• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ২১ ছেকেণ্ডৰ আলিংগতেই স্বস্তি! এবাৰ সাবটি ধৰিলে আপুনিও জটিল ৰোগৰ পৰা মুক্তি পাব, মনলৈ আহিব প্ৰশান্তিৰ ভাৱ

মাত্ৰ ২১ ছেকেণ্ডৰ আলিংগতেই স্বস্তি! এবাৰ সাবটি ধৰিলে আপুনিও জটিল ৰোগৰ পৰা মুক্তি পাব, মনলৈ আহিব প্ৰশান্তিৰ ভাৱ

1 year ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

2 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

2 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

2 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

3 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

4 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

6 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

7 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

7 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

8 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

9 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

10 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ২১ ছেকেণ্ডৰ আলিংগতেই স্বস্তি! এবাৰ সাবটি ধৰিলে আপুনিও জটিল ৰোগৰ পৰা মুক্তি পাব, মনলৈ আহিব প্ৰশান্তিৰ ভাৱ

মাত্ৰ ২১ ছেকেণ্ডৰ আলিংগতেই স্বস্তি! এবাৰ সাবটি ধৰিলে আপুনিও জটিল ৰোগৰ পৰা মুক্তি পাব, মনলৈ আহিব প্ৰশান্তিৰ ভাৱ

editor by editor
May 14, 2025
in জীৱনশৈলী, বিজ্ঞান, লেখা
0
মাত্ৰ ২১ ছেকেণ্ডৰ আলিংগতেই স্বস্তি! এবাৰ সাবটি ধৰিলে আপুনিও জটিল ৰোগৰ পৰা মুক্তি পাব, মনলৈ আহিব প্ৰশান্তিৰ ভাৱ
0
SHARES
657
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আধুনিক যুগত ক্ৰমশ বাঢ়িছে হতাশা, অৱসাদ, প্ৰিয়জনৰ সৈতে দূৰত্ব৷ আপুনিও জীৱনৰ সমস্যাসমূহৰ পৰা মুক্তিৰ পথ বিচাৰি আছে নেকি? যদি হতাশাত ভূগি আছে তেন্তে সুযোগ পালেই আলিংগত কৰক৷ কেৱল প্ৰিয় মানুহকেই নহয় গছ এজোপাক সাৱটি ধৰিলেও আপুনি প্ৰিয়জনতকৈয়ো বেছি শান্তি লাভ কৰিব৷ হাজাৰ সমস্যাৰ সমাধানো পাব৷ খুবেই চৰ্চাত থাকে এই ট্ৰি হাগিং৷ কিয় গছ এজোপাক আলিংগন কৰিলে মন শান্ত হৈ পৰে জানেনে?

ফুল, ফল, পাতেও মানুহক ভালপোৱা বুজাই দিব পাৰে৷ ঘৰত এখন ফুলনি বা কিছু গছ ৰুই থলে স্বাভাৱিকভাৱেই মনটো ভাল লাগে৷ বাঢ়ি অহা প্ৰদূষণৰ পৰাও মুক্তি, পৰ্যাপ্ত অক্সিজেন আদিও গছৰ পৰাই পোৱা যায়৷ একেলগে প্ৰিয় মানুহৰ সৈতে আলিংগনৰ মুহূৰ্তত যেনে অনুভূতি হয়, গছ এজোপাক সাবটি ধৰিলেও একেই স্বস্তি পোৱা যায়৷ মাত্ৰ ২১ ছেকেণ্ড গছক আলিংগন কৰি মৃদু শ্বাস ল’ব লাগে৷ তেতিয়া ধীৰে ধীৰে চাপ আৰু দুশ্চিন্তা কমে৷ ই অন্যন্য এক অনুভূতি আপোনাক দিয়ে৷

গৱেষণাই কৈছে, গছৰ স্পৰ্শই আপোনাৰ মানসিক চাপ কমাই দিব পাৰে৷ ইয়াৰোপৰি হাৰ্টৰ স্বাস্থ্যও ভালে থাকে৷ যিকোও কামত মনোযোগ বঢ়াব পাৰে গছে৷ গছৰ সৈতে সময় কটালেই কামত এনাৰ্জিও পোৱা যায়৷ গছে কাৰ্বন ডাই অক্সাইড শোষণ কৰে আৰু অক্সিজেন উৎপাদন কৰে৷ সেয়ে গছৰ সংস্পৰ্শলৈ আহিলে মানৱ শৰীৰত অক্সিজেনৰ মাত্ৰাও বৃদ্ধি পায়৷ যিকোনো সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে গছৰ স্পৰ্শই৷

গছক আলিংগনৰ মাধ্যমেৰে শৰীৰত অক্সিটছিন হৰমন নিৰ্গমনৰ মাত্ৰা বাঢ়ি যায়৷ আলিংগনবদ্ধ অৱস্থাত এই হৰমন নিঃসৃত হোৱাৰ ফলত মস্তিষ্ক শান্ত থাকে৷ ৰক্তচাপ আৰু নোৰাপিনেফ্ৰিন নামৰ ষ্ট্ৰেছ হৰমনক নিয়ন্ত্ৰণত ৰাখে অক্সিটছিনে৷ ফলত আপোনাৰ মনলৈ সুখানুভূতি আহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
Next Post
চৰকাৰে অনুমতি দিলেও অনুষ্ঠান নকৰে কণ্ঠশিল্পী মানস ৰবীনে! গান গোৱাটো পানীৰ ছুইচ দিয়া কামৰ দৰে নহয় বুলি কিয় ক’লে মানস ৰবীনে?

চৰকাৰে অনুমতি দিলেও অনুষ্ঠান নকৰে কণ্ঠশিল্পী মানস ৰবীনে! গান গোৱাটো পানীৰ ছুইচ দিয়া কামৰ দৰে নহয় বুলি কিয় ক’লে মানস ৰবীনে?

প্ৰথমজন বৌদ্ধ ধৰ্মাৱলম্বী, দ্বিতীয়জন দলিত মুখ্য ন্যায়াধীশ পালে দেশে, থোৰতে জানি থওক ভি আৰ গাভাইৰ পৰিচয়

প্ৰথমজন বৌদ্ধ ধৰ্মাৱলম্বী, দ্বিতীয়জন দলিত মুখ্য ন্যায়াধীশ পালে দেশে, থোৰতে জানি থওক ভি আৰ গাভাইৰ পৰিচয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.