• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথমজন বৌদ্ধ ধৰ্মাৱলম্বী, দ্বিতীয়জন দলিত মুখ্য ন্যায়াধীশ পালে দেশে, থোৰতে জানি থওক ভি আৰ গাভাইৰ পৰিচয়

প্ৰথমজন বৌদ্ধ ধৰ্মাৱলম্বী, দ্বিতীয়জন দলিত মুখ্য ন্যায়াধীশ পালে দেশে, থোৰতে জানি থওক ভি আৰ গাভাইৰ পৰিচয়

12 months ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

14 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

15 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

16 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

16 hours ago
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

17 hours ago
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

18 hours ago
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

18 hours ago
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

19 hours ago
আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

19 hours ago
ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

20 hours ago
বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

21 hours ago
মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰথমজন বৌদ্ধ ধৰ্মাৱলম্বী, দ্বিতীয়জন দলিত মুখ্য ন্যায়াধীশ পালে দেশে, থোৰতে জানি থওক ভি আৰ গাভাইৰ পৰিচয়

প্ৰথমজন বৌদ্ধ ধৰ্মাৱলম্বী, দ্বিতীয়জন দলিত মুখ্য ন্যায়াধীশ পালে দেশে, থোৰতে জানি থওক ভি আৰ গাভাইৰ পৰিচয়

editor by editor
May 14, 2025
in ভাৰত, লেখা, শিক্ষা
0
প্ৰথমজন বৌদ্ধ ধৰ্মাৱলম্বী, দ্বিতীয়জন দলিত মুখ্য ন্যায়াধীশ পালে দেশে, থোৰতে জানি থওক ভি আৰ গাভাইৰ পৰিচয়
0
SHARES
511
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বুধবাৰে অৰ্থাৎ আজি শপত ল’লে ভূষণ ৰামাকৃষ্ণা গাভাই৷ তেওঁ ভাৰতৰ ৫২ তম মুখ্যন্যায়াধীশ৷ চলিত বছৰৰ ২৩ নৱেম্বৰ পৰ্যন্ত এই আসনত থাকিব তেওঁ৷ জানি থওক নতুন মুখ্য ন্যায়াধীশ সম্পৰ্কে কেইটামান গুৰুত্বপূৰ্ণ তথ্য৷

অমৰাৱতীত জন্ম মুখ্য ন্যায়াধীশ ভি আৰ গাভাইৰ

১৯৬০ চনৰ ২৪ নৱেম্বৰত মহাৰাষ্ট্ৰৰ অমৰাবতীত জন্ম ভি আৰ গাভাইৰ৷ পিতৃ ৰামকৃষ্ণ সূৰ্যভান গাভাই আছিল আম্বেদকাৰৰ একনিষ্ঠ ভক্ত৷ ৰিপাব্লিকান পাৰ্টিৰ প্ৰতিষ্ঠাতাও আছিল সূৰ্যভান৷ সাধাৰণ লোকে তেওঁক দাদাচাহেব বুলি সন্মানেৰে মাতিছিল৷ অমৰাবতীৰ মিউনিছিপাল প্ৰাইমাৰি স্কুলত শিক্ষাজীৱন আৰম্ভ হৈছিল ভি আৰ গাভাইৰ৷

নাগপুৰ ইউনিভাৰ্ছিটিৰ পৰা আইনৰ ডিগ্ৰী লৈছিল মুখ্যন্যায়াধীশ গাভাই৷ ১৯৮৫ চনৰ মাৰ্চ মাহত অধিবক্তা হিচাপে কাম আৰম্ভ কৰে৷ ২০০৩ চনত বম্বে হাইকৰ্টৰ এডিছনেন জাজ হয় গাভাই৷ স্থায়ী ন্যায়াধীশ হিচাপে কাৰ্যভাৰ চমজি লয় ২০০৫ চনৰ নৱেম্বৰ মাহত৷ ২০১৯চনৰ পৰা উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে তেওঁ কাম আৰম্ভ কৰে৷ সাংবিধানিক, প্ৰশাসনিক, অপৰাধ, দেৱানী, শিক্ষা পৰিবেশসহ বিষয়ক আইনৰ সকলো শাখাতেই তেওঁৰ কৰ্মৰ অভিজ্ঞতা আছে৷

