটিব৷ আপোনাৰ বাবে এই সময় খুবেই অনুকূল৷ আপোনাৰ জীৱনত সকলো কষ্ট দূৰ হব৷ ব্যৱসায়ত উন্নতি হ’ব আৰু আপুনি ভাল লাভ পাব৷ বহু ডাঙৰ চুক্তি হ’ব পাৰে৷ চাকৰিত ভাল পদোন্নতিৰ সম্ভাৱনা আছে৷

বৃশ্চিক ৰাশি

এই গোচৰৰ কাৰণে আপুনি বহু সুবিধা পাব পাৰে৷ যিসকল বেকাৰ তেওঁলোকে চাকৰি পাব পাৰে৷ যিসকল বৰ্তমানৰ চাকৰিত অসন্তুষ্ট, তেওঁলোকে নতুন স্থানত ভাল পেকেজসহ চাকৰিৰ অফাৰ লাভ কৰিব৷ আপোনাৰ পেছাগত জীৱনত উন্নতি হ’ব৷ অবিবাহিত ব্যক্তিসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷

বৃষ ৰাশি

ছায়া গ্ৰহ কেতুৰ গোচৰ আপোনাৰ বাবে খুবেই উপকাৰী প্ৰমাণিত হ’ব পাৰে৷ আপোনাৰ অসমাপ্ত কাম সম্পন্ন হ’ব পাৰে৷ পুৰণি কোনো বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা আছে৷ আপুনি কিছু মাটি কিনিবলৈ অগ্ৰিম ধন দিব পাৰে৷ আপুনি নতুন বাহন কিনাৰ কথাও ভাৱিব পাৰে৷ আপুনি পৰিয়ালৰ সৈতে বাহিৰলৈ যোৱাৰ সুযোগ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

May 7, 2026
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?
জীৱনশৈলী

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

May 7, 2026
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ
জীৱনশৈলী

চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

May 7, 2026
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

May 7, 2026
Next Post
বদ্ৰীনাথ মন্দিৰত শংখ বজোৱা নিষেধ, আঁৰৰ কাৰণ জানেনে?

যুদ্ধকালীন সময়ৰ বাবে প্ৰস্তুত হৈছে ভাৰত! এয়াৰ ৰেইড ছাইৰেন, নাগৰিকক ট্ৰেইনিং, বুধবাৰে দেশজুৰি হ’ব যুদ্ধৰ অনুশীলন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন