• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ আটাইতকৈ ব্যয়বহুল টিভি শ্ব’, এটা খণ্ডৰ খৰচ ৮৫৬ কোটি টকা

বিশ্বৰ আটাইতকৈ ব্যয়বহুল টিভি শ্ব’, এটা খণ্ডৰ খৰচ ৮৫৬ কোটি টকা

1 year ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

3 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

4 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

4 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

5 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

5 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

6 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

7 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

8 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

8 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

9 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

9 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিশ্বৰ আটাইতকৈ ব্যয়বহুল টিভি শ্ব’, এটা খণ্ডৰ খৰচ ৮৫৬ কোটি টকা

editor by editor
May 20, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বিশ্বৰ আটাইতকৈ ব্যয়বহুল টিভি শ্ব’, এটা খণ্ডৰ খৰচ ৮৫৬ কোটি টকা
0
SHARES
467
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ আটাইতকৈ ব্যয়বহুল টিভি শ্ব’, এটা খণ্ডৰ খৰচ ৮৫৬ কোটি টকা

সাধাৰণতে টিভি শ্বো তথা অনুষ্ঠান তথা ধাৰাবাহিক বোৰৰ খৰচ কিমান হব পাৰে বুলি আপুনি অনুমান কৰিব পাৰে। পাছে সদ্যহতে নিৰ্মাণ হৈ আছে এখন অতিকে ব্যয়বহুল চিৰিজ। যাৰ এটা এপিচোডৰ নামতেই খৰচ হব ৮৫৬ কোটিৰো অধিক।

হেৰী পটাৰৰ নতুন টিভি ধাৰাবাহিকখনক বৰ্তমানলৈ নিৰ্মাণ হোৱা সকলো চিৰিজতকৈ সৰ্বাধিক ব্যয়বহুল ধাৰাবাহিক বুলি অভিহিত কৰা হৈছে। এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি প্ৰতিটো খণ্ড নিৰ্মাণৰ বাবে ১০ কোটি ডলাৰ অৰ্থাৎ ৮৫৬ কোটিতকৈ অধিক খৰচ হ’ব।
এই ধাৰাবাহিকখনৰ ৭টা ছিজন আৰু প্ৰতিটো ছিজনত ৬টা খণ্ড থাকিব। ইয়াৰ মুঠ বাজেট ৪.২ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৩৫,৯৪০ কোটি টকা বুলি কোৱা হৈছে।

এতিয়ালৈকে আটাইতকৈ দামী ধাৰাবাহিকখন হৈছে The Lord of the Rings: The Rings of Power, যাৰ প্ৰতিটো খণ্ড ৬২ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৫৩০ কোটি টকাত নিৰ্মাণ কৰা হৈছিল আৰু সমগ্ৰ ধাৰাবাহিকখনৰ খৰচ আছিল প্ৰায় ১ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৮৫৫৬ কোটি। হেৰী পটাৰৰ নতুন ছিৰিজে এই অভিলেখ ভংগ কৰি নতুন ৰেকৰ্ড গঢ়িব।

এই নতুন হেৰী পটাৰ ছিৰিজৰ খৰচৰ এটা ডাঙৰ অংশ ব্যয় কৰা হৈছে এখন চহৰ নিৰ্মাণত য’ত ইয়াৰ শ্বুটিং হ’ব। এই ঠাইখনক সংবাদ মাধ্যমত পটাৰভিল বুলি কোৱা হৈছে। দ্য ছানৰ প্ৰতিবেদন অনুসৰি ৱাৰ্নাৰ ব্ৰাদাৰ্ছ ষ্টুডিঅ’ই এই চেটটো নিৰ্মাণৰ বাবে ১.৩ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১১,১২৩ কোটি টকা ব্যয় কৰিছে। এই চহৰখনত হগৱাৰ্টছ, কিংছ ক্ৰছ ষ্টেচন, প্ৰাইভেট ড্ৰাইভৰ দৰে সকলো বিখ্যাত স্থান পুনৰ সৃষ্টি কৰা হৈছে।

জে কে ৰাউলিঙৰ কিতাপৰ আধাৰত নিৰ্মিত এই ধাৰাবাহিকখন ইয়াৰ পূৰ্বে নিৰ্মিত আঠখন ছবিতকৈ কাহিনীটোৰ ওপৰত অধিক গভীৰ দৃষ্টিভংগী বুলি কোৱা হয়। ইয়াত জন লিথগ’ৱে হগৱাৰ্টছৰ প্ৰধান শিক্ষক এলবাছ ডাম্বলড’ৰৰ চৰিত্ৰত অভিনয় কৰিব।

ইয়াৰ উপৰিও অভিনয় কৰিছে জেনেট মেকটিৰে মিনাৰ্ভা মেকগ’নাগালৰ চৰিত্ৰত, পাপা এছিডু চেভাৰছ স্নেপৰ চৰিত্ৰত, নিক ফ্ৰষ্টে ৰুবিয়াছ হেগ্ৰিডৰ চৰিত্ৰত, লুক থিয়লনে কুইৰিনাছ কুইৰেলৰ চৰিত্ৰত আৰু পল হোৱাইটহাউছে আৰ্গাছ ফিলচৰ চৰিত্ৰত। চিৰিজ খন ২০২৬ নাইবা ২০২৭ চনত মুক্তি পোৱাৰ সম্ভাৱনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
পুনৰ বৃহৎ সফলতা, ২৬ নক্সালীসহ ডেৰ কোটি টকা শিৰৰ মূল্য থকা কুখ্যাতো নিহত

পুনৰ বৃহৎ সফলতা, ২৬ নক্সালীসহ ডেৰ কোটি টকা শিৰৰ মূল্য থকা কুখ্যাতো নিহত

আন্দ্ৰে ৰাছেল- টীম ডেভিদক পিছ পেলাই মহা ৰেকৰ্ড ১৪ বছৰীয়া বৈভৱৰ

আন্দ্ৰে ৰাছেল- টীম ডেভিদক পিছ পেলাই মহা ৰেকৰ্ড ১৪ বছৰীয়া বৈভৱৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.