দ্বিতীয়বাৰ দেশে পাইছে দলিত সম্প্ৰদায়ৰ মুখ্য ন্যায়াধীশ

দেশত এইবাৰেই প্ৰথম কোনে এগৰাকী বৌদ্ধ ধৰ্মাৱলম্বী ন্যায়াধীশ দেশৰ মুখ্য আদালতৰ শীৰ্ষপদত বহিছে৷ ইয়াৰ সৈতে দ্বিতীয়বাৰ দলিত সম্প্ৰদায়ৰ পৰা মুখ্য ন্যায়াধীশ পাইছে দেশে৷ ইয়াৰ পূৰ্বে ২০০৭ চনৰ মুখ্য ন্যায়াধীশ হৈছিল কে জি বালাকৃষ্ণণ৷ তেওঁ আছিল দেশৰ প্ৰথম দলিত মুখ্য ন্যায়াধীশ৷ তিনি বছৰ এই পদত আছিল তেওঁ৷ ন্যায়াধীশ গাভাই এই আসনত থাকিব মুঠ ৬মাহ সময়৷

পিতৃৰ ইচ্ছাতেই এই পেছা গ্ৰহণ কৰিছিল গাভাইয়ে

আৰ্কিটেক্ট হোৱাৰ সপোন দেখিছিল ন্যায়াধীশ গাভাই৷ কিন্তু পিতৃয়ে বিচাৰিছিল পুত্ৰই আইনক লৈ লেখাপঢ়া কৰক৷ সূত্ৰৰ খবৰ অনুসৰি ন্যায়াধীশ গাভাইৰ পিতৃয়ে পুত্ৰক কৈছিল, এই পেছাৰ জৰিয়তে সমাজৰ বাবে আৰু বেছিকৈ কাম কৰিব পাৰিব তেওঁ৷ এন ডি টিভিৰ প্ৰতিবেদন অনুসৰি পিতৃয়ে কৈছিল, ‘এদিন তুমি দেশৰ মুখ্য ন্যায়াধীশ হ’বা৷ কিন্তু সেইদিনা মই এই পৃথিৱীত থাকি তোমাৰ সাফল্য উপভোগ কৰিব নোৱাৰিম৷’ পিতৃৰ সেই কথা আখৰে আখৰে ফলিয়াইছে৷ আজি মুখ্যন্যায়াধীশ পদত শপত লৈছে ভি আৰ গাভাই৷ তেওঁৰ এই সফলতা স্বচক্ষে চাবলৈ পিতৃ এই পৃথিৱীত নাই৷ ২০১৫ চনত পিতৃহাৰা হৈছে ভি আৰ গাভাই৷

কি কি গুৰুত্বপূৰ্ণ গোচৰত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে ন্যায়াধীশ গাভাই

বুলডোজাৰ গোচৰ, সংবিধানৰ ৩৭০ বাতিল, তিস্তা শীতলাবান্ধৰ বেল কেছ, ৰাহুল গান্ধীৰ মানহানিৰ গোচৰ শুনিছে ন্যায়াধীশ গাভাই৷ এইবাৰ দেশৰ মুখ্য ন্যায়াধীশ পদত বহিয়েই তেওঁ চম্ভালিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰ৷ তাৰ ভিতৰত কাইলৈ ৱাকফৰো শুনানি গ্ৰহণৰ দিন ধ্যাৰ্য কৰা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!
অসম

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

April 29, 2026
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?
অসম

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

April 29, 2026
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?
অসম

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

April 29, 2026
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল
অসম

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

April 29, 2026
Next Post
অসমীয়া মাধ্যমত পঢ়িয়েই বিশ্বজয় অসম কন্যাৰ! ভাৰতৰ পৰা Strategic Higher Education Advisory Council ৰ প্ৰথমগৰাকী সদস্য হিচাপে নিযুক্তি লাভ ডঃ উপাসনা মহন্তৰ

অসমীয়া মাধ্যমত পঢ়িয়েই বিশ্বজয় অসম কন্যাৰ! ভাৰতৰ পৰা Strategic Higher Education Advisory Council ৰ প্ৰথমগৰাকী সদস্য হিচাপে নিযুক্তি লাভ ডঃ উপাসনা মহন্তৰ

তিনি দিনত তিনিটা ভূমিকম্প, সকলোৰে অগোচৰে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিছে নেকি পাকিস্তানে?

তিনি দিনত তিনিটা ভূমিকম্প, সকলোৰে অগোচৰে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিছে নেকি পাকিস্তানে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.