• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰত-পাকিস্তানৰ যুদ্ধত আমাৰ কোনো লেনদেন নাই- আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি

ভাৰত-পাকিস্তানৰ যুদ্ধত আমাৰ কোনো লেনদেন নাই- আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি

1 year ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

7 minutes ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

17 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

18 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

18 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

19 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

20 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

20 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

21 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

22 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

23 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

23 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰত-পাকিস্তানৰ যুদ্ধত আমাৰ কোনো লেনদেন নাই- আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি

editor by editor
May 9, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ভাৰত-পাকিস্তানৰ যুদ্ধত আমাৰ কোনো লেনদেন নাই- আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি
0
SHARES
788
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত-পাকিস্তানৰ যুদ্ধত আমাৰ কোনো লেনদেন নাই- আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি তথা ভাৰতৰ জোঁৱাই জে ডি ভ্যান্সে সদ্যহতে ভাৰত ভ্ৰমণ কৰি যায়। ভাৰতৰ সৈতে এক ভাল সম্পৰ্ক ভ্যান্সৰ। পাছে সেই ভ্যান্সেই এতিয়া মন্তব্য কৰিছে যে, – ভাৰত-পাকিস্তানৰ যুদ্ধত আমাৰ কোনো লেনদেন নাই

ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতৰ মাজতে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ এই বক্তব্যই চাঞ্চল্যৰ সৃষ্টি হৈছে। তেওঁ স্পষ্ট কৰি দিছে যে আমেৰিকা এই সংঘাতত জড়িত হ’ব নোৱাৰে আৰু এই যুদ্ধ তেওঁলোকৰ লগত কোনো সম্পৰ্ক নাই।

ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “…আমি কেৱল দুয়ো দেশৰ লোকসকলক অলপ শান্ত হ’বলৈ উৎসাহিত কৰাৰ চেষ্টাহে কৰিব পাৰো, কিন্তু আমি যুদ্ধত জড়িত হ’ব নোৱাৰো। আমাৰ এই যুদ্ধত কোনো লেনদেন নাই।”

ভ্যান্সে লগতে কয়, সকলোৱে জানে যে আমেৰিকাই ভাৰতীয় কিম্বা পাকিস্তানক অস্ত্ৰ-শস্ত্ৰ পেলাবলৈ ক’ব নোৱাৰে। আমেৰিকাই কেৱল কূটনৈতিক মাধ্যমেৰে এই বিষয়টো আগুৱাই লৈ যাব পাৰে। কেৱল এটাই আশা, এই যুদ্ধ পাৰমাণৱিক সংঘাতলৈ পৰিণত নহওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Idnian Air Forceindian armyIndian Pakistan WarIndian SoldiersOperation Sindoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!
প্ৰযুক্তি

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

August 14, 2026
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
Next Post
৩ ৰাশিৰ ভাগ্য উজলাই তুলিব গুৰু বৃহস্পতিয়ে, জুন মাহত পাব এই সফলতা

৩ ৰাশিৰ ভাগ্য উজলাই তুলিব গুৰু বৃহস্পতিয়ে, জুন মাহত পাব এই সফলতা

বৃহৎ লোকচান, সমগ্ৰ বিশ্বৰ পৰা ঋণৰ বাবে সহায় ভিক্ষা পাকিস্তানৰ

বৃহৎ লোকচান, সমগ্ৰ বিশ্বৰ পৰা ঋণৰ বাবে সহায় ভিক্ষা পাকিস্তানৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.